• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঈদৰ পবিত্ৰ দিনটোতেই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, অসমৰো যাত্ৰী থকাৰ সন্দেহ

ঈদৰ পবিত্ৰ দিনটোতেই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, অসমৰো যাত্ৰী থকাৰ সন্দেহ

2 years ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

7 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

7 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

8 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

9 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

12 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

13 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

14 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

14 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

15 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

15 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

1 day ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঈদৰ পবিত্ৰ দিনটোতেই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, অসমৰো যাত্ৰী থকাৰ সন্দেহ

ঈদৰ পবিত্ৰ দিনটোতেই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ,অসমৰো যাত্ৰী থকাৰ সন্দেহ

editor by editor
June 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ঈদৰ পবিত্ৰ দিনটোতেই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, অসমৰো যাত্ৰী থকাৰ সন্দেহ
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঈদৰ পবিত্ৰ দিনটোতেই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷

লাইনচ্যুত হৈছে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুটাকৈ ডবা৷

শিয়ালদামুখী কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ৷

নিউ জলপাইগুৰি ষ্টেচনক পৰা মাত্ৰ এঘণ্টা দূৰত্বৰ ৰঙাপানীত সংঘটিত হৈছে এই দুৰ্ঘটনা৷

বৰ্তমানলৈকে মৃতকৰ সংখ্যা জানিব পৰা হোৱা নাই যদিও হতাহত হৈছে প্ৰায় ১০০ ৰো অধিক ব্যক্তি৷

বৃষ্টিপাতৰ পৰিমান অধিক হোৱাৰ বাবেই এই দুৰ্ঘটনাৰ সন্দেহ৷

ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে উদ্ধাৰকাৰী দল৷

লগে লগেই ৰে’ল বিভাগৰ পৰা মুকলি কৰি দিয়া হৈছে হেল্পলাইন নম্বৰো৷

সহায়ৰ বাবে ফোন কৰক ০৩৩২৩৫০৮৭৯৪ আৰু ০৩৩ ২৩৮৩৩৩২৬ নম্বৰত৷

যি লাইনত এই দুৰ্ঘটনা সংঘটিত হৈছে সেই লাইন কলকাতা আৰু শিলিগুৰিৰ সৈতে যোগাযোগৰ অন্যতম লাইন৷

দুৰ্ঘটনাৰ পাছতেই কেইবাখনো ট্ৰেইনৰ চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
Next Post
ৰাখে হৰি মাৰে কোনে! দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছত কথমপি প্ৰাণ ৰক্ষা মণীশৰ

ৰাখে হৰি মাৰে কোনে! দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছত কথমপি প্ৰাণ ৰক্ষা মণীশৰ

কোনো আত্মীয় কাঞ্চনজংঘাত যাত্ৰা কৰিছিল নেকি? সবিশেষ তথ্য লাভৰ বাবে ফোন কৰিব পাৰে এইকেইটা হেল্পলাইন নম্বৰত

কোনো আত্মীয় কাঞ্চনজংঘাত যাত্ৰা কৰিছিল নেকি? সবিশেষ তথ্য লাভৰ বাবে ফোন কৰিব পাৰে এইকেইটা হেল্পলাইন নম্বৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.