• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

4 months ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

25 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

48 minutes ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

2 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

2 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

2 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

3 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

3 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

4 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

6 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

7 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত প্রধানমন্ত্রী কিষাণ যোজনাৰ ২৩ সংখ্যক কিস্তি পাব নেকি?

editor by editor
June 19, 2026
in বাণিজ্য, বিবিধ, লেখা
0
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অহা ২০ জুনত প্রধানমন্ত্রী কিষাণ যোজনাৰ ২৩ সংখ্যক কিস্তি পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ আহিব৷ যদি কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ নহয় তেন্তে আপোনাৰ কিস্তি ৰৈ যাব পাৰে। এই তালিকাত আপোনাৰ নাম আছে নে নাই চাবলৈ এতিয়াই পৰীক্ষা কৰক।

ইতিমধ্যে চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২৩ সংখ্যক কিস্তিৰ দিন ঘোষণা কৰিছে। কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে ছ’চিয়েল মিডিয়া পোষ্টযোগে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পি এম কিষাণ) আঁচনিৰ ২৩ সংখ্যক কিস্তি অহা ২০ জুন শনিবাৰে কৃষকৰ একাউণ্টত জমা হ’ব। কিন্তু এইবাৰ কঠোৰ নিয়মৰ বাবে লাখ লাখ কৃষকৰ নাম হিতাধিকাৰীৰ তালিকাৰ পৰা বাহিৰ হৈছে। গতিকে আপোনাৰ একাউণ্টত ধন কেতিয়া আহিব আৰু কি ভুলৰ বাবে কিস্তি আবদ্ধ হৈ পৰিব পাৰে সেই কথা জনাটো জৰুৰী।

প্ৰতিবাৰৰ দৰে এইবাৰো চৰকাৰে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ (ডিবিটি)ৰ জৰিয়তে কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ধন প্ৰেৰণ কৰিব। ২০ জুন শনিবাৰে যোগ্য কৃষকৰ একাউণ্টত পোনপটীয়াকৈ ২০০০ টকা জমা কৰা হ’ব। ইতিমধ্যে ডিবিটিৰ জৰিয়তে ধন প্ৰেৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে।

এই কৃষকসকলে নাপাব ২০০০ টকা। যদি আপুনি তিনিটা কাম সম্পূৰ্ণ নকৰে, তেন্তে এইবাৰ আপোনাৰ একাউণ্টলৈ ২০০০ টকা নাহিবও পাৰে।

  1. e-KYC সম্পূৰ্ণ নোহোৱা- চৰকাৰে সকলো হিতাধিকাৰীৰ বাবে e-KYC বাধ্যতামূলক কৰিছে। যদি আপোনাৰ ই-কে ৱাই চি সম্পূৰ্ণ নহয় তেন্তে কিস্তিৰ ধন আবদ্ধ হৈ থাকিব পাৰে।
  2. ভূমি পৰীক্ষণ কৰা হোৱা নাই – যিসকল কৃষকৰ ভূমিৰ তথ্য চৰকাৰী তথ্যকোষত পৰীক্ষা কৰা হোৱা নাই তেওঁলোকক হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ দিয়া হৈছে।
  3. আধাৰৰ সৈতে সংযুক্ত নহয় বেংক একাউণ্ট যিটো বেংক একাউণ্টত কে এম কিষাণৰ ধন লাভ কৰা হয়, সেইটো আধাৰৰ সৈতে সংযুক্ত কৰি এন পি চি আই (ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগম)ৰ সৈতে মেপ কৰাটো বাধ্যতামূলক।

হিতাধিকাৰীৰ তালিকাত নিজৰ নাম কেনেকৈ পৰীক্ষা কৰিব?

  • প্ৰথমে পি এম কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
  • হোমপেজত থকা ‘Beneficiary List’ বিকল্পত ক্লিক কৰক।
  • তাৰ পিছত আপোনাৰ ৰাজ্য, জিলা, মহকুমা, ব্লক আৰু গাঁৱৰ নাম বাছি লওক।
  • তাৰ পিছত ‘Get Report’ বুটামত ক্লিক কৰক।
  • আপোনাৰ গাঁৱৰ সম্পূৰ্ণ হিতাধিকাৰী তালিকা পৰ্দাত দেখা দিব, য’ত আপুনি আপোনাৰ নাম বিচাৰি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24pm kishan '
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.