• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

4 years ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

10 minutes ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

9 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

9 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

9 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

10 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

11 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

13 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

13 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

14 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

15 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

16 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

editor by editor
May 20, 2022
in ভাৰত, ৰাজনীতি
0
‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজেপি নেতৃত্বাধীন এনডিএৰ আঠ বছৰ দেশৰ সুষম উন্নয়ন, সামাজিক ন্যায় আৰু সামাজিক সুৰক্ষাৰ বাবে উৎসৰ্গিত কৰা হৈছে বুলি শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছে৷ ২০১৪ চনৰ পিছত চৰকাৰৰ সুশাসনৰ ওপৰত জনসাধাৰণৰ বিশ্বাস পুনৰ ঘূৰাই অনা হৈছে।

জয়পুৰত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় বিষয়ববীয়া সভাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়৷

দলৰ নেতা-কৰ্মীসকলক চৰকাৰৰ কল্যাণমূলক ব্যৱস্থাৰ পৰা যাতে কোনো দৰিদ্ৰ, যোগ্য হিতাধিকাৰীক অন্যায়ভাৱে বাদ পৰি নাযায় তাৰ বাবে এক অভিযান আৰম্ভ কৰিবলৈও আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

লগতে পঢ়ক মহাবিস্ফোৰণ! নিজৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন বিশ্বৰ ধনী ব্যক্তি এলন মাস্কৰ!

‘‘এই মাহত এনডিএ চৰকাৰে ৮ বছৰ সম্পূৰ্ণ কৰিব। এই আঠ বছৰ হৈছে সংকল্প আৰু সাফল্যৰ। এই আঠ বছৰ সেৱা, সুশাসন আৰু দৰিদ্ৰসকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।’’ প্ৰধানমন্ত্ৰী মোদীয়ে কয়৷

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ক্ষুদ্ৰ কৃষক, শ্ৰমিক আৰু মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষা পূৰণৰ বাবে ৮ বছৰ উছৰ্গা কৰা হৈছে। এই আঠ বছৰ মাতৃ, কন্যা আৰু ভগ্নীসকলৰ সবলীকৰণৰ বাবে উৎসৰ্গিত কৰা হৈছে।

আজি বিশ্বই ভাৰতক বহুত আশাৰে চাই আছে বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰততো বিজেপিৰ প্ৰতি জনসাধাৰণৰ এক বিশেষ মৰম আছে। দেশবাসীয়ে বিজেপিক অতি বিশ্বাস আৰু আশাৰে চাইছে।

লগতে পঢ়ক সাৱধান হওক, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে মাংকি পক্স!

২০১৪ চনৰ পিছত বিজেপিয়ে মানুহক হতাশাৰ পৰা উলিয়াই আনিলে আৰু আজি মানুহ আকাংক্ষাৰে ভৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে কৈ কয় যে ‘‘দেশবাসীৰ এই আশা আৰু আকাংক্ষাই আমাৰ দায়িত্ব বৃদ্ধি কৰিছে।’’

স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষত দেশখনে আগন্তুক ২৫ বছৰৰ বাবে লক্ষ্য নিজৰ বাবে নিৰ্ধাৰণ কৰি আছে বুলি উল্লেখ কৰি তেওঁ উল্লেখ কৰি কয় যে এই সময়ত বিজেপিয়ে আগন্তুক ২৫ বছৰৰ লক্ষ্য নিৰ্ধাৰণ কৰি তাৰ বাবে নিৰন্তৰভাৱে কাম কৰাৰ সময়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMP Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ
বিবিধ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

July 20, 2026
Next Post
পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.