• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান হওক, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে মাংকি পক্স!

সাৱধান হওক, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে মাংকি পক্স!

4 years ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

12 minutes ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

1 hour ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

2 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

2 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

3 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

4 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

5 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

5 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

14 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

15 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

15 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সাৱধান হওক, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে মাংকি পক্স!

editor by editor
May 20, 2022
in বিশ্ব, ভাৰত, স্বাস্থ্য
0
সাৱধান হওক, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে মাংকি পক্স!
0
SHARES
385
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাংকি পক্স ভাইৰাছে বিশ্বত ক্ৰমান্বয়ে উদ্বেগৰ সৃষ্টি কৰিছে। এইবাৰ ইংলেণ্ডৰ পিছতে ইউৰোপৰ স্পেইন, পৰ্তুগাল, ইটালী, ছুইডেনকে ধৰি কেইবাখনো দেশত মাংকি পক্সৰ সংক্ৰমণ ঘটিছে। কেৱল ইউৰোপেই নহয়, আমেৰিকা আৰু কানাডাতো লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। আন কেইবাজনো লোকৰ একেধৰণৰ লক্ষণৰ বাবে স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে।

উল্লেখ্য যে যোৱা ৮ মে’ত লণ্ডনত প্ৰথমগৰাকী মাংকি পক্স ৰোগী ধৰা পৰিছিল। ইংলেণ্ডত মাংকি পক্সত আক্ৰান্ত প্ৰথমগৰাকী লোক নাইজেৰিয়াৰ পৰা উভতি আহিছিল।

সেয়ে বিশেষজ্ঞসকলৰ এটা ধাৰণা কৰিছিল যে আফ্ৰিকাত কেনেবাকৈ লোকজনে উক্ত ভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল। কিন্তু ইয়াৰ পিছতো অন্যান্য লোকৰ শৰীৰলৈ কিদৰে এই ৰোগ বিয়পি পৰিল সেই বিষয়ে বিশেষজ্ঞসকল এতিয়াও নিশ্চিত হ’ব পৰা নাই।

লগতে পঢ়ক নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?

কি এই মাংকি পক্স?

বিশেষজ্ঞসকলৰ মতে এয়া এক বিশেষ ধৰণৰ বসন্ত। যদিও ছমপক্স বা ছমপক্সৰ ঔষধ আছে, তথাপিও চিকিৎসকে এই বিৰল ৰোগৰ সঠিক চিকিৎসাৰ বিষয়ে জানিব পৰা নাই।

ইয়াৰ প্ৰাথমিক লক্ষণসমূহ হ’ল— জ্বৰ, মূৰৰ বিষ, পিঠি আৰু শৰীৰৰ বিষ। আক্ৰান্ত লোকসকলে কঁপনি আৰু ভাগৰুৱা অনুভৱো কৰে। ইয়াৰ লগতে শৰীৰত সৰু সৰু দাগ দেখা দিয়ে। এই ৰোগৰ কিছুমান লক্ষণ মিজিলছ, মাম্পছ, স্কাৰ্ভি আৰু চিফিলিছৰ দৰেই।

শেহতীয়াকৈ চিকিৎসকে ভাবিছিল যে পানীজ্বলাৰ টোপালৰ জৰিয়তে এই ৰোগ বিয়পিব পাৰে। সেয়েহে বিশেষজ্ঞসকলৰ মতে শ্বাসনলী, ঘাঁৰ ঠাই, নাক, মুখ বা চকুৰ জৰিয়তে সুস্থ ব্যক্তিৰ শৰীৰত এই ভাইৰাছ প্ৰৱেশ কৰিব পাৰে।

লগতে পঢ়ক ঋতুস্ৰাৱ বন্ধ মানে গৰ্ভধাৰণ নহয়, গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণসমূহ কি কি?

কিন্তু নতুনকৈ সংক্ৰমিত হোৱা লোকসকলক পৰীক্ষা কৰাৰ পাছত চিকিৎসকে যৌন সম্পৰ্কৰ জৰিয়তেও মাংকি পক্স ভাইৰাছ বিয়পিব পাৰে বুলি আশংকা কৰিছে।

কিছুমান বিশেষজ্ঞৰ প্ৰাথমিক ধাৰণা অনুসৰি যদি মাংকি পক্সত আক্ৰান্ত কোনো লোকৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলে সংগীগৰাকীও মাংকি পক্সত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMonkey Pox
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিশ্ব

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

June 19, 2026
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট
বিশ্ব

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

June 19, 2026
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা
ভাৰত

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

June 19, 2026
Next Post
মহাবিস্ফোৰণ! নিজৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন বিশ্বৰ ধনী ব্যক্তি এলন মাস্কৰ!

মহাবিস্ফোৰণ! নিজৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন বিশ্বৰ ধনী ব্যক্তি এলন মাস্কৰ!

যাত্ৰী-চালক সকলোকে সকাহ উবেৰৰ! প্ৰৱৰ্তন কৰিলে নতুন নিয়ম

যাত্ৰী-চালক সকলোকে সকাহ উবেৰৰ! প্ৰৱৰ্তন কৰিলে নতুন নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.