• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?

নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?

4 years ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

22 minutes ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

2 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

2 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

4 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

5 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

5 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

7 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

8 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

10 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?

editor by editor
May 19, 2022
in চিনেমা, বিনোদন
0
নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউদত যি বিয়াৰ জোৱাৰ উঠিছে, সেই জোৱাৰ এতিয়াও শেষ হোৱা নাই। কেটৰিনা কাইফ-বিকি কৌশল, আলিয়া ভাট-ৰণবীৰ কাপুৰ আদি বহুকেইগৰাকী চেলিব্ৰিটীৰ বিয়াৰ পিছত এতিয়া অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৱাও বিয়াৰ বাবে মন মেলিছে।

বলীউদ লাইফৰ এক প্ৰতিবেদন অনুসৰি, তেওঁলোকে ২০২২ চনৰ নৱেম্বৰ বা ডিচেম্বৰত বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে। প্ৰতিবেদনখনত কোৱা হৈছে যে অৰ্জুন আৰু মালাইকা ইজনে সিজনৰ প্ৰেমত মচগুল, দুয়োৱে হৃদয়ৰ গভীৰৰ পৰা গঢ় দিয়া ভালপোৱাক আন এটা সম্পৰ্কলৈ আগুৱাই নিব বিচাৰে।

প্ৰতিবেদনৰ অনুসৰি তেওঁলোকে মুম্বাইত শীতকালীন বিবাহ কৰিব পাৰে। মালাইকা আৰু অৰ্জুন দুয়োৱে শীতকাল ভাল পায়, সেয়েহে তেওঁলোকে নৱেম্বৰ বা ডিচেম্বৰত বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক কিয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে উদ্ভিদৰ পুৰুষৰ যৌনাংগ আকৃতিৰ অংগ?

দুয়োজনে তেওঁলোকৰ বিয়াখন সাধাৰণভাৱে পাতিব পাৰে। কেৱল পৰিয়াল আৰু বন্ধুবৰ্গক বিয়ালৈ নিমন্ত্ৰণ কৰিব। বিবাহ অনুষ্ঠানত মালাইকাৰ বিশেষ বন্ধু হ’ব পৰিয়ালৰ সদস্যসকলৰ উপৰি কৰীণা আৰু কৰিশ্মা।

উল্লেখ্য যে জানুৱাৰীত দুয়োৰে মাজত বিচ্ছেদৰ উৰাবাতৰি ওলাইছিল। কোৱা হৈছিল যে ৪ বছৰৰ পিছত দুয়োৰে মাজৰ সম্পৰ্ক ভাঙোন আৰম্ভ হৈছে। পিছত সেয়া মিছা বুলি প্ৰকাশ পাইছিল। তেওঁলোকৰ ফটো ছ’চিয়েল মিডিয়াত একেলগে শ্বেয়াৰ কৰি ইয়াৰ সত্যতা নুই কৰিছিল।

এই সম্পৰ্ক এতিয়া বিবাহলৈ গতি কৰিছে বুলি বলীউদ লাইফে দাবী কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arjun Kapoorasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammalaika aroramalaika-arjun
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?
বিনোদন

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

October 4, 2026
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?
বিনোদন

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

October 4, 2026
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?
বিনোদন

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

October 3, 2026
Next Post
কৰোনাৰ পিছত মাংকি পক্সৰ আতংক! কোন কোন দেশত বিয়পিছে এই ৰোগ?

কৰোনাৰ পিছত মাংকি পক্সৰ আতংক! কোন কোন দেশত বিয়পিছে এই ৰোগ?

সাৱধান হওক, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে মাংকি পক্স!

সাৱধান হওক, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে মাংকি পক্স!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.