• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোন দেখিব লাগে! প্ৰধানমন্ত্ৰীৰ ভাইৰেল ডায়েৰীৰ পৃষ্ঠাত কি আছে?

সপোন দেখিব লাগে! প্ৰধানমন্ত্ৰীৰ ভাইৰেল ডায়েৰীৰ পৃষ্ঠাত কি আছে?

3 years ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

15 minutes ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

56 minutes ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

2 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

4 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

4 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

4 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

5 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

6 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

6 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

6 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

7 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপোন দেখিব লাগে! প্ৰধানমন্ত্ৰীৰ ভাইৰেল ডায়েৰীৰ পৃষ্ঠাত কি আছে?

editor by editor
October 16, 2022
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
সপোন দেখিব লাগে! প্ৰধানমন্ত্ৰীৰ ভাইৰেল ডায়েৰীৰ পৃষ্ঠাত কি আছে?
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পৃথিৱীৰ জনপ্ৰিয় ৰাজনীতিবিদৰ তালিকাত শীৰ্ষস্থানত থকা এজন নেতা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ জনপ্ৰিয়তাৰ শীৰ্ষত থকা প্ৰধানমন্ত্ৰীগৰাকীৰ বিষয়ে জানিবলৈ বহুজনেই আগ্ৰহী৷ প্ৰধানমন্ত্ৰী মোদীৰ জীৱনৰ প্ৰতিটো দিশ জানিব খোজে বহুসংখ্যকেই৷ তেওঁৰ অধ্যৱসায়, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম, প্ৰধানমন্ত্ৰীৰ সৰলতাই আকৰ্ষিত হোৱাৰো কাৰণ৷

প্ৰধানমন্ত্ৰী মোদীৰ দৈনন্দিন কাৰুকাৰ্য সামাজিক মাধ্যমত চৰ্চা হৈয়েই থাকে৷ শেহতীয়াভাৱে তেওঁৰ ডায়েৰীৰ এটা পৃষ্ঠা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ প্ৰধানমন্ত্ৰীৰ ডায়েৰীৰ এই পৃষ্ঠাই প্ৰমাণ কৰে যে তেওঁ নতুন নতুন বিষয়বস্তুৰ বিষয়ে জানিবলৈ আগ্ৰহী হোৱাৰ লগতে ৰাজনৈতিক ক্ষেত্ৰতো নতুনত্ব অনাৰ প্ৰয়াসৰ বিষয়টো তেওঁৰ ডায়েৰীৰ পৃষ্ঠাতেই পৰিস্ফুত৷

প্ৰধানমন্ত্ৰীৰ এই ডায়েৰী এতিয়াৰ নহয়৷ তেওঁ গুজৰাটত বিজেপিৰ সাধাৰণ এজন কৰ্মচাৰী হৈ থাকোতেই এই ডায়েৰী লিখিছিল৷ ডায়েৰীত, ভাৰতৰ গৌৰৱময় দৰ্শন, পৰম্পৰা, ভাতৃত্ববোধ আৰু বিশ্ব কল্যাণৰ মনোভাৱ বৰ্ণনা কৰি সংস্কৃত ভাষাত বিশেষ কেইটিমান শাৰী লিখিছিল৷ তেওঁ লিখিছিল, ‘আমাৰ চেতনাই আমাৰ প্ৰকৃতি, বৈচিত্ৰ্যৰ মাজত ঐক্য৷ ঈশ্বৰে আমাক সকলোকে সুৰক্ষা দিয়ক৷ আমি একেলগে দেশৰ স্বাৰ্থত কাম কৰিম৷ মই মোৰ জীৱন ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গিত কৰিছো। সমগ্ৰ পৃথিৱীয়েই আমাৰ পৰিয়াল৷ আমাৰ সপোন হৈছে, সমগ্ৰ বিশ্ব সুখী হ’ব লাগে। আমাৰ শক্তি হৈছে বন্দে মাতৰম৷ এশ কোটি দেশবাসী আৰু হাজাৰ হাজাৰ বছৰৰ ঐতিহ্য অটুত ৰখাই আমাৰ কৰ্তব্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?
জীৱনশৈলী

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

March 27, 2026
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
Next Post
ফে’চবুক, গুগল-পে, মেইল আদিৰ পাছৱৰ্ড ঘনাই পাহৰে? পাহৰিলেও কেনেকৈ খুলিব একাউণ্ট?

ফে'চবুক, গুগল-পে, মেইল আদিৰ পাছৱৰ্ড ঘনাই পাহৰে? পাহৰিলেও কেনেকৈ খুলিব একাউণ্ট?

মহিলাৰ স্তনৰ কৰ্কট বৃদ্ধিৰ অন্যতম কাৰণ কেইটা কি কি?

মহিলাৰ স্তনৰ কৰ্কট বৃদ্ধিৰ অন্যতম কাৰণ কেইটা কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.