• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা বিশেষ টুপি পিন্ধিবৰ বাবে মজিয়াতে বহি ল’লে প্ৰধানমন্ত্ৰীয়ে, চাওক ভিডিঅ’

এটা বিশেষ টুপি পিন্ধিবৰ বাবে মজিয়াতে বহি ল’লে প্ৰধানমন্ত্ৰীয়ে, চাওক ভিডিঅ’

2 years ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

18 minutes ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

48 minutes ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

1 hour ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

2 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

3 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

4 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

16 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

18 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

18 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

18 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

19 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এটা বিশেষ টুপি পিন্ধিবৰ বাবে মজিয়াতে বহি ল’লে প্ৰধানমন্ত্ৰীয়ে, চাওক ভিডিঅ’

editor by editor
September 12, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
এটা বিশেষ টুপি পিন্ধিবৰ বাবে মজিয়াতে বহি ল’লে প্ৰধানমন্ত্ৰীয়ে, চাওক ভিডিঅ’
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা বিশেষ টুপি পিন্ধিবৰ বাবে মজিয়াতে বহি ল’লে প্ৰধানমন্ত্ৰীয়ে, চাওক ভিডিঅ’

এটা বিশেষ টুপি, এজন বিশেষ ব্যক্তিৰ পৰা পিন্ধিবৰ বাবে মজিয়াতে বহি ল’লে প্ৰধানমন্ত্ৰীয়ে। যি সময়ৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

পেৰা পেৰিছ অলিম্পিকত স্বৰ্ণ পদক বিজেতা নৱদীপ সিঙৰ পৰা টুপি এটা পিন্ধিবৰ বাবে এইদৰে বহি পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিয়নো নৱদীপে নিজৰ উচ্চতা অনুসাৰে সেই টুপি প্ৰধানমন্ত্ৰীক পিন্ধাবলৈ অসমৰ্থ। যাৰ বাবে মহানুভৱতা দেখুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই মজিয়াত বহি দিয়ে। যি দেখি এতিয়া সহশ্ৰজনে প্ৰধানমন্ত্ৰীৰ জয় জয়কাৰ কৰিছে।

এইবাৰৰ পেৰিছ পেৰা অলিম্পিকত পুৰুষৰ জেভলিৰ এফ ৪১ শাখা (Men’s javelin throw F41)ত ৪৭.৩২ মিটাৰ দলিয়াই স্বৰ্ণ জয় কৰিছিল ভাৰতৰ নৱদীপে।

https://x.com/ANI/status/1834217312389562399

সেই নৱদীপেই আজি প্ৰধানমন্ত্ৰীক চিন স্বৰূপে এটা টুপি উপহাৰ হিচাপে দিয়ে। আজি ১২ ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪ পেৰা অলিম্পিকত পদক বিজেতা সকলৰ সৈতে সাক্ষাত হৈছিল। সেই সাক্ষাততেই পদক বিজেতা সকলে প্ৰধানমন্ত্ৰীক একে একোটা বিশেষ উপহাৰ দিছিল।

অৱনী লেখাৰাই এটা টি-শ্বাৰ্ট দিয়াৰ বিপৰীতে, নৱদীপে এটা টুপি দিয়ে। যি উপহাৰ প্ৰধানমন্ত্ৰীয়ে অতি আগ্ৰহেৰে গ্ৰহণ কৰে।

https://x.com/ANI/status/1834216987666645355

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PlayerPera OlympicPeris Pera OlympicPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
Next Post
অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত

অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত

‘জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু’, পদত্যাগৰ বাবে সাজু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

'জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু', পদত্যাগৰ বাবে সাজু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.