অসম লাইভ২৪ঃ
আজিৰ পৰা দেশৰ ১১ ৰাজ্যৰ ১৫ খন মহানগৰত উপলব্ধ হ’ব ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰল।
আজি বাংগালুৰুত ভাৰতীয় শক্তি সপ্তাহত অংশ লৈ এই সেৱা মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
India Energy Weekত এই সেৱা মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
১৫ খন মহানগৰৰ নিৰ্দিষ্ট পেট্ৰল পাম্পতহে পোৱা যাব ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰল৷
অহা ২বছৰৰ ভিতৰত সমগ্ৰ দেশতে উপলব্ধ হ’ব এই ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ