• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ সুৰক্ষাত ক্ৰুটি ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰীয়ে, VR10 সুৰক্ষাৰে Mercedes-Maybach S650 মোদীৰ নতুন কনভয় কাৰ

নিজৰ সুৰক্ষাত ক্ৰুটি ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰীয়ে, VR10 সুৰক্ষাৰে Mercedes-Maybach S650 মোদীৰ নতুন কনভয় কাৰ

5 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

3 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

4 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

4 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

5 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

5 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

6 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

6 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

7 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

8 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

8 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

9 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিজৰ সুৰক্ষাত ক্ৰুটি ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰীয়ে, VR10 সুৰক্ষাৰে Mercedes-Maybach S650 মোদীৰ নতুন কনভয় কাৰ

editor by editor
December 28, 2021
in গুৱাহাটী, ভাৰত
0
নিজৰ সুৰক্ষাত ক্ৰুটি ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰীয়ে, VR10 সুৰক্ষাৰে Mercedes-Maybach S650 মোদীৰ নতুন কনভয় কাৰ
0
SHARES
786
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সুৰক্ষাৰ প্ৰসংগত সদাসতৰ্ক নৰেন্দ্ৰ মোদী৷ নিজৰ সুৰক্ষা ব্যৱস্থাত ক্ৰুটি ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ পূৰ্বতকৈ অধিক শক্তিশালী কৰা হৈছে দেশৰ প্ৰধানমন্ত্ৰীৰ সুৰক্ষা কৱচ ৷  Range Rover Vogue আৰু Toyota Land Cruiserৰ পৰিৱৰ্তে বৰ্তমান Mercedes-maybach S650 লৈ উন্নীত কৰা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱহাৰ কৰা বাহন ৷ VR10 সুৰক্ষা প্ৰদান কৰিব ১২ কোটি মূল্যৰ এই বাহনে৷ বুলেট আক্ৰমণ, বিস্ফোৰণ, গেছ আক্ৰমণ আদিৰ পৰা সুৰক্ষা পোৱাৰ উদ্দেশ্যে অধিক শক্তিশালীৰূপত ব্যৱহাৰ কৰা হৈছে এই বাহন৷ যিহেতু প্ৰধানমন্ত্ৰীৰ কনভয়ৰ এক অন্যতম অংশ তেওঁ ব্যৱহাৰ কৰা বাহনখন৷ গতিকে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰিছে এই সিদ্ধান্ত৷ ৰিপ’ৰ্ট অনুসৰি, বাহনখনৰ উইনদ’ পলিকাৰ্বনেটেৰ বিশেষভাৱে ক’ট কৰা হৈছে, যিয়ে প্ৰতিহত কৰিব পাৰিব বুলেট আক্ৰমণ৷ ERV ২০১০ ৰেটিঙ প্ৰাপ্ত এই বাহনে ২ মিটাৰ দূৰত্বৰ পৰা ১৫ কেজি পৰ্যন্ত TNT বিস্ফোৰণ প্ৰতিহত কৰিব পাৰে এই বিশেষ বাহনে৷ ইয়াৰোপৰি, সাম্ভাৱ্য গেছ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ গাড়ীখনৰ কেবিনত বায়ু সৰবৰাহৰ এক সুকীয়া ব্যৱস্থাৰ সুবিধা আছে৷ মুঠৰ ওপৰত নিজৰ সুৰক্ষা ব্যৱস্থাত কোনো সুৰুঙা ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24mercedes-maybach s650modi's new convoy carnarendra-modipm mdi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা
অপৰাধ

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

September 3, 2026
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?
বিনোদন

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

September 3, 2026
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
Next Post
২০২২ত দেশত আৰম্ভ হ’ব 5G নেটৱৰ্ক সেৱা, প্ৰথমে ১৩ খন চহৰত আৰম্ভ হ’ব এই সেৱা

২০২২ত দেশত আৰম্ভ হ’ব 5G নেটৱৰ্ক সেৱা, প্ৰথমে ১৩ খন চহৰত আৰম্ভ হ’ব এই সেৱা

ভাৰতত বৃদ্ধি অমিক্ৰনৰ সংক্ৰমণ৷ দেশজুৰি সতৰ্কতা অৱলম্বন, অসমতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা

ভাৰতত বৃদ্ধি অমিক্ৰনৰ সংক্ৰমণ৷ দেশজুৰি সতৰ্কতা অৱলম্বন, অসমতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.