- গোলাঘাটৰ অভিশপ্ত দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ বিশেষ টুইট।
- সমগ্ৰ ঘটনাক দুভাগ্যজনক আৰু শোকাৱহ আখ্যা প্ৰধানমন্ত্ৰীৰ।
- মৃতকৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে দুই লাখ টকাকৈ আৰ্থিক সাহায্য।
- প্ৰধানমন্ত্ৰী বিশেষ পুঁজিৰ পৰা এই আৰ্থিক সাহায্য।
- আহতসকললৈ ৫০হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ।
- উক্ত ঘটনাক লৈ স্থানীয় প্ৰশাসনক সকলো সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ