• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃৰ সৈতে চুম্বনেই শেষ কৰিছিল কেৰিয়াৰ! বিতৰ্কক লৈ মুখ খুলিছে মহেশ ভাট্টৰ কন্যা পূজা ভাট্টে

পিতৃৰ সৈতে চুম্বনেই শেষ কৰিছিল কেৰিয়াৰ! বিতৰ্কক লৈ মুখ খুলিছে মহেশ ভাট্টৰ কন্যা পূজা ভাট্টে

3 years ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

16 minutes ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

47 minutes ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

2 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

3 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

3 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

4 hours ago
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

6 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

6 hours ago
২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

7 hours ago
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

7 hours ago
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

8 hours ago
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পিতৃৰ সৈতে চুম্বনেই শেষ কৰিছিল কেৰিয়াৰ! বিতৰ্কক লৈ মুখ খুলিছে মহেশ ভাট্টৰ কন্যা পূজা ভাট্টে

editor by editor
September 12, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
পিতৃৰ সৈতে চুম্বনেই শেষ কৰিছিল কেৰিয়াৰ! বিতৰ্কক লৈ মুখ খুলিছে মহেশ ভাট্টৰ কন্যা পূজা ভাট্টে
0
SHARES
27.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৯৯০ চন। পূজা ভাট্ট আৰু মহেশ ভাট্টক এখন মেগাজিনৰ কভাৰত চুম্বনৰত এখন ফটো চপা হয়। এই ছবিখন লৈয়েই আৰম্ভ হয় বিতৰ্ক। বিষয়টো সময়ত সোঁতত পাহৰণিৰ গৰ্ভত হেৰাই গ’লেও নিজেই বিষয়টোক লৈ আকৌ এবাৰ মুখ খুলিছে পূজা ভাট্টে। এটা সাক্ষাৎকাৰত অভিনেত্ৰী তথা পৰিচালক পূজা ভাট্টে কয়, ‘এয়া এটা ভুৱা প্ৰচাৰ আছিল। সেই সময়ত মহেশ ভাট্ট আৰু মোৰ মাজৰ সম্পৰ্কক ভুলকৈ দেখুওৱা হৈছিল।’

বিশেষ সাক্ষাৎকাৰটোত পূজা ভাট্টক প্ৰশ্ন কৰা হৈছিল যে তেওঁৰ সেই ভাইৰেল ছবিখনক লৈ অনুশোচনা হয় নেকি? অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, ‘নহয় এই বিষয়টোক মই খুবেই সাধাৰণভাৱে লওঁ। মোৰ এতিয়াও মনত আছেষ শ্বাহৰুখ খানে সেই সময়ত কৈছিল, তোমাৰ যেতিয়া এগৰাকী কন্যা সন্তান জন্ম হ’ব তুমিও তোমাৰ সন্তানক মৰমেৰে চুমা দিবা। মই মোৰ দেউতাৰ মনত এতিয়াও এগৰাকী কণমানিয়েই। তেওঁৰ মনত মই এতিয়াও এজনী কণমানিয়েই।’

তেওঁ কয়, ‘এখন ফটোক আপুনি কি দৃষ্টিৰে চাই সেইটোৰ ওপৰতে সকলোবোৰ নিৰ্ভৰ কৰে। যদি আপুনি এগৰাকী কন্যা সন্তানৰ পিতৃ হয় তেতিয়া বিষয়টো বুজি পাব। ১৯৭০ চনত বিবাহপাশত আৱদ্ধ হৈছিল মহেশ ভাট্ট। প্ৰথম বিবাহত মহেশ ভাট্টৰ দুগৰাকী সন্তান। পূজা ভাট্ট আৰু ৰাহুল ভাট্ট। ১৯৮৬ চনত পুনৰ বিবাহপাশত আৱদ্ধ হয় মহেশ ভাট্ট। মহেশ ভাট্টৰ দ্বিতীয় বিবাহৰ পাছত জন্ম হয় আন দুটা সন্তান। আলিয়া ভাট্ট আৰু শ্বাহিন ভাট্ট।

মহেশ ভাট্ট আৰু ছোনিয়া ৰাজদানৰ সম্পৰ্ক বেছি দিন নিটিকিল। পূজা ভাট্টে এই সন্দৰ্ভত কয়, ‘তেওঁলোকে খুব কম বয়সত বিবাহপাশত আৱদ্ধ হৈছিল। সেয়ে তেওঁলোকৰ বিবাহো নিটিকিল। দেউতাই মোক এই বিষয়ে সকলোবোৰ কথাই কৈছে। ছোনিয়াক আমি এতিয়াও সন্মান কৰো। সম্পৰ্ক কেতিয়াও কাগজৰ দৰে হ’ব নোৱাৰে, ফালি দিলেই সকলো শেষ হ’ব তেনে কোনো কথা নাই।’ বৰ্তমান পূজা ভাট্টে বিগ বছ অটিটিতো ভাগ লৈছে। বিগত বৰ্ষত Netflixত Bombay Begums ছবিৰে প্ৰত্যাবৰ্তন কৰিছে পূজাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Image credit- AI
জীৱনশৈলী

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

May 16, 2026
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা
ক্ৰীড়া

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

May 16, 2026
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ
জীৱনশৈলী

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

May 16, 2026
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!
জীৱনশৈলী

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

May 16, 2026
Next Post
বান্দ্ৰাত ৰাজকীয় ফ্লেট! কোটি কোটি টকীয়া বাহন, শ্বাহৰুখৰ মেনেজাৰ পূজাৰ দৰমহা কিমান?

বান্দ্ৰাত ৰাজকীয় ফ্লেট! কোটি কোটি টকীয়া বাহন, শ্বাহৰুখৰ মেনেজাৰ পূজাৰ দৰমহা কিমান?

৫ দিন পাছতেই কন্যা ৰাশিত মিলিত হ’ব সূৰ্য আৰু মঙ্গল! ভাগ্য উদয় হ’ব এই ৩ ৰাশিৰ জাতকৰ

৫ দিন পাছতেই কন্যা ৰাশিত মিলিত হ’ব সূৰ্য আৰু মঙ্গল! ভাগ্য উদয় হ’ব এই ৩ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.