• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বান্দ্ৰাত ৰাজকীয় ফ্লেট! কোটি কোটি টকীয়া বাহন, শ্বাহৰুখৰ মেনেজাৰ পূজাৰ দৰমহা কিমান?

3 years ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

38 minutes ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

1 hour ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

2 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

3 hours ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

4 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

5 hours ago
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বান্দ্ৰাত ৰাজকীয় ফ্লেট! কোটি কোটি টকীয়া বাহন, শ্বাহৰুখৰ মেনেজাৰ পূজাৰ দৰমহা কিমান?

editor by editor
September 12, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
বান্দ্ৰাত ৰাজকীয় ফ্লেট! কোটি কোটি টকীয়া বাহন, শ্বাহৰুখৰ মেনেজাৰ পূজাৰ দৰমহা কিমান?
0
SHARES
23k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শ্বাহৰুখ খানৰ মেনেজাৰ পূজা দাদলানী। তেওঁৰ মাহিলী উপাৰ্জনে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীকেই পিছপেলাই। প্ৰায় এক দশক ধৰি শ্বাহৰুখৰ মেনেজাৰ হিচাপে আছে পূজা। কেৱল মাত্ৰ কিং খানৰ ছবিৰ কাম কাজেই পূজা সামৰি ৰাখে তেনে নহয়। পূজাৰ দায়িত্বত আছে শ্বাহৰুখৰ ব্ৰেণ্ড এণ্ডৰ্ছমেণ্ট আৰু আইপিএল ক্ৰিকেট টিম Kolkata Knight Ridersৰো তেওঁ মেনেজাৰৰ দায়িত্বত আছে।

কেৱল শ্বাহৰুখৰ সমূহ দায়িত্বই লয় তেনে নহয়। গৌৰী খান, ছুহানা, আৰিয়ান আৰু আব্ৰাহামৰ সৈতেও তেওঁৰ আন্তৰিক সম্পৰ্ক আছে। সময়ৰ সৈতে শ্বাহৰুখৰ পৰিয়ালৰ সদস্যই হৈ পৰিছে পূজা দাদলানী। কিন্তু এটা কথা জানেনে? শ্বাহৰুখ আৰু পূজা দাদলানীৰ জন্মদিনো একেই। ১৯৭৬ চনৰ ২ নৱেম্বৰত জন্ম পূজাৰো। বৰ্তমানলৈ প্ৰায় ৬ মিলিয়ন মাৰ্কিন ডলাৰৰ অধিকাৰী পূজা। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ৪৫ কোটি টকা। এই হিচাপ ২০২০ চনলৈকে থকা সম্পত্তিৰ হিচাপহে। বিগত ৩ বছৰ তেওঁৰ সম্পত্তিৰ পৰিমান প্ৰায় ১ মিলিয়নলৈকে বৃদ্ধি হৈছে।

শ্বাহৰুখৰ সৈতে ছাঁৰ দৰে লাগি থকা পূজাৰ মাহিলী দৰমহা কিমান সেই বিষয়টো বহুতেই জানিব খোজে। বলীউডৰ এক সূত্ৰৰ খবৰ অনুসৰি পূজাই মাহিলী ২০ কোটি টকা দৰমহা পায়। বলীউডৰ বহু অভিনেতা অভিনেত্ৰীয়েই মাহিলী ইমান ধন আয় কৰিব নোৱাৰে। পূজাক কেৱল দৰমহাৰ টকাহে দিয়ে শ্বাহৰুখে তেনে নহয়। বিভিন্ন সূত্ৰই প্ৰকাশ কৰামতে পূজাক কেইবাখনো বিলাসবহুল গাড়ীও উপহাৰ দিছে শ্বাহৰুখে। পূজা দাদলানীৰ গেৰেজত আছে Rolls Rover, Lamborghini, Audi কে ধৰি কেইবাখনো বিলাসী বাহন। শ্বাহৰুখৰ পত্নী গৌৰীয়ে পূজাৰ বাবেই শ্বাহৰুখৰ কোনো দিশতেই মূৰ ঘমাবলগীয়া নহয় বুলি বহু সময়ত কৈ আহিছে। শ্বাহৰুখে যাতে অভিনয়ৰ বাহিৰে আন কোনো কামতেই মন দিব নালাগে তাৰ যাৱতীয় সকলো ব্যৱস্থা কৰি ৰাখে পূজাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
জীৱনশৈলী

April 18, 2026
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?
জীৱনশৈলী

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

April 18, 2026
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে
জীৱনশৈলী

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

April 18, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

Next Post
৫ দিন পাছতেই কন্যা ৰাশিত মিলিত হ’ব সূৰ্য আৰু মঙ্গল! ভাগ্য উদয় হ’ব এই ৩ ৰাশিৰ জাতকৰ

ৰাছিয়াত উপস্থিত হৈছে কিম জং উন, বিমানেৰে নগৈ বুলেটপ্ৰুফ ৰে’লেৰে কিয় গ’ল কিম জং উন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন