• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিনি পাইছে নে এইজন ছুপাৰষ্টাৰক, ৩বছৰ বিচনাত পৰি থাকি, ২৩ টা কৈ চাৰ্জাৰী কৰিয়ো সম্পূৰ্ণ ফিট

চিনি পাইছে নে এইজন ছুপাৰষ্টাৰক, ৩বছৰ বিচনাত পৰি থাকি, ২৩ টা কৈ চাৰ্জাৰী কৰিয়ো সম্পূৰ্ণ ফিট

2 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

6 minutes ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

41 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

2 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

2 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

3 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

3 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

4 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

5 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

6 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চিনি পাইছে নে এইজন ছুপাৰষ্টাৰক, ৩বছৰ বিচনাত পৰি থাকি, ২৩ টা কৈ চাৰ্জাৰী কৰিয়ো সম্পূৰ্ণ ফিট

editor by editor
September 1, 2024
in চিনেমা, জীৱনশৈলী
0
চিনি পাইছে নে এইজন ছুপাৰষ্টাৰক, ৩বছৰ বিচনাত পৰি থাকি, ২৩ টা কৈ চাৰ্জাৰী কৰিয়ো সম্পূৰ্ণ ফিট
0
SHARES
347
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনি পাইছে নে এইজন ছুপাৰষ্টাৰক, ৩বছৰ বিচনাত পৰি থাকি, ২৩ টা কৈ চাৰ্জাৰী কৰিয়ো সম্পূৰ্ণ ফিট

দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰষ্টাৰ সুপৰিচিত অভিনেতা এগৰাকীয়ে সদ্যহতে এক সাক্ষাতাৰত নিজৰ বিষয়ে কয়। যি কথা শুনি আচৰিত হৈ পৰিছে অনুৰাগী সকল। সেই অভিনেতাগৰাকী হৈছে- চিয়ান বিক্ৰম, যি বৰ্তমানে তেওঁৰ ছবি ‘থাংগালান’ৰ বাবে শিৰোনামত। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত নিজৰ সংগ্ৰামৰ বিষয়ে উল্লেখ কৰে।

সেই সাক্ষাতকাৰত অভিনেতাজনে নিজৰ জীৱনৰ সকলোতকৈ বেয়া পৰ্যায়ৰ কথা উল্লেখ কৰে। অভিনেতা বিক্ৰমে দুৰ্ঘটনাৰ বিষয়ে কয়। তেওঁ কয়- মই ৩ বছৰ ধৰি বিচনাত পৰি আছিলো। এবছৰ ধৰি লাঠিৰ সহায়ত খোজ কাঢ়িছিলো। তাৰ পিছত ৪ বছৰ ধৰি মই ভালদৰে খোজ কাঢ়িব পৰা নাছিলো।”

এখন নাটকখনৰ বাবে অতিশয় উত্তেজিত হৈ পৰাৰ বাবেই এখ দুৰ্ঘটনাত পতিত হৈছিল অভিনেতা বিক্ৰম। যাৰ বাবেই বহু কষ্টৰ সন্মুখিন হৈছিল। সেই দুৰ্ঘটাৰ পাছতে সম্পূৰ্ণ ঠিক হবৰ বাবে এটা -দুটা নহয় ২৩ টা কৈ অস্ত্ৰোপ্ৰচাৰ কৰিব লগা হৈছিল।

কিন্তু কোৱা হয় যে য’ত ইচ্ছা আছে তাতেই উপায় আছে, অভিনেতাজনৰ ক্ষেত্ৰতো একেই হৈছিল আৰু ইমান বিপদৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ সম্পূৰ্ণ সুস্থহৈ উঠি বহু চিনেমাত সুন্দৰকৈ এক্সনো কৰিছে। আজিৰ তাৰিখত অভিনেতা বিক্ৰম এগৰাকী আগশাৰীৰ অভিনেতা। যাৰ চিনেমা নচোৱা মানুহ হয়তো এই ভাৰতত নোলাব। অপৰিচিত, আই আদি অন্যতম জনপ্ৰিয় চিনেমা এইগৰাকী অভিনেতাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chiyan BikramSouth ActorVikram
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

October 6, 2026
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা
জীৱনশৈলী

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

October 6, 2026
Next Post
পুনৰ কংগ্ৰেছলৈ আহিব নেকি ৰিপুন বৰা! তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে

পুনৰ কংগ্ৰেছলৈ আহিব নেকি ৰিপুন বৰা! তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে

চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, অগ্নিগৰ্ভা কলকাতাত পুনৰ নিৰ্লজ্জ কাণ্ড

চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, অগ্নিগৰ্ভা কলকাতাত পুনৰ নিৰ্লজ্জ কাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.