• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচৰ MIS স্কিমত ১,০০,০০০ টকা জমা কৰিলে প্ৰতিমাহত কিমান সুদ পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১,০০,০০০ টকা জমা কৰিলে প্ৰতিমাহত কিমান সুদ পাব?

1 year ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

30 minutes ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

55 minutes ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

2 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

3 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

16 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

17 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

17 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

18 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

18 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

19 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

20 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পোষ্ট অফিচৰ MIS স্কিমত ১,০০,০০০ টকা জমা কৰিলে প্ৰতিমাহত কিমান সুদ পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১,০০,০০০ টকা জমা কৰিলে প্ৰতিমাহত কিমান সুদ পাব?

editor by editor
August 29, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পোষ্ট অফিচৰ MIS স্কিমত ১,০০,০০০ টকা জমা কৰিলে প্ৰতিমাহত কিমান সুদ পাব?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বৰ্তমান প্ৰতিজন লোকেই বিচাৰে যে তেওঁলোকৰ সঞ্চয় নিৰাপদ থাকক আৰু বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ আহক৷ বৰ্তমান সময়ত প্ৰায় সকলোলোকেই এনে স্থানত বিনিয়োগ কৰিব খোজে য’ত সুৰক্ষিতভাৱে মোটা টকা ৰিটাৰ্ণ পোৱা যায়৷ কিন্তু বজাৰৰ ওঠা নমাৰ সৈতে যুক্ত হৈ নথকা বিনিয়োগ বিচাৰে৷ নিৰাপদ স্থানত বিনিয়োগ কৰিলে ধন হেৰুওৱাৰ ভয় নাথাকে৷
পোষ্ট অফিচৰ বিভিন্ন স্কিম আছে, যৰ পৰা সুৰক্ষিতভাৱে মোটা টকা ৰিটাৰ্ণ পোৱা যাব পাৰে৷ ভাৰতৰ পোষ্ট অফিচত দেশৰ সাধাৰণ নাগৰিকসকলৰ চাহিদাৰ কথা মূৰত ৰাখি বিভিন্ন ধৰণৰ সঞ্চয় প্ৰকল্প পৰিচালনা কৰে৷ পোষ্ট অফিচত RD, TD, MIS, PPF কিষাণ বিকাশ পত্ৰসহ বহু ধৰণৰ একাউণ্ট খুলিব পাৰে৷ পোষ্ট অফিচত MIS অৰ্থাৎ মাহিলী আয় প্ৰকল্পত বিনিয়োগকাৰীয়ে প্ৰতিমাহে এক নিৰ্দিষ্ট সুদ পায়৷ এই সুদৰ টকা বেংক একাউণ্টত জমা হয়৷ পোষ্ট অফিচৰ MISৰ প্ৰকল্পৰ ১ লাখ টকা জমা কৰিলে প্ৰতিমাহত কিমান সুদ পোৱা যাব?

পোষ্ট অফিচৰ MIS প্ৰকল্পত ৭.৬ শতাংশ সুদ দিয়া হৈছে

পোষ্ট অফিচে তেওঁলোকৰ গ্ৰাহকৰ মাহিলী আয় প্ৰকল্পত ৭.৬ শতাংশ বাৰ্ষিক সুদ দিছে৷ পোষ্ট অফিচৰ MIS প্ৰকল্পত কমপক্ষে ১০০০ টকা জমা কৰিব পাৰে৷ এই প্ৰকল্পৰ আওতাত এটা একক একাউণ্টত সৰ্বোচ্চ ৯ লাখ টকা জমা কৰিব পাৰে৷ কোনোৱে যদি এক যৌথ একাউণ্ট খোলে তেন্তে ইয়াত সৰ্বোচ্চ ১৫ লাখ টকা জমা কৰিব পাৰে৷ যৌথ একাউণ্টত সৰ্বাধিক ৩ জনক অন্তৰ্ভুক্ত কৰিব পাৰে৷ জমা কৰা সমস্ত টকা ম্যাদপূৰ্তিৰ পাছত আকৌ উভতাই পাব আপুনি৷
পোষ্ট অফিচত এটা MIS একাউণ্ট খুলিবলৈ হলে পোষ্ট অফিচত এটা ছেভিংছ একাউণ্ট থাকিব লাগে৷ যদি এতিয়াও আপুনি পোষ্ট অফিচত ছেভিংছ একাউণ্ট অপেন কৰা নাই তেতিয়াহলে MIS স্কিমত বিনিয়োগ কৰাৰ পূৰ্বে এটা ছেভিংছ একাউণ্ট খুলিব লাগিব৷ পোষ্ট অফিচৰ এই স্কিম ৫ বছৰৰ ভিতৰত মেচিউৰ হয়৷ যদি পোষ্ট অফিচৰ MIS স্কিমত ১০০,০০০ টকা জমা কৰা হয়, তেন্তে প্ৰতিমাহত ৬৩৩ টকা নিৰ্দিষ্ট হাৰত সুদ পোৱা যাব৷ ইয়াৰ সৈতে ম্যাদপূৰ্তিৰ পাছত সম্পূৰ্ণ ১,০০,০০০ টকা উভতাই পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?
অপৰাধ

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

September 3, 2026
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ
ভাৰত

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

September 3, 2026
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন
জীৱনশৈলী

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

September 3, 2026
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব
প্ৰযুক্তি

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

September 2, 2026
Next Post
জন্মাষ্টমীৰ পাছত দেওবাৰে ৰাধাষ্টমী, জানক কেনেকৈ ৰাধাৰাণীৰ পূজা কৰিব?

জন্মাষ্টমীৰ পাছত দেওবাৰে ৰাধাষ্টমী, জানক কেনেকৈ ৰাধাৰাণীৰ পূজা কৰিব?

চাৰে সাতি দশা চলি থকাৰ সময়ত ভুলতো সোণৰ গহনা নিপিন্ধিব, শনিৰ ৰোষত আহিব পাৰে এইসমূহ বিপদ

চাৰে সাতি দশা চলি থকাৰ সময়ত ভুলতো সোণৰ গহনা নিপিন্ধিব, শনিৰ ৰোষত আহিব পাৰে এইসমূহ বিপদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.