• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

2 months ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

5 minutes ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

49 minutes ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

1 hour ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

2 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

4 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

20 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

editor by editor
January 22, 2026
in জীৱনশৈলী, বাণিজ্য
0
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
0
SHARES
562
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ বিশ্বত সকলোৱে ধন সম্পূৰ্ণ নিৰাপদে থাকক বুলি ভাল ঠাইত ধন বিনিয়োগ কৰিব খোজে৷ যদি আপুনি ধন হেৰুৱাৰ ভয় নথকাকৈ লাভৰ স্কিম বিচাৰিছে তেন্তে পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট স্কিমটো দুৰ্দান্ত৷ চৰকাৰী গেৰেণ্টি আৰু ৬.৭ শতাংশৰ চমৎকাৰ সুদৰ হাৰে ইয়াক মধ্যবিত্তৰ বাবে নিৰ্ভৰযোগ্য বিনিয়োগৰ বিকল্প কৰি তুলিছে৷

পোষ্ট অফিচ RDৰ কেলকুলেছন কি?

পোষ্ট অফিচ RDত অলপ পৰিমাণে বিনিয়োগ আৰম্ভ কৰিব পাৰে৷

দীৰ্ঘম্যাদত এই স্কিমে এজনক লাখপতি হিচাপে গঢ়ি তোলাত সহায়ক৷

বৰ্তমান RDত ৬.৭ শতাংস বাৰ্ষিক সুদ দিয়া হৈছে৷

সুদ ত্ৰৈমাহিক চক্ৰবৃদ্ধিৰ মাধ্যমেৰে গণনা কৰা হৈছে৷

চক্ৰবৃদ্ধিয়ে দ্ৰুত অৰ্থ বৃদ্ধিত সহায় কৰে৷ এক ডাঙৰ ফাণ্ড তৈয়াৰ কৰাও ইয়াৰ দ্বাৰাই সম্ভৱ৷

২৫০০০ টকা বিনিয়োগৰ পৰা ৪২ লাখৰ ফাণ্ড

কেনেকৈ ২৫০০০ টকাৰ মাহিলী বিনিয়োগে আপোনাক ৪২ লাখতকৈ বেছি ফাণ্ড দিব পাৰে?

মাহিলী বিনিয়োগঃ ২৫০০০ টকা৷

বিনিয়োগৰ ম্যাদঃ ১০ বছৰ

সুদৰ হাৰঃ ৬.৭শতাংশ বাৰ্ষিক

মুঠ বিনিয়োগঃ ৩০, ০০, ০০০ টকা

সুদঃ ১২, ৮০, ১৭৯ টকা

মুঠ ফাণ্ডঃ ৪২, ৮০, ১৭৯ টকা৷

১০ বছৰত আপুনি আপোনাৰ পকেটৰ পৰা মুঠ ৩০লাখ টকা জমা কৰিব৷

যাৰ ওপৰত চৰকাৰে আপোনাক মাত্ৰ ১২.৮০ লাখ টকা সুদ দিব৷

মাত্ৰ ১০ বছৰৰ ম্যাদ

পোষ্ট অফিচ RDৰ মূল ম্যাদ ৫ বছৰ৷

নিয়ম অনুসৰি ইয়াক পৰবৰ্তী ৫ বছৰৰ বাবেও বঢ়াব পাৰি৷

মুঠ ১০ বছৰৰ বিনিয়োগে দীৰ্ঘম্যাদি সুবিধা দিয়ে৷

চক্ৰবৃদ্ধি বা কম্পাউণ্ডিং সুদৰ ওপৰতো সুদ দিয়ে৷

দীৰ্ঘম্যাদত কেৱল সুদৰ পৰাই লাখ লাখ টকা পাব পাৰে আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?
জীৱনশৈলী

April 1, 2026
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?
জীৱনশৈলী

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

April 1, 2026
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?
জীৱনশৈলী

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

April 1, 2026
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক
জীৱনশৈলী

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

April 1, 2026
Next Post
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন