• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

3 weeks ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

48 minutes ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

2 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

3 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

5 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

6 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

6 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

7 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

8 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

8 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

নতুন শ্ৰেণীৰ নথি-পত্ৰ আৰু পাৰ্চেলৰ লগতে ডাক বিভাগে স্পীড পোষ্টৰ বাবেও নতুন চাৰ্জৰ কথা ঘোষণা কৰিছে।

editor by editor
July 28, 2026
in বাণিজ্য, বিবিধ, লেখা
0
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম
0
SHARES
195
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত ডাক সেৱাৰ পৰিসৰ দিনক দিনে বৃদ্ধি পাইছে। কম খৰচী আৰু সহজ সেৱাৰ উপলব্ধতাৰ বাবে বৰ্তমান অধিকাংশ লোকে নথি-পত্ৰ আৰু বিভিন্ন সামগ্ৰী প্ৰেৰণৰ বাবে ডাকঘৰৰ সেৱা বাছি লৈছে। যদি আপুনিও ডাকঘৰৰ এই সেৱাসমূহ ব্যৱহাৰৰ পৰিকল্পনা কৰিছে, তেন্তে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। ডাক বিভাগে প্ৰথমবাৰৰ বাবে ‘ডকুম্ণ্ট’ৰ সংজ্ঞা সংজ্ঞায়িত কৰি এক অধিসূচনা জাৰি কৰিছে। নতুন সংজ্ঞা অনুসৰি চিঠি, মুদ্ৰিত সামগ্ৰী আৰু বিক্ৰী কৰি কোনো ধৰণৰ আৰ্থিক মূল্য নথকা কিছুমান বস্তু নথি হিচাপে গণ্য কৰা হ’ব। ইয়াৰ বাহিৰৰ সকলো বস্তুকে পাৰ্চেল হিচাপে ধৰা হয়।

খুচুৰা আৰু পাইকাৰী গ্ৰাহকৰ বাবে ২৪ ঘণ্টীয়া স্পীড পোষ্ট আৰু ৪৮ ঘণ্টীয়া স্পীড পোষ্ট সেৱাৰ বাবেও নতুন চাৰ্জ ঘোষণা কৰা হৈছে এই অধিসূচনাত। এই সেৱাসমূহে ক্ৰমে ২৪ ঘণ্টা আৰু ৪৮ ঘণ্টাৰ ভিতৰত সামগ্ৰী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

ডাক বিভাগৰ নতুন নিয়ম অনুসৰি এতিয়া কোনবোৰ বস্তু নথি-পত্ৰৰ শ্ৰেণীত পৰে সেয়া সহজভাৱে বুজিব পাৰিব। ফলত এনে নথি-পত্ৰ প্ৰেৰণৰ খৰচো তুলনামূলকভাৱে কম হ’ব। গ্ৰাহকৰ সুবিধাৰ কথা মনত ৰাখি নথি-পত্ৰ আৰু পাৰ্চেল পৃথক পৃথক শ্ৰেণীত ৰখা হৈছে।

বিজ্ঞপ্তি অনুসৰি বেংকিং, বিত্তীয় সেৱা আৰু বীমা (বিএফএছআই) সম্পৰ্কীয় বিভিন্ন সামগ্ৰী যেনে ৱেলকাম কিট, চিঠি, পাছবুক, চেকবুক, বেংক ষ্টেটমেন্ট, প্লাষ্টিক কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, এই সকলোবোৰ নথিৰ শিতানত অন্তৰ্ভুক্ত কৰা হ’ব।” width=”1200″ height=”900″ class=”wp-image-2825182 size-full” /> কি কি বস্তু ডকুমেণ্ট বুলি গণ্য কৰা হ’ব?

পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ, পাছপ’ৰ্ট, ড্ৰাইভিং লাইচেন্স – এইবোৰকো নথি হিচাপে গণ্য কৰা হ’ব। ইয়াৰ উপৰিও ৫০০ গ্ৰাম পৰ্যন্ত অবাণিজ্যিক পেকেট যেনে- ৰাখী খাম বা পেকেট আৰু গ্ৰিটিং কাৰ্ডকো নথি হিচাপে গণ্য কৰা হ’ব।

অধিসূচনাৰ টোকা-১ত উল্লেখ কৰা বস্তুৰ বাহিৰে বাকী সকলো বস্তু পাৰ্চেল অংশলৈ প্ৰেৰণ কৰিব লাগে।” width=”1600″ height=”900″ class=”wp-image-2825184 size-full” /> ইয়াৰ উপৰিও চৰকাৰী নথি-পত্ৰ যেনে- পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ, পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স – এইবোৰকো ডকুমেণ্ট হিচাপে গণ্য কৰা হ’ব।

খুচুৰা গ্ৰাহকৰ বাবে বৰ্তমানৰ চাৰ্জৰ কোনো পৰিৱৰ্তন হোৱা নাই। অৱশ্যে নথি শাখাত বাল্ক বুকিঙৰ বাবে নতুন ৰেট নিৰ্ধাৰণ কৰা হৈছে।

১ আগষ্টৰ পৰা খুচুৰা গ্ৰাহকৰ পৰা ২৪ স্পীড ডাক সেৱাৰ বাবে ওজন আৰু দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো পেকেটত ৩৮ টকাৰ পৰা ১৮৬ টকা লোৱা হ’ব। ইয়াৰে ৫০ গ্ৰাম পৰ্যন্ত ওজনৰ পেকেট এটাৰ স্থানীয় ডাক খৰচ ৩৮ টকা আৰু দেশৰ আন এটা অংশলৈ প্ৰেৰণৰ বাবে ৯৪ টকা (প্লাছ জি এছ টি)।” width=”1600″ height=”1600″ class=”wp-image-2825186 size-full” /> ডাক বিভাগে স্পীড পোষ্ট চাৰ্জৰ পৰিৱৰ্তন কৰিছে। বৰ্তমানৰ কোনো পৰিৱৰ্তন হোৱা নাই, কিন্তু নথিপত্ৰ বিভাগত বাল্ক বুকিঙৰ বাবে নতুন হাৰ নিৰ্ধাৰণ কৰা হৈছে, খুচুৰা গ্ৰাহকৰ পৰা ওজন আৰু দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো পেকেটৰ বাবে ৩৮ টকাৰ পৰা ১৮৬ টাকা লোৱা হ’ব।

ওজন অনুযায়ী নতুন চাৰ্জ-

অধিসূচনা অনুসৰি- ৫১-২৫০ গ্ৰাম: ১১৮-১৫৪ টাকা
২৫১-৫০০ গ্ৰাম: ১৪০-১৮৬ ​​টকা
এই চাৰ্জ প্ৰতিটো পেকেটত প্ৰযোজ্য হ’ব।
আনহাতে, বাল্ক অৰ্ডাৰৰ গ্ৰাহকৰ বাবে
২৪ ঘণ্টীয়া স্পীড ডাক সেৱা: ৩৮ৰ পৰা ১০০ টকা।
৪৮ ঘণ্টীয়া স্পীড ডাক সেৱাঃ ৪৮ৰ পৰা ৭২ টকীয়া
চাৰ্জ নিৰ্ধাৰণ কৰা হৈছে।

ডাক বিভাগে লগতে কয় যে ৪৮ স্পীড পোষ্ট সেৱাৰ বাবে খুচুৰা গ্ৰাহকে প্ৰতিটো পেকেটৰ ওজন আৰু গন্তব্যস্থানৰ ওপৰত ভিত্তি কৰি ৬১ৰ পৰা ১২১ টকা চাৰ্জ দিব লাগিব। বৰ্তমান দেশৰ ৬ খন চহৰতহে ২৪টা স্পীড পোষ্ট আৰু ৪৮টা স্পীড পোষ্ট সেৱা উপলব্ধ। সেইবোৰ হ’ল—দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু, হায়দৰাবাদ।” width=”1600″ height=”900″ class=”wp-image-2825188 size-full” /> ডাক বিভাগে লগতে কয় যে ৪৮ স্পীড ডাক সেৱাৰ বাবে খুচুৰা গ্ৰাহকে প্ৰতি পেকেটত ৬১ৰ পৰা ১২১ টকা চাৰ্জ দিব লাগিব ওজন আৰু গন্তব্যস্থানৰ ওপৰত ভিত্তি কৰি বৰ্তমান ২৪ স্পীড পোষ্ট আৰু ৪৮ স্পীড পোষ্ট সেৱা দেশৰ ৬ খন চহৰতহে উপলব্ধ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
Next Post
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.