• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচৰ RD স্কিমত ১৮০০ টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান ৰিটাৰ্ণ পাব?

6 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

6 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

7 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

পোষ্ট অফিচৰ RD স্কিমত ১৮০০ টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান ৰিটাৰ্ণ পাব?

পোষ্ট অফিচৰ RD স্কিমত ১৮০০ টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান ৰিটাৰ্ণ পাব?

editor by editor
August 8, 2025
in বাণিজ্য, বিবিধ, ভাৰত
0
পোষ্ট অফিচৰ RD স্কিমত ১৮০০ টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান ৰিটাৰ্ণ পাব?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আৰ্থিক ভৱিষ্যতক সুৰক্ষিত ৰাখিবলৈ সঞ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ৷ বহুতেই ধন যাতে হেৰুৱাবলগীয়া নহয় তাৰবাবে সুৰক্ষিত সুনিশ্চিত ৰিটাৰ্ণৰ বাবে পোষ্ট অফিচৰ বিভিন্ন স্কিমত বিনিয়োগ কৰে৷ ইয়াৰ মাজত অন্যতম জনপ্ৰিয় স্কিম হৈছে পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট৷ ৰেকাৰিং ডিপোজিট এক চিষ্টেমেটিক ছেভিংছ স্কিম যত নিৰ্দিষ্ট পৰিমাণে ধন প্ৰতিমাহে জমা দিয়া হয় আৰু নিৰ্ধাৰিত ম্যাদৰ শেষত সুদসহ সেই ধন উভতাই পোৱা যায়৷ ই মূলত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ বাবে আদৰ্শ এক সঞ্চয় পদ্ধতি৷
বেংকৰ দৰে পোষ্ট অফিচতো ৰেকাৰিং ডিপোজিটৰ সুবিধা লাভ কৰিব পাৰি৷ ইয়াত প্ৰতিমাহে আপুনি এক নিৰ্দিষ্ট অংকৰ ধন জমা ৰাখিব লাগে৷ বৰ্তমান পোষ্ট অফিচৰ আৰ ডি স্কিমত ৬.৭শতাংশ সুদ দিয়া হৈছে৷ সাধাৰণতে ৰেকাৰিং ডিপোজিটৰ ম্যাদত ৬০ মাহ মানে ৫ বছৰ সময়৷ এই স্কিমত ১৮০০ টকাকৈ প্ৰতিমাহে জমা কৰিলে মেচিউৰিটিত আপুনি লাভ কৰিব মুঠ ১,২৮,৪৫৯টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

Next Post
২৪ বছৰৰ পাছত ৰাখী পূৰ্ণিমাত গজলক্ষ্মী ৰাজযোগ, ভাগ্য সোণৰ দৰে চমকিব বৃষসহ এইকেইটা ৰাশিৰ

বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন