• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ বছৰৰ পাছত ৰাখী পূৰ্ণিমাত গজলক্ষ্মী ৰাজযোগ, ভাগ্য সোণৰ দৰে চমকিব বৃষসহ এইকেইটা ৰাশিৰ

২৪ বছৰৰ পাছত ৰাখী পূৰ্ণিমাত গজলক্ষ্মী ৰাজযোগ, ভাগ্য সোণৰ দৰে চমকিব বৃষসহ এইকেইটা ৰাশিৰ

1 year ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

5 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

5 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

6 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

6 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

7 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

8 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

9 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

10 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

10 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

11 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

12 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪ বছৰৰ পাছত ৰাখী পূৰ্ণিমাত গজলক্ষ্মী ৰাজযোগ, ভাগ্য সোণৰ দৰে চমকিব বৃষসহ এইকেইটা ৰাশিৰ

২৪ বছৰৰ পাছত ৰাখী পূৰ্ণিমাত গজলক্ষ্মী ৰাজযোগ, ভাগ্য সোণৰ দৰে চমকিব বৃষসহ এইকেইটা ৰাশিৰ

editor by editor
August 8, 2025
in জীৱনশৈলী
0
২৪ বছৰৰ পাছত ৰাখী পূৰ্ণিমাত গজলক্ষ্মী ৰাজযোগ, ভাগ্য সোণৰ দৰে চমকিব বৃষসহ এইকেইটা ৰাশিৰ
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৯ আগষ্টত পালিত হব ৰাখী বন্ধন৷ শাওনৰ পূৰ্ণিমা তিথি বা ৰাখী পুৰ্ণিমাত এইবাৰ ৪টাকৈ শুভ যোগ পৰিছে৷ ইয়াৰ মাজত সকলোতকৈ উল্লেখযোগ্য বিষয় হৈছে ২৪ বছৰৰ পাছত ৰাখীত গঠিত হোৱা গজলক্ষ্মী ৰাজযোগ৷ ৰাখী বন্ধনৰ দিনা থাকিবলগীয়া অন্য শুভযোগসমূহৰ ভিতৰত আছে বুধাদিত্য ৰাজযোগ, সৌভাগ্য যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগ৷ কৰ্কট ৰাশিত বুধ আৰু সূৰ্যৰ এটাই আনটোৰ কাষত কৰা অৱস্থানৰ ফলত গঠিত হব বুধাদিত্য ৰাজযোগ৷ আৰু মিথুন ৰাশিত বৃহস্পতি আৰু শুক্ৰৰ যুঁটিত গঠিত হব গজলক্ষ্মী ৰাজযোগ৷ ইয়াৰোপৰি মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ কাৰণে গঠিত হব সৰ্বাৰ্থ সিদ্ধি যোগ আৰু সৌভাগ্য যোগ৷ জানি থওক এইসমূহ শুভ যোগৰ ফলত ৰাখী পূৰ্ণিমাত কাৰ কাৰ ভাগ্য খুলিব?

বৃষ ৰাশি

বৃষ ৰাশিৰ দ্বিতীয় ঘৰত গঠিত হব গজলক্ষ্মী ৰাজযোগ৷ ইয়াৰ ফলত ৰাখী পূৰ্ণিমাৰ পৰাই অৰ্থলাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ পৰিয়ালৰ সদস্যসকলক সকলো কামতে কাষত পাব আপুনি৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তিক লৈ অসুবিধা থাকিলে সেই অসুবিধা দূৰ হব৷ নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব৷ নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিতেই গঠিত হব গজলক্ষ্মী ৰাজযোগ৷ বৃহস্পতি আৰু শুক্ৰৰ কৃপা থাকিব এই ৰাশিত৷ আৰ্থিকভাৱে লাভৱান হব মিথুন ৰাশিৰ জাতক৷ সমাজতো সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ আত্মবিশ্বাসো বৃদ্ধি পাব আৰু তাৰ জোৰতেই কঠিন কাম সম্পন্ন কৰিব পাৰিব৷ নিজৰ দুৰ্বলতা নিজেই আঁতৰাবলৈ সক্ষম হব৷ জীৱনক উপভোগ কৰাৰো সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিত গঠিত হব বুধাদিত্য ৰাজযোগ৷ ইয়াৰ শুভ প্ৰভাৱত পূৰ্বে কৰা কামৰ পৰাও লাভৱান হব কৰ্কট ৰাশিৰ জাতক৷ যি সাফল্য লাভৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰিছে এইবাৰ সেই সাফল্য় আপুনি লাভ কৰিব৷ উচ্চশিক্ষাৰ বাবে বিদেশযাত্ৰা কৰিব পাৰে৷ মনৰ ইচ্ছা পূৰণ হব৷ আৰ্থিকভাৱেও লাভৱান হব৷

ধনু ৰাশি

ৰাখী বন্ধনৰ পৰা শুভ সময় আহিব ধনু ৰাশিৰ জাতকৰ৷ এই সময়ত ধনু ৰাশিতেই গোচৰ কৰিব চন্দ্ৰই৷ এই সময়ত আপুনি নিজৰ সকলো কাম সহজে সম্পন্ন কৰিব পাৰিব৷ আপোনাৰ কথাৰ মাধুৰ্যৰে সকলোৰে মন জয় কৰিব পাৰিব৷ ৰাজনীতিবিদে জনসমৰ্থন পাব৷ সম্পদ আৰু প্ৰতিপত্তি লাভ কৰিব৷

মকৰ ৰাশি

ৰাখী পূৰ্ণিমাত গজলক্ষ্মী ৰাজযোগৰ পৰা লাভৱান হব মকৰ ৰাশিৰ জাতৰ৷ এই সময়ত আপোনাৰ প্ৰেম জীৱন ভাল হব৷ পাৰ্টনাৰক সকলো কামতে কাষত পাব৷ দাম্পত্য জীৱনত কোনো সমস্যা চলিলে এই সকলো সমস্যা এইবাৰ দূৰ হব৷ সম্পদ প্ৰাপ্তি হব পাৰে৷ নিজৰ চখ পুৰণত ধন খৰচ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!
ভাৰত

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

August 12, 2026
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?
প্ৰযুক্তি

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

August 12, 2026
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?
জীৱনশৈলী

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

August 12, 2026
Next Post
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

বয়স ৪০ পাৰ হওঁতেই সংগমত অনীহা! এই গোপন উপায় মানি চলক যৌ* সুখৰ অভাৱ নহয়

বয়স ৪০ পাৰ হওঁতেই সংগমত অনীহা! এই গোপন উপায় মানি চলক যৌ* সুখৰ অভাৱ নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.