• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

1 hour ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

5 minutes ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

21 minutes ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

57 minutes ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

2 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

3 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

4 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

5 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

editor by editor
April 6, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
0
SHARES
243
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সাধাৰণতে ডাকঘৰৰ নাম শুনিলেই মানুহৰ মনত চিঠিৰ ছবিহে ভাঁহি উঠে৷ কিন্তু এতিয়া যুগ সলনি হৈছে৷ এতিয়া এটা মিনি বেংক হিচাপে কাম কৰি আছে পোষ্ট অফিচে৷ য’ত সৰুৰ পৰা ডাঙৰলৈ বিভিন্ন ধৰণৰ ছেভিংছ প্লেন পোৱা যায়৷ ইয়াত ফিক্সড ডিপোজিট, ৰেকাৰিং ডিপোজিট, পাব্লিক প্ৰভিডেণ্ট ফান্ড, চিনিয়ৰ চিটিজেন চেভিংছ স্কিম, চাইল্ড ছেভিংছ স্কিম, কিষাণ বিকাশ পত্ৰ, মান্থলি ইনকাম স্কিম সকলো পোৱা যায়৷
মধ্যবিত্তৰ বাবে পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট সকলোতকৈ ভাল হিচাপে বিবেচিত হয়৷ ইয়াত আপুনি সামান্য সামান্যকৈ ধন জমা দিয়েই লাখ লাখ ধন জমা কৰিব পাৰে৷ এই পৰিকল্পনাৰ পৰা ভাল ৰিটাৰ্ণো পোৱা যায়৷
এই স্কিম আৰম্ভ কৰাৰ প্ৰথম চৰ্ত হৈছে আপোনাৰ পোষ্ট অফিচত এটা ছেভিংছ একাউণ্ট থকাটো আৱশ্যক৷ পোষ্ট অফিচৰ RD স্কিমত আপোনাক বাৰ্ষিক ৬.৭ শতাংশ সুদ দিয়া হয়৷ এই সুদ প্ৰতি ৩ মাহত অৰ্থাৎ ত্ৰিমাহিকভাৱে আপোনাৰ মূল টকা যোগ কৰা হয়৷ ইয়াৰ ফলত কম্পাউণ্ডিং অনুযায়ী আপোনাৰ ধন দ্ৰুত বৃদ্ধি কৰিব পাৰে৷ এই পৰিকল্পনাৰে ভাল ৰিটাৰ্ণ পোৱা যায়৷
এই স্কিম আৰম্ভ কৰাৰ প্ৰথম চৰ্ত হৈছে আপোনাৰ পোষ্ট অফিচত এটা ছেভিংছ একাউণ্ট থকা আৱশ্যক৷ পোষ্ট অফিচৰ RD স্কিমত আপোনাক বাৰ্ষিক ৬.৭ শতাংশ সুদ দিয়া হয়৷ এই সুদ প্ৰতি ৩ মাহত অৰ্থাৎ ত্ৰিমাহিকভাৱে আপোনাৰ মূল টকাৰ যোগ কৰা হয়৷ ইয়াৰ ফলত কম্পাউণ্ডিং অনুযায়ী আপোনাৰ টকা দ্ৰুত বৃদ্ধি পায়৷
ধৰা হ’ল এই স্কিমৰ অধীনত আপুনি প্ৰতিমাহে ৩৫০০ টকা জমা দিয়ে৷ তেন্তে ৫ বছৰ অৰ্থাৎ ৬০ মাহৰ পাছত আপোনাৰ মুঠ জমা টকা হ’ব ২১০,০০০ টকা৷ ৫ বছৰ শেষ হোৱাৰ পাছত আপুনি পাব ২৪৯,৭৭৬ টকা৷ অৰ্থাৎ আপুনি অতিৰিক্ত ৩৯,৭৭৬ টকা সুদ হিচাপে পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

April 6, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
Next Post
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন