• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PPE KIT পিন্ধি ‘বিগ-বি’ৰ কাষলৈ কোন আহে?

PPE KIT পিন্ধি ‘বিগ-বি’ৰ কাষলৈ কোন আহে?

6 years ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

10 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

11 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

11 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

12 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

13 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

14 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

15 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

15 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

16 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

17 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

18 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

PPE KIT পিন্ধি ‘বিগ-বি’ৰ কাষলৈ কোন আহে?

অমিতাভ বচ্চনৰ হাস্পতালৰ অভিজ্ঞতা

editor by editor
July 26, 2020
in ক'ভিড-১৯, ভাৰত, স্বাস্থ্য
0
PPE KIT পিন্ধি ‘বিগ-বি’ৰ কাষলৈ কোন আহে?
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘আপুনি কেতিয়াও গম নাপাব PPE KIT পৰিহিত তেওঁলোক ডাক্টৰ নে নাৰ্ছ।’ ক’ৰোনাত আক্ৰান্ত বলীউডৰ মহানায়ক অমিতাভ বচ্চনৰ হাস্পতালৰ অভিজ্ঞতা এয়া। ক’ৰোনাত আক্ৰান্ত হোৱাৰ পাছত ১১ জুলাইৰ পৰা মুম্বাইৰ নানাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছে বিগ-বি। হাস্পতালৰ আইছ’লেচন ৱাৰ্ডত থকা অমিতাভ বচ্চনৰ স্বাস্থ্য সম্প্ৰতি সুস্থিৰ বুলি জনাইছে চিকিৎসকে। হাস্পতালৰ দিনকেইটা ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ আছে বিগ-বি। ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিগ-বিয়ে তেওঁৰ অনুৰাগীক চিকিৎসালয়ৰ অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰিছে। অমিতাভ বচ্চনে জনাইছে যে- ‘ক’ৰোনা ভাইৰাছে মানসিকভাৱে দুৰ্বল কৰি তোলে মানুহক। নিশা গভীৰ হৈ আহিলে চিকিৎসালয়ৰ শীতল কক্ষটোত মই শুই পৰো। টোপনি আহিবৰ বাবে জোৰ কৰি চকু মুদি দিওঁ। মোৰ ওচৰত কোনো নাথাকে। সপ্তাহধৰি অন্য কোনো কাৰো সৈতে সংস্পৰ্শলৈ আহিব নোৱাৰে। নাৰ্ছ আৰু ডাক্টৰ থাকে যদিও সদায় PPE KIT পৰিহিত অৱস্থাতহে তেওঁলোকক দেখা পাওঁ। তেওঁলোকৰ উপস্থিতি একপ্ৰকাৰ ৰবটৰ দৰেহে লাগে। ঔষধ দিবৰ বাবে এটা সময়ত এগৰাকী নাৰ্ছ আহি ঔষধ দি পুনৰ ঘূৰি যায়। চিকিৎসালয়ৰ পৰা ৰোগী সুস্থ হৈ উভতি যোৱাৰ পাছতো অন্য লোকে তেওঁক অস্বাভাৱিক আচৰণ কৰে। এনেকুৱা ব্যৱহাৰ কৰে যে তেওঁ ৰোগ লৈহে ফুৰিছে। এনে ব্যৱহাৰৰ বাবে মানুহ মানসিক অৱসাদত ভোগে আৰু নিজকে অকলশৰীয়া অনুভৱ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amitabh bachchanasom live 24assam live 24axom live 24covid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?
বিনোদন

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

July 13, 2026
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’
বিনোদন

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

July 13, 2026
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা
ভাৰত

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

July 13, 2026
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
Next Post
মহিলা-শিশুৰ বাবে কোভিড চিকিৎসালয়

মহিলা-শিশুৰ বাবে কোভিড চিকিৎসালয়

লখিমপুৰৰ লালুকত কিশোৰৰ মৃতদেহ উদ্ধাৰ

লখিমপুৰৰ লালুকত কিশোৰৰ মৃতদেহ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.