• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে…

তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে…

2 years ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

28 minutes ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

1 hour ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

2 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

3 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

15 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

15 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

15 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

16 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

16 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

18 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে…

editor by editor
March 24, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে…
0
SHARES
601
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে…

দীৰ্ঘদিন ধৰি বব্বৰ পৰিয়ালৰ ভিতৰুৱা মহলত চলি থকা মতানৈক্য সকলোৰে জ্ঞাত। বিগত ফেব্ৰুৱাৰী মাহত বলীউডৰ অভিনেতা প্ৰতীক বব্বৰৰ বিয়াৰ দিনাই পোহৰলৈ আহে এই সম্পৰ্কৰ সমস্যাৰ কথা।

ভেলেণ্টাইন ডে’ ১৪ ফেব্ৰুৱাৰীৰ দিনা দীৰ্ঘদিনীয়া প্ৰেমিকা প্ৰিয়া বেনাৰ্জীৰ সৈতে বিয়াত বহিছিল বলীউডৰ অভিনেতা প্ৰতীক বব্বৰে। এই বিশেষ দিনটোত কিন্তু প্ৰতীকে পিতৃ ৰাজ বব্বৰ তথা পৰিয়ালৰ আন কোনো সদস্যকে নিমন্ত্ৰণ নিদিয়ে। তেতিয়াই জানিব পৰা যায় বব্বৰ পৰিয়ালৰ ফাঁট মেলাৰ কথা।

কিন্তু এইবাৰ খবৰ আহিছে প্ৰতীকে সম্পূৰ্ণ ত্যাগ কৰিলে বব্বৰ পৰিয়াল। পিতৃক তাজ্য কৰি নিজৰ নামৰ পৰা আঁতৰাই পেলালে বব্বৰ উপাধী। এতিয়া নিজৰ নাম কৰি ল’লে ‘প্ৰতীক স্মিতা পাটিল’।

প্ৰতীকে নিজৰ নামৰ সৈতে প্ৰয়াত মাতৃ তথা বলীউডৰ একালৰ মোহময়ী অভিনেত্ৰী স্মিতা পাটিলৰ নাম সংযোজন কৰে। এই সন্দৰ্ভত অভিনেতা প্ৰতীকে কয় যে তেওঁ কেৱল নিজৰ নাম আৰু পৰিচয়ক মাতৃৰ সৈতে জড়িত কৰিব বিচাৰে।

লগতে এইটোও কয় যে, মই কেৱল মোৰ মাতৃৰ জৰিয়তেহে থাকিব বিচাৰো, মোৰ দেউতাৰ জৰিয়তে নহয়। গতিকে এই নাম সলনি কৰাটোৱেই মোৰ সিদ্ধান্ত।

প্ৰতীকে নিজৰ এই সিদ্ধান্তৰ ওপৰত ইয়াকো কয় যে, “মই একো কথাৰ ওপৰত বেছি গভীৰভাৱে চিন্তা কৰা নাছিলো। যিটো কামে মোক মনত শান্তি দিছিল, সেই কামেই কৰিলোঁ। মোৰ নাম সলনি কৰাৰ এই সিদ্ধান্তই যদি মোৰ কেৰিয়াৰত কিবা নেতিবাচক প্ৰভাৱ পেলায়, তেন্তে মই একো গুৰুত্ব নিদিওঁ। মই বিচাৰিছিলো যে মোৰ মা মোৰ নামটোৰ সৈতে, মোৰ অন্তৰ্নিহিত স্বৰূপটোৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হওক। মই এই সিদ্ধান্তক তেওঁৰ উত্তৰাধিকাৰক আগুৱাই নিয়াৰ অন্যতম উত্তম উপায় হিচাপে লৈছিলো। মোৰ জীৱনৰ এটা নতুন অধ্যায় যেন আৰম্ভ হৈছে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actorPratik BabbarPratik Smita PatilSmita Patil
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই
ভাৰত

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

October 22, 2026
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

October 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

October 22, 2026
Next Post
লজ্জানত পাকিস্তান! পাকিস্তান দিৱসৰ দিনাই আখৰ জোঁটাই জোঁটাই ভাষণ পঢ়িলে ৰাষ্ট্ৰপতিয়ে

লজ্জানত পাকিস্তান! পাকিস্তান দিৱসৰ দিনাই আখৰ জোঁটাই জোঁটাই ভাষণ পঢ়িলে ৰাষ্ট্ৰপতিয়ে

অতি সোনকালেই নতুন আলহীৰ আগমণ হ’ব ৰাহুল-আথিয়াৰ ঘৰত! আই পি এ এৰি ঘৰলৈ যাত্ৰা

অতি সোনকালেই নতুন আলহীৰ আগমণ হ'ব ৰাহুল-আথিয়াৰ ঘৰত! আই পি এ এৰি ঘৰলৈ যাত্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.