• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক ৪মাহত অৰ্থৰ জোৱাৰত ভাঁহিব এই ৪ৰাশি! গ্ৰহ আৰু কৰ্মৰ যোগত কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

আগন্তুক ৪মাহত অৰ্থৰ জোৱাৰত ভাঁহিব এই ৪ৰাশি! গ্ৰহ আৰু কৰ্মৰ যোগত কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

4 months ago
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

7 hours ago
২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

8 hours ago
৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

10 hours ago
৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

10 hours ago
চলিত সপ্তাহ আৰম্ভ হৈছে কেইবাটাও শুভ যোগেৰে, এই ৪ৰাশিয়ে কটাব অত্যন্ত সু-সময়

চলিত সপ্তাহ আৰম্ভ হৈছে কেইবাটাও শুভ যোগেৰে, এই ৪ৰাশিয়ে কটাব অত্যন্ত সু-সময়

11 hours ago
এই তিনি অভ্যাসৰ কাৰণে হৃদৰোগৰ আশংকা বাঢ়ে, চল্লিছ পাৰ হ’লেই সলনি কৰক এইকেইটা অভ্যাস

এই তিনি অভ্যাসৰ কাৰণে হৃদৰোগৰ আশংকা বাঢ়ে, চল্লিছ পাৰ হ’লেই সলনি কৰক এইকেইটা অভ্যাস

12 hours ago
’২৬ৰ প্ৰথম মাহতেই ওচৰাওচৰিকৈ অৱস্থান কৰিব সূৰ্য-শনিয়ে, পঞ্চক যোগত বছৰৰ আৰম্ভণিতেই ধন উপাৰ্জনৰ সুযোগ পাব ৩ ৰাশিয়ে

’২৬ৰ প্ৰথম মাহতেই ওচৰাওচৰিকৈ অৱস্থান কৰিব সূৰ্য-শনিয়ে, পঞ্চক যোগত বছৰৰ আৰম্ভণিতেই ধন উপাৰ্জনৰ সুযোগ পাব ৩ ৰাশিয়ে

13 hours ago
ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

1 day ago
দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

1 day ago
নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

1 day ago
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

1 day ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, December 9, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক ৪মাহত অৰ্থৰ জোৱাৰত ভাঁহিব এই ৪ৰাশি! গ্ৰহ আৰু কৰ্মৰ যোগত কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

আগন্তুক ৪মাহত অৰ্থৰ জোৱাৰত ভাঁহিব এই ৪ৰাশি! গ্ৰহ আৰু কৰ্মৰ যোগত কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

editor by editor
August 19, 2025
in জীৱনশৈলী
0
আগন্তুক ৪মাহত অৰ্থৰ জোৱাৰত ভাঁহিব এই ৪ৰাশি! গ্ৰহ আৰু কৰ্মৰ যোগত কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৪ মাহত আহিব পাৰে অচ্ছে দিন৷ সেই সুদিনৰ মুখ অৱশ্যে ১২ ৰাশিৰ সকলোৱেই নেদেখে৷ ধনবান হবলৈনো কোনে নিবিচাৰে? কিন্তু সকলোৰে ভাগ্যত লক্ষ্মীলাভ নহয়৷ বহু চেষ্টা, পৰিশ্ৰমৰ পাছতো ভাগ্যৰ দোষত পৰ্যাপ্ত ফল লাভ কৰিব নোৱাৰে৷ কিন্তু এনে বহু লোক আছে যিয়ে বিনা কষ্টেৰে প্ৰচুৰ ধনসম্পত্তিৰ মালিক হৈ পৰে৷ শাস্ত্ৰমতে ইয়াৰ নেপথ্যত আছে জন্মছকত কেইবাটাও গ্ৰহৰ যোগ৷ কেইবাটাও ৰাশিৰ ক্ষেত্ৰত বছৰৰ শেষ ভাগত প্ৰভূত অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে৷ ৰাশিচক্ৰৰ এই ৰশিসমূহৰ জীৱনলৈ আহিব পাৰে সুবৰ্ণসুযোগ৷ এই বিশেষ সময়কালত তেওঁলোকৰ বাবে অত্যন্ত শুভ বাৰ্তা কঢ়িয়াই আনিব পাৰে৷ আগন্তুক মাহসমূহত এই ৰাশিৰ জাতক জাতিকাই কোটিপতিৰ তালিকাতো নিজৰ নাম সন্নিবিষ্ট কৰাৰ সম্ভাৱনা আছে৷

জ্যোতিষমতে এইকেইটা ৰাশিৰ কোষ্ঠীত বাৰে বাৰেই ধনযোগ থাকে৷ তেওঁলোকে জীৱনত সেয়ে প্ৰচুৰ অৰ্থ উপাৰ্জনো কৰিব পাৰে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই ধনস্থান থাকিলে সেই ব্যক্তিয়ে জীৱনৰ সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰে৷ ৰাশিচক্ৰৰ ১২ ৰাশিৰ মাজত পাঁচ ৰাশিৰ জাতক জাতিকাৰ জন্মপত্ৰিকাত সাধাৰণতে এই যোগ বেছি দেখা যায়৷ অৱশ্যে যি পাঁচটা ৰাশিৰ ধনযোগ আছে তেওঁলোকৰ মাজত ৪টা ৰাশিৰ জাতক জাতিকাই বছৰৰ শেষভাগত প্ৰচুৰ অৰ্থ লাভ কৰাৰ সম্ভাৱনা আছে৷ জানি থওক সেই তালিকাত কোন কোন ৰাশিৰ নাম উল্লেখ আছে?ধনকুবেৰ হোৱাৰ সম্ভাৱনা আছে মুঠ ৪ৰাশিৰ জাতকৰ৷ এই তালিকাত প্ৰথমে আছে মেষ ৰাশি৷

মেষ ৰাশিৰ জাতক

মেষ ৰাশিৰ জাতক জাতিকাৰ জন্মছকত ৰবিৰ শুভ অৱস্থান আছে৷ আৰু ধনসম্পদৰ সৈতে ৰবিৰ সম্পৰ্ক আছে৷ এই ৰাশিৰ জাতক জাতিকা সেয়ে প্ৰচুৰ ধনসম্পদৰ মালিক হয়৷ মেষ ৰাশিয়ে এই বছৰত অৰ্থলাভৰ সুযোগ পাব৷ বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত আৰ্থিক উন্নতিৰ সুযোগ পাব৷ মেষ ৰাশিৰ জাতক জাতিকাৰ দুটা শক্তিশালী বৈশিষ্ট্য আছে৷ এটা হৈছে সাহস আৰু অন্যটো হৈছে দৃঢ়তা৷ তেওঁলোকৰ এই চাৰিত্ৰিক বৈশিষ্ট্যসমূহে দীৰ্ঘম্যাদি ফল দান কৰে৷ অন্যান্য ৰাশিৰ তুলনাত মেষ ৰাশি বহু পৰিমাণে সাহসী৷ এয়াই তেওঁলোকৰ ভাগ্য পৰিবৰ্তনৰ মূল চাবিকাঠি৷ পেছা পৰিবৰ্তনো ভাৱিচিন্তি কৰক৷ বিনিয়োগ আৰু ব্যৱসায়ৰ মাধ্যমেৰে আৰ্থিক সুযোগ আহিব৷ পৰবৰ্তী ছমাহত অৰ্থৰ বৰ্ষা নামি আহিব মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱনত৷

বৃষ ৰাশিৰ জাতক

বৃষ ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তিৰ জীৱনত শুক্ৰৰ প্ৰভাৱ যথেষ্ট৷ এওঁলোক এই গ্ৰহৰ দ্বাৰা শাসিত হয়৷ সাধাৰণতে জন্মৰ পৰাই বেছিভাগ বৃষ ৰাশিৰ ব্যক্তিয়ে বিলাসবহুল সামগ্ৰী পছন্দ কৰে আৰু তেওঁলোকে সেয়া অৰ্জনো কৰি থাকে৷ তেওঁলোকে স্বাভাৱিকভাৱেই সৌভাগ্যক আকৰ্ষণ কৰি আছে৷ এই ৰাশিৰ জাতক জাতিকাই তেওঁলোকৰ আয় বহু গুণ বৃদ্ধিও কৰিব পাৰে৷ আগন্তুক কেই মাহৰ ভিতৰত ব্যৱসায় লাভ আৰু আৰ্থিক নিৰাপত্তা লাভৰ সম্ভাৱনা আছে৷ আগন্তুক মাহসমূহত জাতক জাতিকাৰ কৰ্ম আৰু আয়ৰ ক্ষেত্ৰত ভাৱমূৰ্তি উজ্জ্বল কৰি তুলিবলৈ সমৰ্থ হব৷ আৰ্থিক সাফল্যৰ ওপৰিও স্বীকৃতিও অৰ্জন কৰিব পাৰে এওঁলোকে৷ জীৱনত কেতিয়াও অৰ্থসংকটৰ সন্মুখীন নহয়৷ এই সকল জাতক জাতিকা দায়িত্বশীল আৰু মিত্যব্যয়ী প্ৰকৃতিৰো হয়৷ ফলত লক্ষ্মী তেওঁলোকৰ ঘৰত চঞ্চলা নহয়৷

মিথুন ৰাশিৰ জাতক

মিথুন ৰাশিৰ ২০২৫ চনৰ শেষ ভাগ বিশেষ তাৎপৰ্যপূৰ্ণ হব৷ বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত৷ তাতেই তেওঁলোকৰ গুৰুত্ব বাঢ়িব পাৰে৷ বৃদ্ধি পাব পদমৰ্যাদা৷ আৰ্থিক উন্নতিৰ একাধিক সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷ মিথুন ৰাশিৰ জাতক-জাতিকাৰ ওপৰত বুধৰ আধিপত্য যথেষ্ট৷ ভৱিষ্যতৰ পৰিকল্পনা তৈয়াৰত তেওঁলোক দক্ষ৷ মিথুন ৰাশিৰ জাতক জাতিকাৰ মাজত যিসকল ব্যৱসায়ৰ সৈতে যুক্ত, একাধিক বলিষ্ঠ সিদ্ধান্তৰ জোৰত সফল হব তেওঁলোক৷ মিথুনৰ আয়ৰ ক্ষেত্ৰৰ সৈতে ক্ষেত্ৰ অধিপতিৰ দৃষ্টিৰ সম্পৰ্ক থকাৰ কাৰণে আয়ৰ ক্ষেত্ৰত সুফল প্ৰাপ্ত হব৷ আগন্তুক বছৰত তেওঁলোক ধনশালী হৈ উঠিব৷ ধন সংক্ৰান্তিয় কোনো চিন্তা নাথাকে৷ আগন্তুক মাহত অপ্ৰত্যাশিত আয়ৰ কাৰণে জীৱনলৈ অৰ্থৰ জোৱাৰ আহিব৷

সিংহ ৰাশিৰ জাতক

সিংহ ৰাশিৰ জাতক জাতিকা আত্মবিশ্বাসী প্ৰকৃতিৰ হয়৷ তেওঁলোকৰ এই বৈশিষ্ট্যই তেওঁলোকৰ সফলতাৰ পথত আগুৱাই লৈ যোৱাত সহায় কৰে৷ জাতক জাতিকাসকলৰ কোটিপতি হোৱাৰ বাবে বিশেষ পৰিশ্ৰম কৰিব নালাগে৷ সিংহ ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তিয়ে আগন্তুক মাহসমূহত অভূতপূৰ্ব সাফল্য দেখিব৷ একাধিক ভাল সুযোগ আহিব পাৰে জাতক জাতিকাৰ জীৱনত৷ বছৰৰ মাজভাগৰ পৰা সিংহ ৰাশিৰ ক্ষেত্ৰত নতুন কৰ্মৰ যোগ তৈয়াৰ হব৷ চাকৰিৰ ক্ষেত্ৰত কিছু পৰিবৰ্তন আহিব পাৰে৷ বিদেশত চাকৰিৰ সুযোগ আহিব পাৰে৷ ইয়াৰ সৈতে আৰ্থিক দিশৰ পৰাও লাভৱান হব পাৰে৷ ধনদেৱীৰ কৃপাদৃষ্টি লাভৰ পাছত কোটিপতি হোৱাৰ সম্ভাৱনা আছে৷ নতুন ব্যৱসায়ত যথেষ্ট সুফল লাভ কৰিব সিংহ ৰাশিৰ জাতক জাতিকাই৷ অগাধ ধনসম্পত্তিৰ অধিকাৰী হয় তেওঁলোক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি
জীৱনশৈলী

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

December 8, 2025
২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব
জীৱনশৈলী

২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

December 8, 2025
৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?
জীৱনশৈলী

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

December 8, 2025
৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?
জীৱনশৈলী

৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

December 8, 2025
Next Post
গজকেশৰী যোগত দুৰ্দান্ত লাভ, কাইলৈ সন্ধিয়াৰ পূৰ্বেই কোনে কোনে সুখবৰ পাব?

গজকেশৰী যোগত দুৰ্দান্ত লাভ, কাইলৈ সন্ধিয়াৰ পূৰ্বেই কোনে কোনে সুখবৰ পাব?

ভাৰতৰ অনুৰোধ ৰক্ষা কৰিলে চীনে! আকৌ ভাৰতলৈ আমদানি কৰা হ’ব চীনৰ তিনি বিশেষ সামগ্ৰী, কি তিনিবিধ সামগ্ৰী আহিব ভাৰতলৈ?

ভাৰতৰ অনুৰোধ ৰক্ষা কৰিলে চীনে! আকৌ ভাৰতলৈ আমদানি কৰা হ’ব চীনৰ তিনি বিশেষ সামগ্ৰী, কি তিনিবিধ সামগ্ৰী আহিব ভাৰতলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.