• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গজকেশৰী যোগত দুৰ্দান্ত লাভ, কাইলৈ সন্ধিয়াৰ পূৰ্বেই কোনে কোনে সুখবৰ পাব?

গজকেশৰী যোগত দুৰ্দান্ত লাভ, কাইলৈ সন্ধিয়াৰ পূৰ্বেই কোনে কোনে সুখবৰ পাব?

1 year ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

1 hour ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

1 hour ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

1 hour ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

2 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

2 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

2 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

6 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

6 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

8 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

9 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গজকেশৰী যোগত দুৰ্দান্ত লাভ, কাইলৈ সন্ধিয়াৰ পূৰ্বেই কোনে কোনে সুখবৰ পাব?

গজকেশৰী যোগত দুৰ্দান্ত লাভ, কাইলৈ সন্ধিয়াৰ পূৰ্বেই কোনে কোনে সুখবৰ পাব?

editor by editor
August 19, 2025
in জীৱনশৈলী
0
গজকেশৰী যোগত দুৰ্দান্ত লাভ, কাইলৈ সন্ধিয়াৰ পূৰ্বেই কোনে কোনে সুখবৰ পাব?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২০ আগষ্ট ২০২৫ বুধবাৰে চন্দ্ৰই মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদৰ কৃষ্ণা দ্বাদশী তিথি৷ কাইলৈ পালিত হব বুধ প্ৰদোষ ব্ৰত৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সিদ্ধি যোগ আৰু ব্যতিপত যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব পুনৰ্বাসু নক্ষত্ৰ আৰু পুষ্য নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ ভাদৰ কৃষ্ণা দ্বাদশী তিথিত জীৱনত চকুত লগা উন্নতি কৰিব বৃষ ৰাশিৰ জাতকে৷ সিদ্ধিদাতাৰ দয়াত বেছ কিছু আৰ্থিক লাভ হব পাৰে৷ শিক্ষাক্ষেত্ৰত কোনো সমস্যা চলিলে তাৰ পৰা কাইলৈ মুক্তি পাব পাৰে৷ গণেশৰ আশীৰ্বাদত নিজৰ লক্ষ্যৰ দিশত কাইলৈ আৰু এঢাপ আগুৱাই যাব আপুনি৷

মিথুন ৰাশি

কাইলৈ থাকিব গজকেশৰী যোগ৷ এই যোগৰ শুভ প্রভাৱত লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ বুধবাৰে আপোনাৰ পৰিয়াললৈ বিশেষ কোনো সুখৰ খবৰ আহিব পাৰে৷ শহুৰৰ ঘৰৰ দিশৰ পৰা সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ ব্যৱসায়ত ৰৈ থকা টকা উভতাই পাব৷ জনসেৱামূলক কামত সক্ৰিয়ভাৱে যুক্ত হব৷

কৰ্কট ৰাশি

২০ আগষ্টত ব্যতিপত যোগত দুৰ্দান্ত দিন কটাব কৰ্কট ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামতেই সৌভাগ্যক আপুনি কাষত পাব৷ আৰ্থিকভাৱেও বেছ কিছু উন্নতি কৰিব পাৰিব৷ ইয়াৰ ফলত কাইলৈ আপোনাৰ মনত সুখ, শান্তি আৰু আনন্দ বৰ্তি থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতেও কাইলৈ সুখৰ সময় কটাব পাৰিব৷
কন্যা ৰাশি

কাইলৈ বুধবাৰে সিদ্ধি যোগৰ শুভ ফল পাব কন্যা ৰাশিৰ জাতকে৷ সন্তানৰ দিশৰ পৰা কাইলৈ সুখবৰ পাব পাৰে৷ সমাজত সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব৷ বন্ধুৰ সৈতে হাঁহি ফুৰ্তিয়ে দিনটো কটাব৷ কাইলৈ যি কামত হাত দিব তাতেই ভৰপুৰ সাফল্য পাব৷

মকৰ ৰাশি

কাইলৈ পুনৰ্বাসু নক্ষত্ৰৰ বিশেষ শুভ প্ৰভাৱ থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ প্ৰতিভাৰ বিকাশ ঘটিব এই ৰাশিৰ জাতকৰ৷ পৰিশ্ৰম কৰিলে গণপতিৰ দয়াত তাৰ সুফল অৱশ্যেই পাব৷ অফিচত চিনিয়ৰৰ কাষৰ পৰা নিজৰ কামৰ প্ৰশংসা পাব৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
ভাৰতৰ অনুৰোধ ৰক্ষা কৰিলে চীনে! আকৌ ভাৰতলৈ আমদানি কৰা হ’ব চীনৰ তিনি বিশেষ সামগ্ৰী, কি তিনিবিধ সামগ্ৰী আহিব ভাৰতলৈ?

ভাৰতৰ অনুৰোধ ৰক্ষা কৰিলে চীনে! আকৌ ভাৰতলৈ আমদানি কৰা হ’ব চীনৰ তিনি বিশেষ সামগ্ৰী, কি তিনিবিধ সামগ্ৰী আহিব ভাৰতলৈ?

এই বৰ্ষৰ দুৰ্গাপূজাৰ পৰাই খুলিব কেইবাটাও ৰাশিৰ কঁপাল, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

এই বৰ্ষৰ দুৰ্গাপূজাৰ পৰাই খুলিব কেইবাটাও ৰাশিৰ কঁপাল, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.