• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰীতি জিণ্টাৰ এটা ভুল আশীৰ্বাদ স্বৰূপ হৈ পৰিল পাঞ্জাৱ দলৰ বাবে, কিদৰে !

প্ৰীতি জিণ্টাৰ এটা ভুল আশীৰ্বাদ স্বৰূপ হৈ পৰিল পাঞ্জাৱ দলৰ বাবে, কিদৰে !

11 months ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

6 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

6 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

7 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

7 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

7 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

8 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

8 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

9 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

9 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

10 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

10 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

প্ৰীতি জিণ্টাৰ এটা ভুল আশীৰ্বাদ স্বৰূপ হৈ পৰিল পাঞ্জাৱ দলৰ বাবে, কিদৰে !

editor by editor
May 19, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
প্ৰীতি জিণ্টাৰ এটা ভুল আশীৰ্বাদ স্বৰূপ হৈ পৰিল পাঞ্জাৱ দলৰ বাবে, কিদৰে !
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰীতি জিণ্টাৰ এটা ভুল আশীৰ্বাদ স্বৰূপ হৈ পৰিল পাঞ্জাৱ দলৰ বাবে, কিদৰে !

প্ৰীতি জিণ্টাৰ এটা ভুল আশীৰ্বাদ স্বৰূপ হৈ পৰিছে তেখেতৰ আই পি এল দল পঞ্জাবৰ বাবে। অৱশ্যে এই ভুল আজিৰ নহয়, এই ভুল ২ বছৰ আগতে কৰা। যি ভুলৰ বাবে এতিয়া পাঞ্জাৱ দলটোৱে লাভৱান হৈছে। পূৰ্বে সেই ভুল কৰি অনুশোচনাত ভোগা প্ৰীতি জিন্টা এতিয়া এই ভুলৰ বাবে অত্যন্ত সুখী।

আই পি এল ২০২৪ৰ খেলুৱৈৰ নিবিদা ২০২৩ চনৰ ১৯ ডিচেম্বৰত হৈছিল। সেই নিলামতে এটা ভুল কৰিছিল প্ৰীতি জিণ্টাই। সেইবাৰৰ নিলামৰ সময়ত, ১৯ বছৰীয়া বেটছমেনৰ সলনি পঞ্জাৱ কিংছে ভুলতে ছত্তীশগড়ৰ পৰা ৩২ বছৰীয়া খেলুৱৈ শশাংক সিঙক ক্ৰয় কৰিছিল।

প্ৰীতি জিন্টাৰ পঞ্জাৱ দলে শশাংকক ক্ৰয় কৰাৰ পিছত নিজেই এই কথা স্বীকাৰ কৰিছে। যিটো এতিয়ালৈকে আটাইতকৈ ডাঙৰ ভুল যেন লাগিছিল, সেই একেজন শশাংক সিং বৰ্তমানে হৈ পৰিল পঞ্জাৱ দলৰ আটাইতকৈ ডাঙৰ শক্তি।

শশাংক সিঙে আই পি এল ২০২৪ত প্ৰীতি জিন্টা আৰু পঞ্জাৱ ফ্ৰেঞ্চাইজিক পতিয়ন নিয়াইছিল যে তেওঁক ক্ৰয় কৰাৰ সিদ্ধান্ত তেওঁলোকৰ ভুল নহয়। ২০২৪ চনৰ আই পি এলত পঞ্জাৱ কিংছৰ হৈ ফিনিচাৰ হিচাপে দেখা গৈছিল শশাংক সিঙক।

২০২৪ চনৰ আই পি এলত তেওঁ গড়ে ৪৪.২৫ আৰু ষ্ট্ৰাইক ৰেট ১৬৪.৬৫ লাভ কৰিছিল। এই প্ৰদৰ্শনৰ ফলত ২০২৪ চনৰ ৩১ ছেপ্টেম্বৰত পঞ্জাব দলে তেওঁক আই পি এল ২০২৫ৰ বাবে ধৰি ৰাখে।

আই পি এল ২০২৫ত পঞ্জাৱৰ হৈ ভাল খেলিছে শশাংকই , এতিয়ালৈকে খেলা ১২খন মেচত তেওঁ গড়ে ৬৮.২৫ আৰু ১৫১.৬৬ ষ্ট্ৰাইক ৰেটত ২৭৩ ৰান সংগ্ৰহ কৰিছে, য’ত ২টা অৰ্ধশতক অন্তৰ্ভুক্ত।

কেৱল এয়াই নহয়, ২০২৫ চনৰ আই পি এলত ১৮ মে’ত ৰাজস্থানৰ বিৰুদ্ধে খেলা খেলখনত পঞ্জাৱৰ অধিনায়কত্বও কৰিছিল। সেই পৰিস্থিতিত শশাংক সিঙে দলটোৰ অধিনায়কত্ব কৰাই নহয়, মেচখনত জয়ী হৈ মেনেজমেণ্টৰ আস্থাৰ লগত খাপ খাই পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL p2025Panjab TeamPrety Zinta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰা বিজেপি নেতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ…

কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰা বিজেপি নেতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...

মালব্য ৰাজযোগত ৩ ৰাশিৰ বেংক বেলেঞ্চ বৃ্দ্ধি পাব এই সপ্তাহত

মালব্য ৰাজযোগত ৩ ৰাশিৰ বেংক বেলেঞ্চ বৃ্দ্ধি পাব এই সপ্তাহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.