• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰা বিজেপি নেতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ…

কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰা বিজেপি নেতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ…

1 year ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

5 minutes ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

47 minutes ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

9 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

10 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

11 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

12 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

12 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

13 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

14 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

15 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

16 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰা বিজেপি নেতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ…

editor by editor
May 19, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰা বিজেপি নেতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ…
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰা বিজেপি নেতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ…

কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ বিতৰ্কিত মন্তব্য কৰা মধ্যপ্ৰদেশৰ মন্ত্ৰী কুঁৱৰ বিজয় শ্বাহে উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ আঘাত লাভ কৰিছে। এই বিষয়টোৰ তদন্তৰ বাবে আই পি এছৰ তিনিজন জ্যেষ্ঠ বিষয়াৰ বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠনৰ নিৰ্দেশ দিছে আদালতে।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এই বিষয়টো গুৰুতৰ আৰু ইয়াক কোনো ৰাজনৈতিক ৰং সানিবলৈ দিয়া নহ’ব।

উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু ন্যায়াধীশ এছ ভি এন ভাটৰ বিচাৰপীঠে কঠোৰ সুৰত ৰাজ্য চৰকাৰক কয় যে আমি এই গোচৰটো অতি তীক্ষ্ণ দৃষ্টিৰে চাই আছো আৰু এয়া চৰকাৰৰ বাবে এচিড টেষ্ট।

আদালতে কয় যে মন্ত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্যৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব আৰু আইনখনক নিজৰ গতিপথ ল’বলৈ দিয়া হ’ব।

গঠন হ’বলগীয়া এছ আই টিত মধ্যপ্ৰদেশৰ কেডাৰৰ তিনিজন জ্যেষ্ঠ আই পি এছ বিষয়া অন্তৰ্ভুক্ত হ’ব লাগে যদিও তেওঁলোক ৰাজ্যৰ হ’ব নালাগে বুলি আদালতে নিৰ্দেশ দিছে। এই বিষয়াসকলৰ এজন মহিলা হ’ব লাগে।

দলটোৰ নেতৃত্বত এজন আই জি ৰেংকৰ বিষয়া হ’ব আনহাতে বাকী দুজন বিষয়া এছ পি ৰেংক বা তাতকৈ অধিক হ’ব। মঙলবাৰে নিশা ১০ বজাৰ ভিতৰত ডিজিপি মধ্যপ্ৰদেশক এটা দল গঠন কৰিবলৈ নিৰ্দেশ দিছে আদালতে।

লগতে উচ্চতম ন্যায়ালয়ে বিজেপি নেতাগৰাকীক কয় যে- ‘ক্ষমা বিচৰাৰ ওপৰত নিৰ্ভৰ কৰে সকলো। আপোনাৰ ভাষা আৰু শৈলীয়ে যেনে আপুনি লাজ পোৱাৰ ইংগিত নিদিয়ে। আপুনি কৈছে যে যদি কাৰোবাৰ আঘাত হয় তেন্তে আপুনি দুখী। আপোনাৰ ক্ষমাৰ আবেদন আমি নাকচ কৰিছো। আদালতে কোৱা বাবেহে আপুনি ক্ষমা বিচাৰিছে। আপুনি এই বক্তব্য ১২ মাৰ্চত দিছিল। আপুনি জানিছিল যে যেতিয়া জনসাধাৰণৰ আৱেগ সেনা আৰু দেশৰ শৌৰ্য্যৰ সৈতে আছিল, তেতিয়া আপুনি ৰাজহুৱাভাৱে এনে গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Sofia Qureshisupreme court of india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

July 17, 2026
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি
প্ৰযুক্তি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

July 16, 2026
Next Post
মালব্য ৰাজযোগত ৩ ৰাশিৰ বেংক বেলেঞ্চ বৃ্দ্ধি পাব এই সপ্তাহত

মালব্য ৰাজযোগত ৩ ৰাশিৰ বেংক বেলেঞ্চ বৃ্দ্ধি পাব এই সপ্তাহত

কাঁন মহোৎসৱত কাপোৰ ফাটিল উৰ্বশী ৰাউটেলাৰ, ট্ৰোলৰ সন্মুখিন সকলোফালে

কাঁন মহোৎসৱত কাপোৰ ফাটিল উৰ্বশী ৰাউটেলাৰ, ট্ৰোলৰ সন্মুখিন সকলোফালে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.