• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰুনাইৰ মছজিদত প্ৰধানমন্ত্ৰী মোদী, কি কি বিশেষত্ব আছে এই আলী ছাইফুদ্দিন মছজিদৰ?

ব্ৰুনাইৰ মছজিদত প্ৰধানমন্ত্ৰী মোদী, কি কি বিশেষত্ব আছে এই আলী ছাইফুদ্দিন মছজিদৰ?

2 years ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

8 minutes ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

26 minutes ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

51 minutes ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

1 hour ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

3 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

4 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

5 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

5 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

6 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

7 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰুনাইৰ মছজিদত প্ৰধানমন্ত্ৰী মোদী, কি কি বিশেষত্ব আছে এই আলী ছাইফুদ্দিন মছজিদৰ?

ব্ৰুনাইৰ মছজিদত প্ৰধানমন্ত্ৰী মোদী, কি কি বিশেষত্ব আছে এই আলী ছাইফুদ্দিন মছজিদৰ?

editor by editor
September 4, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ব্ৰুনাইৰ মছজিদত প্ৰধানমন্ত্ৰী মোদী, কি কি বিশেষত্ব আছে এই আলী ছাইফুদ্দিন মছজিদৰ?
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান ব্ৰুনাই ভ্ৰমণত আছে৷ মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে ব্ৰুনাইৰ ৰাজধানী বান্দাৰ ছেৰী বাগৱানত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীৰ এই ব্ৰুনাই ভ্ৰমণ কেইবাটাও কাৰণত বিশেষ৷ কাৰণ ব্ৰুনাই ভ্ৰমণ কৰা ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে মোদী৷ দুয়োখন দেশৰ মাজত ৪০ বছৰৰ পাছত কূটনৈতিক সম্পৰ্কৰ শুভাৰম্ভনি কৰিছে মোদীয়ে৷ ব্ৰুনাইত ভাৰতীয় কুটনৈতিক ভৱন উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

বিশেষ ভৱন উদ্বোধনৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰুনাইৰ ৰাজধানীত অৱস্থিত ওমৰ আলী ছাইফুদ্দিন মছজিদত উপস্থিত হয়। ব্ৰুনাইৰ দুটা জাতীয় মছজিদৰ ভিতৰত ওমৰ আলী ছাইফুদ্দিন মছজিদ অন্যতম। ইয়াৰ লগতে এই মছজিদ ব্ৰুনাইৰ জাতীয় প্ৰতীকো। এই মছজিদটো দেশৰ অন্যতম বৃহৎ আৰু পুৰণি মছজিদ হিচাপেও পৰিগণিত। ব্ৰুনাইৰ ২৮ সংখ্যক চুলতান তথা বৰ্তমানৰ ৰজা, চুলতান হাছানাল বলকিয়াৰ পিতৃ ওমৰ আলী ছাইফুদ্দিনে (১৯১৪–১৯৮৬)ত এই মছজিদটোৰ নামকৰণ কৰিছিল। এই মছজিদটো দেশৰ ইছলামিক এক মূৰ্ত বিশ্বাসৰ প্ৰতীক।

ওমৰ আলী ছাইফুদ্দিন মছজিদ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

মছজিদত উপস্থিত হৈ নৰেন্দ্ৰ মোদীয়ে বিশেষ ফটো সামাজিক মাধ্যমত পোষ্ট কৰাৰ পাছতেই চৰ্চা হৈছে মছজিদটোক লৈ৷ ১৯৫৪ চনৰ ৪ ফেব্ৰুৱাৰীৰ পৰা এই মছজিদ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু প্ৰায় ৫ বছৰত এই মছজিদৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। সেই সময়ত এই মছজিদ নিৰ্মাণৰ বাবে ১১ কোটিতকৈও অধিক খৰচ হৈছিল। মালয়েছিয়াৰ স্থাপত্য প্ৰতিষ্ঠান ‘বুটি এডৱাৰ্ডছ এণ্ড পাৰ্টনাৰ্ছে’ নিৰ্মাণ কৰিছিল এই মছজিদ। মছজিদ নিৰ্মাণৰ কামত ৭০০ টন তীখা আৰু ১৫০০ টন কংক্ৰিট ব্যৱহাৰ কৰা হৈছে।

মছজিদৰ গম্বুজটো সোণেৰে আবৃত

ব্ৰুনাইৰ এই মছজিদটো ১৯৫৮ চনত তৃতীয় চুলতান ওমৰ আলী ছাইফুদ্দিনৰ ৪২ সংখ্যক জন্মদিন উদযাপনৰ সময়ত উদ্বোধন কৰা হৈছিল। এই মছজিদৰ স্থাপত্যত ভাৰতীয় মোগল সাম্ৰাজ্যৰ সৈতে মিল আছে। প্ৰতি বছৰে লাখ লাখ পৰ্যটক আহে মছজিদ চাবলৈ। মছজিদৰ আকাৰৰ কথা ক’বলৈ গ’লে ইয়াৰ আকাৰ ৬৯X২৪ মিটাৰ। ৩ হাজাৰ ভক্তই একেলগে বহিব পাৰিব মছজিদত। মছজিদৰ সৰ্বোচ্চ উচ্চতা ১৭১ ফুট আৰু এই মছজিদৰ গম্বুজটো সোণেৰে আবৃত। 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক
ভাৰত

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 10, 2026
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক
ভাৰত

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

October 10, 2026
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?
বিনোদন

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

October 10, 2026
Next Post
২৪ ঘণ্টাত মাত্ৰ ৩০ মিনিটহে শোৱে, দিনে নিশাই কঠোৰ পৰিশ্ৰম অথচ সম্পূৰ্ণ ফিট কেনেকৈ এই যুৱক?

২৪ ঘণ্টাত মাত্ৰ ৩০ মিনিটহে শোৱে, দিনে নিশাই কঠোৰ পৰিশ্ৰম অথচ সম্পূৰ্ণ ফিট কেনেকৈ এই যুৱক?

ঘণ্টাৰ পাছত ঘণ্টা কাম কৰিলেও ক্লান্তি নাহিব! অফুৰন্ত শক্তিৰে টগবগাই থাকিবলৈ কৰক এইকেইটা কাম

ঘণ্টাৰ পাছত ঘণ্টা কাম কৰিলেও ক্লান্তি নাহিব! অফুৰন্ত শক্তিৰে টগবগাই থাকিবলৈ কৰক এইকেইটা কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.