• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘণ্টাৰ পাছত ঘণ্টা কাম কৰিলেও ক্লান্তি নাহিব! অফুৰন্ত শক্তিৰে টগবগাই থাকিবলৈ কৰক এইকেইটা কাম

ঘণ্টাৰ পাছত ঘণ্টা কাম কৰিলেও ক্লান্তি নাহিব! অফুৰন্ত শক্তিৰে টগবগাই থাকিবলৈ কৰক এইকেইটা কাম

2 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

1 hour ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

2 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

3 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

3 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

4 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

4 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

5 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

5 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

6 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

7 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

8 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘণ্টাৰ পাছত ঘণ্টা কাম কৰিলেও ক্লান্তি নাহিব! অফুৰন্ত শক্তিৰে টগবগাই থাকিবলৈ কৰক এইকেইটা কাম

ঘণ্টাৰ পাছত ঘণ্টা কাম কৰিলেও ক্লান্তি নাহিব! অফুৰন্ত শক্তিৰে টগবগাই থাকিবলৈ কৰক এইকেইটা কাম

editor by editor
September 4, 2024
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
ঘণ্টাৰ পাছত ঘণ্টা কাম কৰিলেও ক্লান্তি নাহিব! অফুৰন্ত শক্তিৰে টগবগাই থাকিবলৈ কৰক এইকেইটা কাম
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্লান্তি একোতেই দূৰ নাই হোৱা৷ পুৱা চকু মেলিলেই আকৌ ক্লান্ত লাগে? নিশা টোপনি ভাল হোৱাৰ পাছত আকৌ পুৱা উঠোতেই ক্লান্ত অনুভৱ কৰিছে? কাৰ্যালয়ৰ কাম দেখিলেই চকু জাপ খাই আহে? কাম আৰম্ভ হ’লেই সকলো একঘেয়ামি যেন লাগে? এই ভাৱ কেনেকৈ দূৰ কৰিব? অৱসাদ, বিষন্নতা, দূৰ কৰি শৰীৰত অফুৰন্ত শক্তিৰে টগবগাই থাকিবলৈ আপুনি এই বিশেষ উপায় অৱলম্বন কৰিব পাৰে৷

প্ৰথমতেই কামৰ গুৰুত্ব বুজিব লাগিব৷ কোনো কাম কৰাটো কিমান জৰুৰী, কোনটোৰ পাছত কি চলিব সেই পৰিকল্পনা পূৰ্বেই কৰাটো জৰুৰী৷ অদৰকাৰী কামত শৰীৰৰ শক্তি ব্যয় আৰু সময় নষ্ট নকৰি, দৰকাৰী কাম কি সেয়া নিৰ্বাচন কৰি আগতে সেই কাম কৰি পেলালেই আপোনাৰ মনটো বহুপৰিমানে নিশ্চিন্ত থাকিব৷ উদ্বেগ কম হ’লে ক্লান্তিও কমিব৷

নিয়ম কিছু নিজেই নিজৰ জীৱনত তৈয়াৰ কৰি ল’ব৷ মনোবিদে কয়, শাৰীৰিক ক্লান্তিতকৈ মনৰ ক্লান্তিয়েহে মানুহক জুৰুলা কৰে৷ কৰ্মক্ষেত্ৰত লক্ষ্যপূৰণৰ চাপ, কামক লৈ অপ্ৰাপ্তি, কামৰ পাছতেই পৰিয়ালৰ দায়-দায়িত্ব, ব্যক্তিজীৱন আৰু কৰ্মজীৱনৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ গৈ দুশ্চিন্তাৰ পাহাৰখন ওখ হৈ যায়৷ তেতিয়াই কোনো কামত একঘেয়ামীকৈ লাগক৷ সেয়ে সময় অনুসৰি কাম ভাগ কৰি ল’লে কামৰ ৰুটিন নিয়ম বান্ধি ল’লে মন বহু পৰিমানে ভালে থাকিব৷

মানসিক চিন্তাভাৱনা বাঢ়ি গ’লে অৰ্থাৎ মানসিক চাপ বাঢ়িলে মূৰৰ বিষ, ভোক কমি যোৱা, টোপনিৰ সমস্যা, ওজন হঠাৎ কমা বা বাঢ়ি যোৱা, ঘনে ঘনে অসুস্থ বোধ কৰাৰ দৰে লক্ষণো দেখা দিয়ে, যিয়ে ক্লান্তিভাৱ কেইবাগুণো বঢ়াই দিয়ে৷ সেয়ে নিয়ং মানি শৰীৰচৰ্চা, মেডিটেছন বা ধ্যান কৰাটো জৰুৰী৷ ইয়াৰ সৈতে সুষম আহাৰো জৰুৰী৷ বাহিৰৰ খাদ্য যিমান পাৰে কমাই খাওক৷

কোনো কামত অতিৰিক্ত চাপ হৈছে, সেয়া বুজি চাপ কমাবলৈ চেষ্টা কৰক৷ প্ৰয়োজনত কোন সময়ত কেনেকৈ কাম কৰিলে সুবিধা হয়, সেয়া ভাৱিচিন্তি আগবাঢ়ক৷ চেষ্টা কৰিব যাতে কামৰ মাজে মাজে বিশ্ৰামো অলপ হয়৷

নিয়ম মানি টোপনি যোৱাটো খুবেই জৰুৰী৷ ৮-৯ ঘণ্টা শোৱক৷ টোপনিৰ সময়ত মোবাইল, লেপটপ বা অইন বৈদ্যুতিন সা সামগ্ৰী দূৰৈত ৰাখক৷ এইবোৰ ডিভাইছ চকুৰ ওচৰত থাকিলে ক্লান্তি বঢ়ায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
চুমী আৰু স্বামী তাৰ্কিকৰ সম্পত্তিৰ পাহাৰ দেখি আচৰিত আৰক্ষীও, উজনিত কেইখন চাহ বাগান কিনিছে চুমী আৰু তাৰ্কিকে?

চুমী আৰু স্বামী তাৰ্কিকৰ সম্পত্তিৰ পাহাৰ দেখি আচৰিত আৰক্ষীও, উজনিত কেইখন চাহ বাগান কিনিছে চুমী আৰু তাৰ্কিকে?

মা দুৰ্গাৰ এইবাৰ দোলাত আগমন, গমন হাতীত! জানক কি হ’ব পৰিণাম

মা দুৰ্গাৰ এইবাৰ দোলাত আগমন, গমন হাতীত! জানক কি হ’ব পৰিণাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.