• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Principality of Hutt River: আকৰ্ষণ তথা কৌতুহলেৰে ভৰা এখন দেশ

5 years ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

2 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

3 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

4 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

5 hours ago
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

6 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

7 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

Principality of Hutt River: আকৰ্ষণ তথা কৌতুহলেৰে ভৰা এখন দেশ

editor by editor
September 4, 2021
in গুৱাহাটী, বিবিধ, বিশ্ব
0
Principality of Hutt River: আকৰ্ষণ তথা কৌতুহলেৰে ভৰা এখন দেশ
0
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘প্ৰিঞ্চিপালিটি অৱ হাট ৰিভাৰ’- বিশ্বৰ আকৰ্ষণ তথা কৌতুহলৰ কেন্দ্ৰবিন্দু৷ ক্ষুদ্ৰতম আয়তনৰ এখন স্ব-ঘোষিত দেশ ‘প্ৰিঞ্চিপালিটি অৱ হাট ৰিভাৰ’৷ ২৬ গৰাকী জনসংখ্যাৰে এখন অতি ক্ষুদ্ৰ দেশ৷ অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্গত এই ক্ষুদ্ৰ দেশখনৰ আয়তন ৭৫ বৰ্গ কিলোমিটাৰ৷ দেশখনৰ আছে নিজস্ব মুদ্ৰা, পাৰ্চপ’ৰ্ট, ভিচা৷ ৫১ বছৰ পূৰ্বে এটি বিশেষ কাৰণত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দেশ ঘোষণা কৰিছিল লিঅ’নাৰ্ড ক্যেচেল নামৰ এগৰাকী ব্যক্তিয়ে৷ অন্যান্য দেশসমূহৰ দৰেই সকলো সুবিধা তথা ব্যৱস্থা আছে দেশখনত৷ সম্প্ৰতি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে দেশখন৷ কিন্তু অন্য দেশে ‘দেশ’ হিচাপে বৰ্তমানেও স্বীকৃতি প্ৰদান কৰা নাই ‘প্ৰিঞ্চিপালিটি অৱ হাট ৰিভাৰ’ক৷ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ বিশেষ একো নাই দেশখনত,  আছে এটা অফিচ, ৪-৫টা ঘৰ আৰু বাকী বিস্তৃত অঞ্চল খেতিপথাৰ৷ কিন্তু এটি স্বতন্ত্ৰ ইতিহাসৰ সাক্ষী এই দেশখন৷ সেয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে দেশখন চাবলৈ৷ অষ্ট্ৰেলিয়াৰ হাট নদীৰ তীৰত অৱস্থিত দেশখনৰ অস্তিত্ব সম্প্ৰতি বিপদাপন্ন৷ অস্তিত্ব ৰক্ষাৰ যুঁজত যুঁজিছে দেশখনৰ নাগৰিকে৷ কেৱল ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথে প্ৰেৰণ কৰা এখন চিঠিয়েই দেশখনৰ বাবে একমাত্ৰ ভৰসা হৈ পৰিছে৷ উল্লেখ্য, ১৯৭০ চনত ২১ এপ্ৰিলত দেশখনৰ স্বাধীনতা উপলক্ষে ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথক আমন্ত্ৰণ জনাইছিল৷ ৰাণী এলিজাবেথ অনুষ্ঠানত উপস্থিত থকা নাছিল যদিও এখন চিঠি প্ৰেৰণ কৰি শুভেচ্ছা জনাইছিল ‘প্ৰিঞ্চিপালিটি অৱ হাট ৰিভাৰ’ৰ ৰজা লিঅ’নাৰ্ড ক্যেচেলক৷ সেই চিঠিৰ টুকুৰাটোৱেই সম্প্ৰতি দেশখনৰ একমাত্ৰ ভৰসা হৈ পৰিছে দেশবাসীৰ বাবে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24principality of hutt river
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?
জীৱনশৈলী

March 25, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক
জীৱনশৈলী

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

March 25, 2026
Next Post
প্ৰকৃতিৰ আগত আমেৰিকা হাৰিল

প্ৰকৃতিৰ আগত আমেৰিকা হাৰিল

কেনেদৰে আছে বনমন্ত্ৰীয়ে ৰোপণ কৰা বৃক্ষ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন