• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিনেমাক কাম দিবলৈ অন্তৰ্বাস চাব খুজিছিল এইজন বলীউড পৰিচালকে! পৰিচালকক কি ক’লে প্ৰিয়ংকা চোপ্ৰাই?

চিনেমাক কাম দিবলৈ অন্তৰ্বাস চাব খুজিছিল এইজন বলীউড পৰিচালকে! পৰিচালকক কি ক’লে প্ৰিয়ংকা চোপ্ৰাই?

1 year ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

10 minutes ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

31 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

1 hour ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

2 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

3 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

4 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

5 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

5 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

6 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

6 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চিনেমাক কাম দিবলৈ অন্তৰ্বাস চাব খুজিছিল এইজন বলীউড পৰিচালকে! পৰিচালকক কি ক’লে প্ৰিয়ংকা চোপ্ৰাই?

চিনেমাক কাম দিবলৈ অন্তৰ্বাস চাব খুজিছিল এইজন বলীউড পৰিচালকে? পৰিচালকক কি ক’লে প্ৰিয়ংকা চোপ্ৰাই?

editor by editor
February 1, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
চিনেমাক কাম দিবলৈ অন্তৰ্বাস চাব খুজিছিল এইজন বলীউড পৰিচালকে! পৰিচালকক কি ক’লে প্ৰিয়ংকা চোপ্ৰাই?
0
SHARES
11.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডত এসময়ত তেওঁ প্ৰথম তিনি নায়িকাৰ ভিতৰত এগৰাকী আছিল৷ তেওঁ কাম কৰিছে শ্বাহৰুখ খান, ছলমান খান, হৃতিক ৰোছন, জন আব্ৰাহামৰ দৰে প্ৰথম শাৰীৰ তাৰকাৰ সৈতে যুঁটিত কাম কৰিছিল তেওঁ৷ প্ৰিয়ংকা চোপ্ৰাৰ সৈতে কাম কৰা তাৰকা পৰিচালকসকলৰ তালিকাও কিন্তু কম নহয়৷ সেই তালিকাত আছে সঞ্জয় লীলা ভাঞ্চালি, ৰাকেশ ৰোছন, আশুতোষ গোৱাৰিকৰৰ দৰে নিৰ্দেশকসকলৰ নাম৷ এইমুহূৰ্তত তেওঁ হলীউড ছবিত কাম কৰি আছে৷ তাতেই ৱেব চিৰিজ, ছবিত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিছে তেওঁ৷ প্ৰিয়ংকা এতিয়া আন্তৰ্জাতিক তাৰকা৷ তাত কোনো সন্দেহ কিংবা দ্বিধা নাই৷ তেওঁৰ কৰ্মজীৱনত বলীউডত নানান কুপ্ৰস্তাৱৰ মুখত পৰিছিল প্ৰিয়ংকা৷ সদ্য এক সাক্ষাৎকাৰত এই ঘটনাৰ কথা নিজেই জনাইছে প্ৰিয়ংকাই৷

প্ৰিয়ংকাই কয়- সেই সময়ত তেওঁৰ বয়স খুবেই কম৷ অৰ্থাৎ কিশোৰীকালতেই বলীউডত ভৰি থৈছিল প্ৰিয়ংকাই৷ চিনেমাত কাম দিয়াৰ নামত প্ৰিয়ংকাৰ অন্তৰ্বাস চাব খুজিছিল এগৰাকী পৰিচালকে৷ এবাৰ নহয় চাৰিবাৰকৈ প্ৰিয়ংকাৰ সৈতে এই ঘটনা ঘটিছে৷ প্ৰিয়ংকাই কয়,‘এখন ছবিক লৈ কথা চলিছিল৷ তেতিয়া ছবিত আমাৰ পোছাক কেনে হ’ব সেই কথাক লৈ আলোচনা চলিছিল৷ তেতিয়া মই কৈছিলো, পোছাকশিল্পী যাক লৈছে তেওঁৰ সৈতে কথা পাতি মোক পোছাকৰ বিষয়টো স্পষ্টকৈ জনাই দিয়ক৷ তেতিয়া তেওঁ পোছাকশিল্পীক মোৰ সন্মুখতেই ফোন কৰিলে৷ ডাঙৰ ডাঙৰ কণ্ঠেৰে পোছাকশিল্পীক ক’লে, সেই দৃশ্যত মই নায়িকাৰ পেণ্টি দেখি থকাকৈ পোছাক বিচাৰো৷ অন্তৰ্বাস নেদেখিলে কোনে ছবি চাবলৈ আহিব? সন্মুখৰ চিটত বহি থকা দৰ্শকেই চাব নিবিচাৰিব৷ যেনেকৈ পৰিচালকে মোৰ অন্তৰ্বাসক লৈ কথা কৈছিল মোৰ গা জ্বলি উঠিছিল৷ স্তব্ধ হৈ গৈছিলো৷’ কোন আছিল এই বলীউড পৰিচালক সেই কথা অৱশ্যে প্ৰিয়ংকাই খুলি নক’লে৷

সামান্য ৰৈ প্ৰিয়ংকাই জনাই যে, তেওঁ সেই ছবিত কাম নকৰিলে৷ কাৰণ তেওঁ সেই পৰিচালকৰ মনোভাৱ ভাল লগা নাছিল৷ আনকি তাৰকা হোৱাৰ পাছতো নিজৰ কেৰিয়াৰত সেই পৰিচালকৰ সৈতে কোনো কাম আৰু নকৰিলে৷ প্ৰিয়ংকাই কয়, ‘স্বেচ্ছাই সেই ছবিৰ কাম এৰিছিলো৷ কাৰণ মই এবাৰ যাক বিশ্বাস কৰো কৰোৱেই, যাক নকৰো জীৱনলৈ বিশ্বাস নকৰো৷ সেই পৰিচালকৰ ওপৰত মোৰ বিশ্বাস উঠি গৈছিল৷ বিশ্বাস নকৰা মানুহৰ সৈতে মই কাম নকৰো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ
জীৱনশৈলী

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

March 17, 2026
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ
জীৱনশৈলী

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

March 17, 2026
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

March 17, 2026
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম
বাণিজ্য

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

March 17, 2026
Next Post
ৰাজ্যবাসীক দিলে বাৰ্থডে গীফ্টঃ জন্মদিনত ৰাজ্যবাসীলৈ কি কি উপহাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

ৰাজ্যবাসীক দিলে বাৰ্থডে গীফ্টঃ জন্মদিনত ৰাজ্যবাসীলৈ কি কি উপহাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

পুৰণি বনাম নতুন কৰ আঁচনি: উপাৰ্জন অনুযায়ী কিমান ধৰিব লাগিব ধন

পুৰণি বনাম নতুন কৰ আঁচনি: উপাৰ্জন অনুযায়ী কিমান ধৰিব লাগিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.