• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাহুৱেক হ’ল প্ৰিয়ংকা গান্ধী! দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বাগদান সম্পূৰ্ণ প্ৰিয়ংকা তনয় ৰেহানৰ

শাহুৱেক হ’ল প্ৰিয়ংকা গান্ধী! দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বাগদান সম্পূৰ্ণ প্ৰিয়ংকা তনয় ৰেহানৰ

3 months ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

8 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

21 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

41 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

1 hour ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

1 hour ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

4 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাহুৱেক হ’ল প্ৰিয়ংকা গান্ধী! দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বাগদান সম্পূৰ্ণ প্ৰিয়ংকা তনয় ৰেহানৰ

শাহুৱেক হ’ল প্ৰিয়ংকা গান্ধী! দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বাগদান সম্পূৰ্ণ প্ৰিয়ংকা তনয় ৰেহানৰ

editor by editor
December 30, 2025
in জীৱনশৈলী, ভাৰত, লেখা
0
শাহুৱেক হ’ল প্ৰিয়ংকা গান্ধী! দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বাগদান সম্পূৰ্ণ প্ৰিয়ংকা তনয় ৰেহানৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘদিনৰ প্ৰেমিকা আবিবা বেগেৰ সৈতে বাগদান কৰিলে প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰেহানে৷ বিভিন্ন সংবাদমাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি সাত বছৰ ধৰি ৰেহান আৰু আবিবা সম্পৰ্কত আছিল৷ অৱশেষত এই সম্পৰ্কই পৰিণতি লাভ কৰিলে৷

সূত্ৰৰ খবৰ অনুসৰি সম্প্ৰতি আবিবাক পোনতে প্ৰস্তাৱ দিছিল ৰেহানে৷ সেই প্ৰস্তাৱত তেওঁ ৰাজীও হয়৷ বিভিন্ন সূত্ৰৰ দাবী যে দুজনৰ পৰিয়ালেই এই সম্পৰ্কত সন্মতি জনাইছে৷ তেওঁৰ বিবাহৰ অনুষ্ঠান কেতিয়া আয়োজন কৰা হ’ব তাৰ আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই৷

আবিবা আৰু তেওঁৰ পৰিয়াল দিল্লীতেই থাকে৷ গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ বেগ পৰিয়াল৷ প্ৰিয়ংকা তনয় ৰেহানৰ বন্যপ্ৰাণীৰ প্ৰতি সৰুৰে পৰাই এক টান আছে৷ ১০ বছৰ বয়সৰ পৰাই ছবি তোলাৰ প্ৰতি আগ্ৰহী ৰেহনে বিভিন্ন ফটোগ্ৰাফী সন্মিলনত অংশগ্ৰহণো কৰছে৷ জীৱনৰ পেছা হিচাপেও তেওঁ ফটোগ্ৰাফীকেই বাচি লয়৷ এপিআৰই আৰ্ট হাউছৰ পৰ্টেলৰ ৰেহানৰ প্ৰফাইত, বন্যপ্ৰাণী, ষ্ট্ৰিট ফটোগ্ৰাফী আৰু বাণিজ্যিক ফটোগ্ৰাফীৰ কথাও উল্লেখ আছে৷

২০২১ চনত নতুন দিল্লীৰ বিকানেৰ হাউচত ডাৰ্ক পাৰছেপচন নামৰ একক প্ৰদৰ্শনীত প্ৰথম সকলোৰে দৃষ্টিলৈ আহিছিল ৰেহানে তোলা ছবি৷ পাছত কলকাতাৰ দ্যা ইণ্ডিয়া ষ্টোৰি নামৰ একক প্ৰদৰ্শনী হয় তেওঁ তোলা ছবিৰ৷ ৰেহানৰ কাম সাংস্কৃতিক মহলত বেছ প্ৰশংসিক হয়৷ ২০১৭ চনত ক্ৰিকেট খেলাৰ সময়ত চকুত আঘাত লাগিছিল ৰেহানৰ৷ মাতৃ প্ৰিয়ংকা তেওঁ অনুপ্ৰেৰণা৷ তেওঁৱেই ৰেহানক ফটোগ্ৰাফীক লৈ উৎসাহ জগাই আহিছে৷ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী তথা ৰেহানৰ ককাকো ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত আছিল৷

২০০০ চনৰ ২৯ আগষ্টত জন্ম ৰেহানৰ৷ দিল্লী আৰু ডেৰাডুনত স্কুলীয়াজীৱন পাৰ কৰিছে ৰেহানে৷ তাৰপিছতেই লণ্ডনৰ এছ ও এ এছ বিশ্ববিদ্যালয়ত পঢ়াশুনা কৰিছিল তেওঁ৷ নিজৰ শিল্পীসত্তাক বিশ্বৰ দৰবাৰত তুলি ধৰাৰ বাবেও কাম কৰি আছে ৰেহানে৷ ৰেহানৰ প্ৰেয়সী আবিবাবাও ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত৷ তেওঁ নিজেও এজন ফটোগ্ৰাফাৰ আৰু প্ৰযোজক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

April 11, 2026
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ
জীৱনশৈলী

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

April 11, 2026
Next Post
১ জানুৱাৰীত এই ভুল কৰিলে বছৰজুৰি কষ্টৰ দিন কটাব লাগিব, আগতীয়াকৈয়ে সতৰ্ক হওক, এই ভুল নকৰিব

১ জানুৱাৰীত এই ভুল কৰিলে বছৰজুৰি কষ্টৰ দিন কটাব লাগিব, আগতীয়াকৈয়ে সতৰ্ক হওক, এই ভুল নকৰিব

মহাপ্লাৱনত ভাহিব পৃথিৱী, সভ্যতা ৰক্ষা কৰিবলৈ জাহাজ তৈয়াৰ! এয়া প্ৰতাৰণা নে আন কিবা? এয়া প্ৰতাৰণা নে আন কিবা? ভৱিষ্যদ্বাণী কৰি ৮০ লাখ টকীয়া বাহন কিনিলে এই ভৱিষ্যদ্ৰষ্টাই

মহাপ্লাৱনত ভাহিব পৃথিৱী, সভ্যতা ৰক্ষা কৰিবলৈ জাহাজ তৈয়াৰ! এয়া প্ৰতাৰণা নে আন কিবা? এয়া প্ৰতাৰণা নে আন কিবা? ভৱিষ্যদ্বাণী কৰি ৮০ লাখ টকীয়া বাহন কিনিলে এই ভৱিষ্যদ্ৰষ্টাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.