• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ প্ৰিমিয়াৰ লীগে পাব নতুন চেম্পিয়ন, মুম্বাইক পৰাস্ত কৰি ১১ বছৰৰ পাছত ফাইনেলত পাঞ্জাৱ

এইবাৰ প্ৰিমিয়াৰ লীগে পাব নতুন চেম্পিয়ন, মুম্বাইক পৰাস্ত কৰি ১১ বছৰৰ পাছত ফাইনেলত পাঞ্জাৱ

1 year ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

42 minutes ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

12 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

13 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

13 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

14 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

15 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

16 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

17 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

18 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

19 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

19 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এইবাৰ প্ৰিমিয়াৰ লীগে পাব নতুন চেম্পিয়ন, মুম্বাইক পৰাস্ত কৰি ১১ বছৰৰ পাছত ফাইনেলত পাঞ্জাৱ

editor by editor
June 2, 2025
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
এইবাৰ প্ৰিমিয়াৰ লীগে পাব নতুন চেম্পিয়ন, মুম্বাইক পৰাস্ত কৰি ১১ বছৰৰ পাছত ফাইনেলত পাঞ্জাৱ
0
SHARES
300
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ প্ৰিমিয়াৰ লীগে পাব নতুন চেম্পিয়ন, মুম্বাইক পৰাস্ত কৰি ১১ বছৰৰ পাছত ফাইনেলত পাঞ্জাৱ

অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত পঞ্জাব কিংছে কোৱালিফায়াৰ-২ত ৫ বাৰৰ বিজয়ী মুম্বাই দলক ৫ উইকেটত পৰাস্ত কৰি ১১ বছৰৰ পাছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলত প্ৰৱেশ কৰে। পঞ্জাৱে শেষবাৰৰ বাবে ২০১৪ চনত আই পি এলৰ ফাইনেল খেলিছিল আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হৈছিল।

আই পি এলৰ ইতিহাসৰ মুঠ ১৮টা ছিজনত পঞ্জাৱ দলটোৱে প্লে অফ আৰু ফাইনেলত প্ৰৱেশ কৰাটো এয়া দ্বিতীয়বাৰ। এতিয়া খিতাপৰ মেচত কাইলৈ ৩ জুন মঙলবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৰজত পাটিদাৰ নেতৃত্বাধীন বেংগালুৰুৰ বিৰুদ্ধে খেলপথাৰত নামিব।

পাছে এইবাৰ ২০২৫ ৰ ১৮ সংখ্যক চিজনটো বিশেষ। এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে লাভ কৰিব নতুন চেম্পিয়ন। কিয়নো পঞ্জাব কিংছ আৰু আৰ চি বি দুয়োটা দলে প্ৰথমটো আই পি এল খিতাপৰ বাবে অপেক্ষা কৰি আছে।

বাংগালুৰু দশমবাৰৰ বাবে আই পি এল প্লে অফত প্ৰৱেশ কৰিছিল লগতে তিনিবাৰকৈ ফাইনেলত প্ৰৱেশ কৰিছিল, কিন্তু আজিলেকৈ খিতাপ অৰ্জন কৰাৰ পৰা বিফল হৈ আহিছিল। এইবাৰ চতুৰ্থবাৰৰ বাবে আৰচিবিৰ দলে আইপিএলৰ ফাইনেল খেলিব।

ইয়াৰ পূৰ্বে ২০০৯, ২০১১ আৰু ২০১৬ চনত ক্ৰমে ডেকান চাৰ্জাৰ্ছ, চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। বিৰাট কোহলি আই পি এল কেৰিয়াৰৰ আৰম্ভণিৰে পৰা আৰ চি বিৰ সৈতে জড়িত হৈ আছে, যাৰ বাবে অধীৰ অপেক্ষাত আছে প্ৰথম আই পি এল ট্ৰফীৰ বাবে। লগতে বহুতেই কৈছে এইবাৰ বিৰাটৰ শেষ আই পি এল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 18th SessionFinaliplIPL p2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 14, 2026
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?
বিনোদন

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

July 13, 2026
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

July 13, 2026
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’
বিনোদন

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

July 13, 2026
Next Post
অৰেঞ্জ কেপ আৰু পাৰ্পল কেপৰ শীৰ্ষত কোন, অৰেঞ্জ কেপৰ দৌৰৰ পৰা বাহিৰ সূৰ্যকুমাৰ

অৰেঞ্জ কেপ আৰু পাৰ্পল কেপৰ শীৰ্ষত কোন, অৰেঞ্জ কেপৰ দৌৰৰ পৰা বাহিৰ সূৰ্যকুমাৰ

RBIৰ ডাঙৰ সিদ্ধান্ত! পুনৰ হ্ৰাস পাব পাৰে হোম-কাৰ লোনৰ EMI, অপেক্ষা মাথো ৪ দিনৰ

RBIৰ ডাঙৰ সিদ্ধান্ত! পুনৰ হ্ৰাস পাব পাৰে হোম-কাৰ লোনৰ EMI, অপেক্ষা মাথো ৪ দিনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.