• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰেঞ্জ কেপ আৰু পাৰ্পল কেপৰ শীৰ্ষত কোন, অৰেঞ্জ কেপৰ দৌৰৰ পৰা বাহিৰ সূৰ্যকুমাৰ

অৰেঞ্জ কেপ আৰু পাৰ্পল কেপৰ শীৰ্ষত কোন, অৰেঞ্জ কেপৰ দৌৰৰ পৰা বাহিৰ সূৰ্যকুমাৰ

1 year ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

22 minutes ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

45 minutes ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

2 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

3 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

5 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

6 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

8 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

20 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

21 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

22 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অৰেঞ্জ কেপ আৰু পাৰ্পল কেপৰ শীৰ্ষত কোন, অৰেঞ্জ কেপৰ দৌৰৰ পৰা বাহিৰ সূৰ্যকুমাৰ

editor by editor
June 2, 2025
in ক্ৰীড়া, ভাৰত
0
অৰেঞ্জ কেপ আৰু পাৰ্পল কেপৰ শীৰ্ষত কোন, অৰেঞ্জ কেপৰ দৌৰৰ পৰা বাহিৰ সূৰ্যকুমাৰ
0
SHARES
370
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৰেঞ্জ কেপ আৰু পাৰ্পল কেপৰ শীৰ্ষত কোন, অৰেঞ্জ কেপৰ দৌৰৰ পৰা বাহিৰ সূৰ্যকুমাৰ

অধিক ৰোমাঞ্চিত হৈ পৰিছে এইবাৰ ১৮ সংখ্যক আই পি এল চিজন। দ্বিতীয়খন কোৱালিফায়িং মেচত মুম্বাইক পৰাস্ত কৰি পাঞ্জাৱ দল ফাইনেলত উপস্থিত হয়। যাৰ ফলত এতিয়া কাইলৈ ৩ জুন তাৰিখ মঙলবাৰে অনুষ্ঠিত হ’ব লগা ফাইনেলত মুখামুখি হ’ব বিৰাট-ৰজতৰ বাংগালুৰু আৰু শ্ৰেয়াছৰ পাঞ্জাৱ।

পাছে এইবাৰ কাৰ দখলত আই পি এল ২০২৫ ৰ এৰেঞ্জ কেপ আৰু পাৰ্পল কেপ। দুয়োটা ক্ষেত্ৰতে বৰ্তমানলৈ শীৰ্ষত গুজৰাট টাইটানছৰ খেলুৱৈ।

ৰানৰ শীৰ্ষত তথা অৰেঞ্জ কেপৰ প্ৰতিযোগিতাত দৌৰত আছিল গুজৰাট টাইটানছৰ সাই সুদৰ্শন আৰু মুম্বাই দলৰ সূৰ্যকুমাৰ যাদৱ। কিন্তু মুম্বাই দল কালি পাঞ্জাৱৰ হাতত পৰাস্ত হোৱাৰ সূৰ্যকুমাৰৰ খেলৰ অন্ত পৰে।

যাৰ ফলত সাই সুদৰ্শনেই শীৰ্ষ স্থানত আছে। সূৰ্যকুমাৰে অৰেঞ্জ কেপৰ সিংহাসনৰ পৰা আঁতৰাব নোৱাৰে সাই সুদৰ্শনক। যদিওবা গুজৰাট দল বৰ্তমানে প্ৰতিযোগিতাত নাই তথাপি এই অৰেঞ্জ কেপৰ দৌৰত নাই ফাইনেলত উপনীত হোৱা বাংগালুৰু কিম্বা পাঞ্জাৱ দলৰ খেলুৱৈ।

অৰেঞ্জ কেপ তালিকা-
সাই সুৰ্দশন- ৭৫৯ ৰান (গুজৰাট)
সূৰ্যকুমাৰ যাদৱ- ৭১৭ ৰান (মুম্বাই)
শুভমন গিল- ৬৫০ ৰান (গুজৰাট)
মিচেল মাৰ্চ- ৬২৭ ৰান (লক্ষ্নৌ)
বিৰাট কোহলী- ৬১৮ ৰান (বাংগালুৰু)
শ্ৰেয়াছ আয়াৰ- ৬০৩ ৰান (পাঞ্জাৱ)

পাৰ্পল কেপ তথা বলিঙৰ শীৰ্ষত বৰ্তমানে গুজৰাট টাইটানছ দলৰেই প্ৰসিদ্ধ কৃষ্ণা। প্ৰসিদ্ধই ১৫ খন মেচত ২৫ টা উইকেট লাভ কৰিছে। ইয়াৰ পাছতে আছে চেন্নাই দলৰ নুৰ আহমেদ, যিয়ে ২৪ টা উইকেট দখল কৰিছে। যদিওবা বৰ্তমানে গুজৰাট আৰু চেন্নাই দুয়োটা দলেই বাহিৰ তথাপি প্ৰসিদ্ধ কৃষ্ণাৰ সিংহাসন কাঢ়ি লোৱা আশংকা কিছু আছে। কাৰণ এই তালিকাত চতুৰ্থত আছে বাংগালুৰু দলৰ জোছ হেজলউড। হেজলউডে এতিয়ালৈকে ১১ খন মেচত ২১ টা উইকেট দখল কৰিছে। যদি কাইলৈ ফাইনেলত হেজলউডে ৪টাতকৈ অধিক উইকেল লব পাৰে তেন্তে পাৰ্পলকেপ আহি হেজলউডৰ নামত।

পাৰ্পল কেপৰ তালিকাত-
প্ৰসিদ্ধ কৃষ্ণা- ২৫ উইকেট (গুজৰাট)
নুৰ আহমেদ- ২৪ উইকেট (চেন্নাই)
ট্ৰেণ্ট বোল্ট – ২২ উইকেট ( মুম্বাই)
জোছ হেজলউড- ২১ উইকেট (বাংগালুৰু)
সাই কিশোৰ – ১৯ উইকেট (গুজৰাট)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2025Orange capPurple Cap
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
RBIৰ ডাঙৰ সিদ্ধান্ত! পুনৰ হ্ৰাস পাব পাৰে হোম-কাৰ লোনৰ EMI, অপেক্ষা মাথো ৪ দিনৰ

RBIৰ ডাঙৰ সিদ্ধান্ত! পুনৰ হ্ৰাস পাব পাৰে হোম-কাৰ লোনৰ EMI, অপেক্ষা মাথো ৪ দিনৰ

ৰূপালী পৰ্দাত শিৱৰূপী অক্ষয়ৰ বিপৰীতে ৰনবীৰৰ ৰামায়নৰ শিৱ, কোনে পাব লাইম-লাইট

ৰূপালী পৰ্দাত শিৱৰূপী অক্ষয়ৰ বিপৰীতে ৰনবীৰৰ ৰামায়নৰ শিৱ, কোনে পাব লাইম-লাইট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.