• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰূপালী পৰ্দাত শিৱৰূপী অক্ষয়ৰ বিপৰীতে ৰনবীৰৰ ৰামায়নৰ শিৱ, কোনে পাব লাইম-লাইট

ৰূপালী পৰ্দাত শিৱৰূপী অক্ষয়ৰ বিপৰীতে ৰনবীৰৰ ৰামায়নৰ শিৱ, কোনে পাব লাইম-লাইট

1 year ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

6 minutes ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

1 hour ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

2 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

4 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

4 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

5 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

7 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

7 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

9 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰূপালী পৰ্দাত শিৱৰূপী অক্ষয়ৰ বিপৰীতে ৰনবীৰৰ ৰামায়নৰ শিৱ, কোনে পাব লাইম-লাইট

editor by editor
June 2, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ৰূপালী পৰ্দাত শিৱৰূপী অক্ষয়ৰ বিপৰীতে ৰনবীৰৰ ৰামায়নৰ শিৱ, কোনে পাব লাইম-লাইট
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰূপালী পৰ্দাত শিৱৰূপী অক্ষয়ৰ বিপৰীতে ৰনবীৰৰ ৰামায়নৰ শিৱ, কোনে পাব লাইম-লাইট

সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰণবীৰ কাপুৰৰ পৰৱৰ্তী ছবি ৰামায়নৰ বাবে। দীপাৱলীত মুক্তি পাব ৰনবীৰৰ ৰামায়নৰ প্ৰথম খণ্ড। পাছে মুক্তিৰ পূৰ্বে ৰানবীৰৰ ৰামায়নৰ শিৱ চৰিত্ৰই দৃষ্টি কাঢ়িছে বহুতৰে। কাৰণ এইবাৰ একে সময়তে মুক্তি পাব শিৱৰ ৰূপী অক্ষয় কুমাৰৰো ছবি।

নিতেশ তিৱাৰীয়ে নিৰ্মাণ কৰিছে ৰণবীৰ কাপুৰৰ ৰামায়ণ। আনহাতে, নিমিত মালহোত্ৰা আৰু যশে যৌথভাৱে ছবিখন নিৰ্মাণ কৰি আছে। বহু অভিনেতাক বাচি বাচি এজন এজনকৈ কাষ্ট কৰা হৈছে। চৰিত্ৰ অনুযায়ী নিৰ্বাচন কৰা হৈছে বিশেষ বিশেষ লোকক।

ৰাম ৰনবীৰ হোৱাৰ বিপৰীতে সীতাৰ চৰিত্ৰত চাই পল্লৱী। তেনেদৰে ৰাৱনৰ চৰিত্ৰত KGF ফেমাচ এক্টৰ য়শ। ইয়াৰ বাহিৰেও হনুমান হৈছে ছানী দেউল। শেহতীয়াকৈ প্ৰকাশ পাইছে যে কুনাল কাপুৰে ছবিখনত ইন্দ্ৰ দেৱৰ চৰিত্ৰত অভিনয় কৰিব। যাৰ বাবে তেওঁ নিজৰ অংশৰ কাম ইতিমধ্যে কৰিছে।

পাছে এই সকলোবোৰৰ মাজতে খবৰ আহিছে শিৱৰ চৰিত্ৰৰ কথা । কোনে লাভ কৰিব এই শিৱ চৰিত্ৰ। এই সন্দৰ্ভত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰণবীৰ কাপুৰৰ ৰামায়নত শিৱৰ চৰিত্ৰত দেখা পোৱাৰ সম্ভৱনা টিভি জগতত ‘দেৱো কে দেৱ মহাদেৱ’ হিচাপে জনপ্ৰিয় হৈ পৰা অভিনেতা মোহিত ৰাইনা।

শেহতীয়াকৈ ইণ্ডিয়া ফ’ৰামত এটা প্ৰতিবেদন প্ৰকাশ পাইছে। কোৱা হৈছিল যে ৰনবীৰ কাপুৰৰ ছবিখনত মোহিত ৰাইনা প্ৰৱেশ কৰিছে। ছবিখনত মোহিতক ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। বৰ্তমান সময়ত মাচুল সম্পৰ্কীয় আলোচনা উন্নত পৰ্যায়ত চলি আছে। কিন্তু নিৰ্মাতাসকলে একো নিশ্চিত কৰা নাই।

কিন্তু ভাৰতৰ প্ৰতিঘৰ মানুহৰে অতিকে প্ৰিয় শিৱ হৈ পৰা মোহিতে যেন চৰিত্ৰটোৰ বাবেই সকলোতকৈ সঠিক কাষ্ট। যাৰ বাবে মোহিতে এই চৰিত্ৰটো কৰাৰ সম্ভৱনা অধিক।

আনহাতে অক্ষয় কুমাৰকো ভগৱান শিৱৰ চৰিত্ৰত অতি সোনকালে দেখা যাব। আহি আছে অক্ষয়ৰ কানাপ্পা। যদিও অভিনেতাজনৰ এই শিৱ চৰত্ৰ কেমিঅ’ হ’ব, তথাপি বহুল চৰ্চিত হৈছে অক্ষয়। যদিহে ৰাামায়নত মোহিত শিৱ হয়, তেন্তে এইবাৰ ৰূপালী পৰ্দাত অক্ষয় কুমাৰ আৰু মোহিত ৰাইনাৰ মাজত প্ৰত্যক্ষ প্ৰতিযোগিতা দেখা যাব। এতিয়া অনুৰাগীক কোনে বেছি আপ্লুত কৰে সেয়া হ’ব লক্ষ্যণীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akshay kumarBollywoodMohit RainaSiva Character
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি
অসম

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

October 5, 2026
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল
অসম

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

October 5, 2026
Next Post
বুধাদিত্য ৰাজযোগত বহুতো উন্নতি কৰিব ৪ ৰাশিয়ে, কি হ’ব এই সপ্তাহত

বুধাদিত্য ৰাজযোগত বহুতো উন্নতি কৰিব ৪ ৰাশিয়ে, কি হ'ব এই সপ্তাহত

অতি ৰহস্যৰে ভৰা পদ্মনাভাস্বামী মন্দিৰত ২৭০ বছৰৰ মূৰকত বিশেষ অনুষ্ঠান

অতি ৰহস্যৰে ভৰা পদ্মনাভাস্বামী মন্দিৰত ২৭০ বছৰৰ মূৰকত বিশেষ অনুষ্ঠান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.