• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ হত্যা কৰা হৈছিল পাঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছৱালাক? হত্যাকাণ্ডৰ A to Z জানিবলৈ পঢ়ক

কেনেকৈ হত্যা কৰা হৈছিল পাঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছৱালাক? হত্যাকাণ্ডৰ A to Z জানিবলৈ পঢ়ক

4 years ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

53 minutes ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

2 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

2 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

3 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

4 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

5 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

5 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

6 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

16 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

16 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

17 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কেনেকৈ হত্যা কৰা হৈছিল পাঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছৱালাক? হত্যাকাণ্ডৰ A to Z জানিবলৈ পঢ়ক

editor by editor
June 1, 2022
in অপৰাধ, ভাৰত
0
কেনেকৈ হত্যা কৰা হৈছিল পাঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছৱালাক? হত্যাকাণ্ডৰ A to Z জানিবলৈ পঢ়ক
0
SHARES
387
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছ ৱালাৰ অন্তিম সৎকাৰ কৰাৰ এদিন পিছতে তেওঁক হত্যাৰ কৰাৰ সমগ্ৰ পৰিকল্পনাৰ তথ্য পোহৰলৈ আহিছে। হত্যাকাৰীয়ে অত্যন্ত শীতল মস্তিষ্কৰে গায়ক তথা ৰাজনৈতিক নেতাজনক হত্যাৰ পৰিকল্পনা কৰিছিল।

ঘটনাৰ বিৱৰণীৰ মতে প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পেহীয়েক অসুস্থ হোৱাত বৰ্ণলা জিলাত থকা পেহীয়েকক চাবলৈ গৈছিল। সেই সময়ত গায়কজন সততে তেওঁক যাত্ৰা কৰা মহিন্দ্ৰা থাৰ এছ ইউ ভি বাহনখনত গৈছিল৷ বাহনখনত পিছৰ চিটত বন্ধু গুৰবিন্দৰ সিং আৰু আগৰ চিটত গুৰপ্ৰীত সিং তেওঁৰ সহযাত্ৰী আছিল।

প্ৰয়াত সিদ্ধুৰ বন্ধু গুৰবিন্দে কয় যে যিহেতু এখন থাৰ জীপত পাঁচজন লোক যাত্ৰা কৰাটো কঠিন আছিল, সেয়েহে গায়কজনে নিজৰ পেৰেড-ডাউন ছিকিউৰিটি লৈ যাত্ৰা কৰা নাছিল। যাৰ কাৰণে এক অনাকাংক্ষিত ঘটনাৰ সৃষ্টি হয়৷

লগতে পঢ়ক জীৱনৰ অন্তিম দিনা কি গানেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গ’ল কে কে-এ?

সিদ্ধু মুছৱালা পেহীয়েকৰ গাঁৱত উপস্থিত হোৱাৰ লগে লগে পিছফালৰ পৰা গুলীচালনা হয় আৰু আন এখন বাহনে তেওঁৰ জীপখন সন্মুখৰ পৰা ঘেৰি ধৰে। জীপখনৰ সন্মুখত অটোমেটিক এছাল্ট ৰাইফল লৈ অহা এজন লোক উপস্থিত হৈ নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে৷

২৮ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে আত্ম ৰক্ষাৰ বাবে তেওঁৰ পিষ্টলৰ পৰাও দুটা গুলী ফুটাইছিল  যদিও ইয়াৰ সৈতে অত্যাধুনিক এছ’ল্ট ৰাইফলৰ কোনো মিল নাছিল। লগতে গুৰবিন্দৰ সিঙে কয় যে তিনিফালৰ পৰা শ্বুটাৰে গুলীচালনা কৰিছিল৷ সিদ্ধু মুছৱালাই জীপত উঠি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও পলায়ন কৰিব পৰা নাছিল৷

ইফালে, আৰক্ষীৰ সূত্ৰই পূৰ্বে প্ৰকাশ কৰা মতে সিদ্ধু মুছৱালাক প্ৰায় আঠৰ পৰা দহজন আক্ৰমণকাৰীয়ে ৩০ বাৰতকৈ অধিক গুলী ফুটাই গুলীয়াই হত্যা কৰিছিল। ইমানবোৰ গুলী চলোৱাৰ পিছতো আক্ৰমণকাৰীয়ে তেওঁ জীয়াই আছে নে নাই পৰীক্ষা কৰিছিল বুলি আৰক্ষীয়ে মন্তব্য কৰে৷

লগতে পঢ়ক কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?

পঞ্জাৱৰ মানছা জিলাৰ যি ঠাইত হত্যাকাণ্ডটো সংঘটিত হৈছিল. সেই স্থানত উদ্ধাৰ হোৱা গুলীৰ পৰা বুজা যায় যে এই আক্ৰমণত AN ৯৪ ৰাছিয়ান এছাল্ট ৰাইফলো ব্যৱহাৰ কৰা হৈছিল। আৰক্ষীয়ে ইতিমধ্যে এটা পিষ্টলও উদ্ধাৰ কৰিছে। আনহাতে পঞ্জাৱ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী কণ্ঠশিল্পীগৰাকী পিতৃ বালকৌৰ সিঙৰ এজাহাৰৰ পিছতে হত্যা আৰু অস্ত্ৰ আইনৰ অভিযোগত এফ আই আৰ ৰুজু কৰিছে।

প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পিতৃৰ মন্তব্য, ‘‘দেওবাৰে মোৰ পুত্ৰই তেওঁৰ বন্ধু গুৰৱিন্দৰ সিং আৰু গুৰপ্ৰীত সিঙৰ সৈতে থাৰ গাড়ীত উঠি গুচি গৈছিল। তেওঁ বুলেটপ্ৰুফ ফৰ্চুনাৰ আৰু দুজন গাৰ্ডক লগত লৈ যোৱা নাছিল। মই তেওঁৰ পিছে পিছে আন এখন গাড়ীত উঠিছিলো দুজন সশস্ত্ৰ জোৱানৰ সৈতে৷ কিছু মিনিটৰ ভিতৰতে গাড়ীবোৰ দ্ৰুতগতিত গুচি গৈছিল। মই চিঞৰিবলৈ ধৰিলোঁ আৰু মানুহ গোট খালে। মই মোৰ পুত্ৰ আৰু তেওঁৰ বন্ধুসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গ’লো য’ত তেওঁৰ মৃত্যু হ’ল।’’

২৮ বছৰীয়া কণ্ঠশিল্পীগৰাকীৰ পিতৃৰ অভিযোগ যে কেইবাজনো গেংষ্টাৰে কণ্ঠশিল্পীগৰাকীক ফোনযোগে ভাবুকি দিছিল। ইতিমধ্যে এই গোচৰত ৬ জন সন্দেহযুক্ত লোকক আটক কৰা হৈছে।

লগতে পঢ়ক দলত্যাগ নহয়, কংগ্ৰেছৰ পৰা বহিষ্কাৰহে! কাৰ বাবে স্থান নাই কংগ্ৰেছত?

জনপ্ৰিয় ৰেপাৰ-গায়িকাগৰাকীৰ নিৰাপত্তা কিয় হ্ৰাস কৰা হ’ল সেই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। উল্লেখযোগ্য যে, কানাডাৰ গেংষ্টাৰ গোল্ডী ব্ৰাৰে ফেচবুকত সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে। গোল্ডী ব্ৰাৰ গেং নেতা লৰেন্স বিষ্ণয়ৰ ঘনিষ্ঠ আছিল লগতে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা৷

বৰ্তমান বিভিন্ন গোচৰত অভিযুক্ত হৈ যিজন তিহাৰ জেলত কাৰাবাস খাটি আছে গোল্ডী বাৰে। কিন্তু প্ৰশ্ন হয় জেলত থাকিও  ইমান ভয়ংকৰ হত্যাৰ ষড়যন্ত্ৰ কেনেকৈ ৰচনা কৰিলে গেষ্টাৰ গোল্ডীয়ে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamshidhu moose wala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক
জীৱনশৈলী

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

March 30, 2026
Next Post
ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা উদ্বোধন যোগীৰ : আৰু কি কি কৰিব ৰাম মন্দিৰত?

ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা উদ্বোধন যোগীৰ : আৰু কি কি কৰিব ৰাম মন্দিৰত?

বিশ্বৰ সৰ্ববৃহৎ হুইস্কিৰ বটলটো কিমান ডাঙৰ? ইয়াৰ মূল্য কিমান?

বিশ্বৰ সৰ্ববৃহৎ হুইস্কিৰ বটলটো কিমান ডাঙৰ? ইয়াৰ মূল্য কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.