• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনৰ অন্তিম দিনা কি গানেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গ’ল কে কে-এ?

জীৱনৰ অন্তিম দিনা কি গানেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গ’ল কে কে-এ?

4 years ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

38 minutes ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

2 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

3 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

3 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

17 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

17 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

18 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

18 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

19 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জীৱনৰ অন্তিম দিনা কি গানেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গ’ল কে কে-এ?

editor by editor
June 1, 2022
in চিনেমা, ভাৰত, সংগীত
0
জীৱনৰ অন্তিম দিনা কি গানেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গ’ল কে কে-এ?
0
SHARES
319
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশবাসীৰ বাবে এক দুঃখবৰ। বলীউডৰ জনপ্ৰিয় গায়ক শিল্পী কে কেৰ আকস্মিক মৃত্যুত এতিয়া দেশজুৰি শোকৰ ছাঁ। মঙলবাৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে দক্ষিণ কলকাতাৰ গুৰুদাস মহাবিদ্যালয়ৰ এক সংগীতানুষ্ঠানত ঢলি পৰে আৰু সংগীতানুষ্ঠানতে জীৱনৰ অন্তিমটো অনুষ্ঠান পৰিৱেশন কৰি সকলোকে কন্দুৱাই গুচি গ’ল কৃষ্ণ কুমাৰ কুন্নাথ ওৰফে কে কে।

অনুষ্ঠান পৰিৱেশনৰ পাছত কলকাতাৰ হোটেলত উপস্থিত হোৱাৰ সময়তো অসুস্থতা অনুভৱ কৰি ঢলি পৰিল। ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠান CMRI চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতে চিকিৎসকে মৃত ঘোষণা কৰে শিল্পীগৰাকীক। মৃত্যুৰ সময়ত পত্নীৰ লগতে ২টি সন্তানক শিল্পীগৰাকীয়ে ইহ সংসাৰত এৰি থৈ যায়।

চিকিৎসকে সন্দেহ কৰা মতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় শিল্পীগৰাকীয়ে। কিন্তু কলকাতা আৰক্ষীয়ে শিল্পীগৰাকীক মৃত্যুক স্বাভাৱিক মৃত্যু বুলি মানি ল’ব পৰা নাই। সেয়ে কলকাতা আৰক্ষীয়ে কলকাতাৰ নিউ মাৰ্কেট থানাত গোচৰ ৰুজু কৰিছে। আনহাতে শিল্পীগৰাকীৰ মূৰ আৰু মুখত আঘাতৰ চিনো স্পষ্ট হৈছে।

লগতে পঢ়ক দলত্যাগ নহয়, কংগ্ৰেছৰ পৰা বহিষ্কাৰহে! কাৰ বাবে স্থান নাই কংগ্ৰেছত?

ইফালে হোটেলৰ cctv ফুটেজ পৰীক্ষণ কৰিছে আৰক্ষীয়ে। হোটেল কৰ্তৃপক্ষৰ লগতে অনুষ্ঠানৰ উদ্যোক্তাকো জেৰা চলাব আৰক্ষীয়ে। বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কলকাতাৰ SSKM হাস্পতালত সম্পন্ন হ’ব কে কেৰ মৰণোত্তৰ পৰীক্ষা।

কে কেৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে শোক প্ৰকাশ কৰিছে।

অনুষ্ঠানত পৰিৱেশনৰ পাছতে কে কেক ধৰি হোটেললৈ লৈ যোৱা হৈছিল। ৯০ দশকৰ পৰা বৰ্তমানলৈকে কোটি কোটি শ্ৰোতাক মুগ্ধ কৰি ৰখা কে কেৰ অকাল মৃত্যুত ম্ৰিয়মান দেশবাসী। কে কেৰ আছিল বৰ্ণাঢ্য জীৱন পৰিক্ৰমা৷

১৯৯৪ চনত সংগীতৰ বাবে মুম্বাইলৈ যোৱাৰ পূৰ্বে কে কে হোটেল ইণ্ডাষ্ট্ৰিতো কাম কৰিছিল। এবাৰ দিল্লীত গান গাই থাকোতে হৰিহৰণে দেখা পাইছিল কে কেক। কণ্ঠশিল্পীগৰাকীক হৰিহৰণে মুম্বাইলৈ যাবলৈ উৎসাহিত কৰিছিল।

লগতে পঢ়ক চিগাৰেট সেৱনকাৰী বলীউডৰ তাৰকা, কিয় ধঁপাত ত্যাগ কৰিলে এই তাৰকাসকলে?

এই কথা কে কেই এটা সাক্ষাৎকাৰত কৈছিল। কিশোৰ কুমাৰৰ পৰা কে কে যথেষ্ট অনুপ্ৰাণিত হৈছিল। কিশোৰ কুমাৰ আইডল হিচাপে লৈছিল কৃষ্ণ কুমাৰ কুন্নাথে।

কে কেক মঞ্চত গীত পৰিৱেশনৰ সময়ত বাৰে বাৰে ঘাম মোহাৰি থকা দেখা গৈছিল। গীত পৰিৱেশনৰ সময়তো যথেষ্ট ভাগৰুৱা দেখা গৈছিল শিল্পীগৰাকীক। মৃত্যুৰ পূৰ্বে অনুষ্ঠানত পৰিৱেশন কৰিছিল হাম ৰহ্যে য়া না ৰহ্যে কল গীতটি। বজৰংগী ভাইজানৰ টু জো মিলা গীত গাই আৱেগিক কৰি থৈ গ’ল অনুৰাগীক কে কে-এ।

একাংশ উদণ্ড যুৱকে ফায়াৰ এষ্টিংগুইছাৰ স্প্ৰে কৰিছিল যাৰ ফলত চৌদিশে ধোৱাময় পৰিৱেশৰ সৃষ্টি হৈছিল। বহু কষ্টৰ মাজত অনুষ্ঠান পৰিৱেশন কৰিছিল যদিও সকলোকে কন্দুৱাই গুচি গ’ল কে কে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambollywood singerK K
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!
ভাৰত

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

August 31, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
Next Post
অন্য এক মাইলষ্টোন স্পৰ্শ! ‘লোকেল উৎপাত’ৰ ১ কোটি সংগ্ৰহ!

অন্য এক মাইলষ্টোন স্পৰ্শ! ‘লোকেল উৎপাত’ৰ ১ কোটি সংগ্ৰহ!

কেনেকৈ হত্যা কৰা হৈছিল পাঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছৱালাক? হত্যাকাণ্ডৰ A to Z জানিবলৈ পঢ়ক

কেনেকৈ হত্যা কৰা হৈছিল পাঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছৱালাক? হত্যাকাণ্ডৰ A to Z জানিবলৈ পঢ়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.