• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোটেলৰ দুৱাৰত ‘ডু নট ডিষ্টাৰ্ব’, প্ৰিয়তমা পত্নীৰ ভালপোৱাৰ কথাকেই কৈ শেষমুহূৰ্তত স্বামীয়ে কৰিলে এই কাম, দেশজুৰি চৰ্চিত এতিয়া এখন বিশেষ চিঠি

হোটেলৰ দুৱাৰত ‘ডু নট ডিষ্টাৰ্ব’, প্ৰিয়তমা পত্নীৰ ভালপোৱাৰ কথাকেই কৈ শেষমুহূৰ্তত স্বামীয়ে কৰিলে এই কাম, দেশজুৰি চৰ্চিত এতিয়া এখন বিশেষ চিঠি

1 year ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

21 minutes ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

1 hour ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

2 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

2 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

2 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

3 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

4 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

5 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

5 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

6 hours ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

1 day ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হোটেলৰ দুৱাৰত ‘ডু নট ডিষ্টাৰ্ব’, প্ৰিয়তমা পত্নীৰ ভালপোৱাৰ কথাকেই কৈ শেষমুহূৰ্তত স্বামীয়ে কৰিলে এই কাম, দেশজুৰি চৰ্চিত এতিয়া এখন বিশেষ চিঠি

হোটেলৰ দুৱাৰত ‘ডু নট ডিষ্টাৰ্ব’, প্ৰিয়তমা পত্নীৰ ভালপোৱাৰ কথাকেই কৈ শেষমুহূৰ্তত স্বামীয়ে কৰিলে এই কাম, দেশজুৰি চৰ্চিত এতিয়া এখন বিশেষ চিঠি

editor by editor
March 7, 2025
in জীৱনশৈলী, বিবিধ
0
হোটেলৰ দুৱাৰত ‘ডু নট ডিষ্টাৰ্ব’, প্ৰিয়তমা পত্নীৰ ভালপোৱাৰ কথাকেই কৈ শেষমুহূৰ্তত স্বামীয়ে কৰিলে এই কাম, দেশজুৰি চৰ্চিত এতিয়া এখন বিশেষ চিঠি
0
SHARES
947
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিদায় বেলাত তেওঁ ডিষ্টাৰ্বড হ’ব খোজা নাছিল৷ সেয়ে হোটেলৰ ৰুমৰ বাহিৰত ওলমাই দিছিল ‘ডু নট ডিষ্টাৰ্ব বোৰ্ড৷’ মুম্বাইৰ ছাহাৰা হোটেলৰ এটা ৰুমৰ পৰা উদ্ধাৰ হৈছে ৪১ বছৰ বয়সীয়া এগৰাকী ব্যক্তিৰ মৃতদেহ৷ জনা গৈছে যে তেওঁৰ নাম নিশান্ত ত্ৰিপাঠী৷ তেওঁ আত্মহত্যা কৰা বুলি প্ৰাথমিক তদন্তত অনুমান কৰিছে আৰক্ষীয়ে৷ উদ্ধাৰ হৈছে এখন ছুইচাইড নোটো৷ এই ছুইচাইড নোট তেঁও আপলোড কৰিছে নিজৰ কৰ্মস্থলৰ ৱেবচাইটত৷ এই চৰম পদক্ষেপৰ বাবে নিশান্তই তেওঁৰ পত্নীক দায়ী কৰিছে৷ তেওঁৰ অভিযোগৰ ওপৰিও শেষ বাৰ্তাত পত্নীক নিঃস্বাৰ্থভাৱে ভালপোৱাৰ কথাও প্ৰকাশ কৰিছে৷

তাৎপৰ্যপূৰ্ণভাৱে মৃত্যুৰ পূৰ্বে লিখা এই চিঠি নিশান্ত ত্ৰিপাঠীয়ে আপলোড কৰিছে নিজৰ সংস্থাৰ ৱেবচাইটত৷ ঘটনাৰ তদন্তত নামি আৰক্ষীয়ে ইতিমধ্যেই নিশান্তৰ পত্নী অপূৰ্বা পাৰিখৰ বিৰুদ্ধে FIR দাখিল কৰিছে৷ তেওঁৰ বিৰুদ্ধে আত্মহত্যাত প্ৰৰোচনা দিয়াৰ অভিযোগ আছে৷ এতিয়া পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই৷
আৰক্ষী সূত্ৰৰ পৰা জনা গৈছে যে তিনিদিন পূৰ্বে মুম্বাইৰ সেই হোটেলত চেক ইন কৰিছিল নিশান্তই৷ ৰুমত সোমোৱাৰ পাছতেই দুৱাৰত ডু নট ডিষ্টাৰ্ব বোৰ্ড ওলোমাই দিছিল তেওঁ৷ ইয়াৰ পাছতেই বাথৰুমত ডিঙিত ৰচী লগাই আত্মহত্যা কৰে বুলি অনুমান আৰক্ষীৰ৷
দীৰ্ঘসময় ধৰি নিশান্ত ত্ৰিপাঠীৰ তৰফৰ পৰা কোনো সাৰ শব্দ নোপোৱাৰ পাছত মাষ্টাৰ কি ব্যৱহাৰ কৰি হোটেলৰ দুৱাৰ খুলে কৰ্মীয়ে৷ বাথৰুমত তেতিয়াই ওলমি থকা অৱস্থাত উদ্ধাৰ হয় নিশান্তৰ দেহ৷ ইতিমধ্যেই মৰোনোত্তৰৰ বাবে দেহ প্ৰেৰণ কৰা হৈছে৷

নিশান্তই মৃত্যুৰ পূৰ্বে লিখা চিঠিত লিখিছে, ‘হাই বেব, যেতিয়া তুমি এই চিঠি পঢ়িবা তেতিয়া মই নাথাকিম৷ মোৰ জীৱনৰ শেষ মুহূৰ্তত তোমাক সমস্ত বিষয়ৰ বাবে দায়ী কৰি ঘৃণা কৰিব পাৰিলোহেতেন৷ কিন্তু মই নাই কৰা৷ মই ভালপোৱাকেই বাচি লম৷ তোমাক তেতিয়াও ভালপাইছিলো আজিও পাওঁ৷ এই ভালপোৱা কেতিয়াও শেষ নহয়৷ মোৰ মায়ে জানে মোৰ সৈতে যিসমূহ হৈছে তাৰবাবে এই পদক্ষেপ ল’বলৈ আগবাঢ়িছো৷ তাৰবাবে তুমি আৰু প্ৰাৰ্থনা মাহী দায়ী৷ মোৰ মাৰ সৈতে যোগাযোগ নকৰিবা৷ তেওঁ ভাঙি পৰিব৷ তেওঁক নিজৰ শোক পালন কৰিব দিবা৷’

পুত্ৰৰ আত্মহত্যাৰ খবৰ লাভ কৰি শোকস্তব্ধ হৈ মাতৃয়েও দিছে বিশেষ পোষ্ট৷ মাতৃ নীলম চতুৰ্বেদীয়ে লিখিছে, ‘‘বন্ধুসকল মই নীলম চতুৰ্বেদী৷ মই এতিয়া জীৱন্ত লাছ৷ তোমালোকে মোক জীৱিত অৱস্থাত দেখিলেও মই ভিতৰি মৃত৷ সন্তানেই মোৰবাবে সকলো আছিল৷ মোৰ বন্ধু আৰু মোৰ সংগী আছিল৷ মোৰ শক্তি আৰু জীৱনৰ উদ্যম আছিল নিশান্ত৷ মোৰ জীৱনত আৰু এতিয়া একো নাই৷ মোৰ শেষকৃত্য কৰাৰ পূৰ্বেই সি গুচি গ’ল৷ মই ২ মাৰ্চত তাৰ শেষকৃত্য কৰিলো৷’

নিশান্তৰ মাতৃয়ে জনাই, তেওঁ ১৬ বছৰ বয়সৰ পৰা মহিলাৰ অধিকাৰ, লিংগ বৈষম্যক লৈ সামাজিক কাম কৰি আহিছে৷ সখি কেন্দ্ৰ নামৰ এক সংস্থাৰ সৈতে যুক্ত হৈ প্ৰায় ৪৬ হাজাৰ মহিলাক ন্যায়লাভৰ সুযোগ দিছে৷ ৩৭ হাজাৰৰো বেছি মহিলাক নিজৰ ভৰিৰ ওপৰত থিয় দিয়া আৰু সুস্থ স্বাভাৱিক জীৱন ঘূৰাই পোৱাৰ বাবে কাম কৰিছে৷ অথচ নিজৰ ঘৰখনেই ঠিক কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিছে মাতৃ নীলম চতুৰ্বেদীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
Next Post
কোনো পুৰুষেই থাকিব নোৱাৰিব প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত, প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত থাকিব কেৱল নাৰীশক্তি, কিয় এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীৰ?

কোনো পুৰুষেই থাকিব নোৱাৰিব প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত, প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত থাকিব কেৱল নাৰীশক্তি, কিয় এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীৰ?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.