• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

4 months ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

43 minutes ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

1 hour ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

2 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

10 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

13 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

13 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

13 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

14 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

14 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

15 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

16 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

editor by editor
May 26, 2026
in জীৱনশৈলী
0
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?
0
SHARES
501
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যিমান দিন গৈছে প্ৰত্যেক মানুহৰ মানুহৰ ওচৰতেই সলনি হৈছে জীৱনৰ সংজ্ঞা৷ তেনেকৈয়ে সম্পৰ্কৰ সংজ্ঞাও সলনি হৈছে৷ মনৰ মানুহ কাষত থাকিলেও দূৰত্ব বাঢ়ে৷ তাৰফলতেই বাঢ়িছে বিচ্ছেদ৷ সমীক্ষাই কৈছে, এক ছাদৰ তলত থাকিলেও বহু যুগলেই শ্লিপ ডিভোৰ্ছৰ পথত আগুৱাইছে বহুজন৷

কি এই শ্লিপ ডিভোৰ্ছ?

এক ঘৰত থাকিও পৃথক বিছনাত ৰাত্ৰিযাপনেই হৈছে শ্লিপ ডিভোৰ্ছ৷ ResMed 2025 Global Sleep Survey সম্প্ৰতি কমেও ৩০ হাজাৰ যুগলক লৈ সমীক্ষা কৰোৱা হৈছে৷ তাৰ ফলাফল দেখি বহু বিশেষজ্ঞৰ চকু কঁপালত উঠিছে৷ কাৰণ, সমীক্ষাৰ ফলে কৈছে, ভাৰতীয়ৰ মাজত শ্লিপ ডিভোৰ্ছৰ প্ৰৱণতা সকলোতকৈ বেছি৷ দ্বিতীয় স্থানত আছে চীন৷ আৰু কোৰিয়া আছে তৃতীয় স্থানত৷ চীনত ৬৭শতাংশ আৰু কোৰিয়াত ৬৫ শতাংশ যুগৰ বিছনা পৃথক৷ আমেৰিকা, ব্ৰিটেইনত শ্লিপ ডিভোৰ্ছৰ হাৰ ৫০শতাংশ৷ যি তুলনামূলকভাৱে কম৷

কি কাৰণত বাঢ়িছে শ্লিপ ডিভোৰ্ছ? বিশেষজ্ঞৰ মতে,

১. কোনো কোনোৱে যদি দাবী কৰে যে তেওঁৰ সংগী কিংবা সংগিনীয়ে টোপনিতে নাক বজায় যাৰ বাবে একেখন বিছনাত শোৱা সম্ভৱ নহয়৷

২. কিছুসংখ্যকৰ দাবী যে তেওঁৰ সংগী কিংবা সংগিনীয়ে জোৰে জোৰে শ্বাস লয়, যাৰ ফলত টোপনি যোৱাত অসুবিধা হয়৷

৩. কোনো কোনোৱে আকৌ শোৱাৰ সময়ত টিভি চোৱা, মোবাইল চোৱাৰ দৰে বদভ্যাস ৰাখে৷ যাৰ ফলত আনগৰাকীৰ অসুবিধা হয়৷

শ্লিপ ডিভোৰ্ছৰ ভাল বেয়া দুটা দিশেই আছে৷ জানি থওক বিশেষজ্ঞৰ কি মত?

ভাল দিশ

১. টোপনি ভাল হয়৷

২. শাৰীৰিক সম্পৰ্কক লৈ উত্তেজনা বঢ়ায়৷

বেয়া দিশ

১. বিশেষজ্ঞৰ মতে একে বিছনাত শুলে সংগীৰ প্ৰতি টান বাঢ়ে৷ কাৰণ সেই সময়ত আমাৰ শৰীৰৰ পৰা অক্সিটছিন বা লাভ হৰমন নিৰ্গমণ বাঢ়ে৷ এক বিছনাত নুশুলে টোপনি সম্ভৱ নহয়৷

২. অক্সিটছিন নিৰ্গমণৰ ফলত স্বাভাৱিকভাৱেই দুশ্চিন্তা, অৱসাদ দূৰ হয়৷ কিন্তু শ্লিপ ডিভোৰ্ছৰ ফল হৈছে তাৰ ওলোটা৷

৩. দুশ্চিন্তা, অৱসাদৰ দৰে সমস্যাৰ পৰা ৰেহাই পোৱাৰ ফলত আয়ু বাঢ়ে৷ শ্লিপ ডিভোৰ্ছৰ ফলত সম্পৰ্ক মধুময় হোৱাৰ সলনি বাঢ়িছে মানসিক দূৰত্ব৷

এক ছাদৰ তলত থাকিও শ্লিপ ডিভোৰ্ছৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাৱি লওক৷ অন্যথা বিচ্ছেদলৈকে সম্পৰ্ক আগবাঢ়িব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

September 16, 2026
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

September 16, 2026
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
Next Post
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.