• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোন চুৰমাৰ পি ভি সিন্ধুৰ, পেৰিছ অলিম্পিকত পৰাজয়ৰ পাছতে অৱসৰ সন্দৰ্ভত বিশেষ মন্তব্য

সপোন চুৰমাৰ পি ভি সিন্ধুৰ, পেৰিছ অলিম্পিকত পৰাজয়ৰ পাছতে অৱসৰ সন্দৰ্ভত বিশেষ মন্তব্য

2 years ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

37 minutes ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

2 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

2 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

3 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

3 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

3 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

3 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

3 hours ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

4 hours ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

14 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

15 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সপোন চুৰমাৰ পি ভি সিন্ধুৰ, পেৰিছ অলিম্পিকত পৰাজয়ৰ পাছতে অৱসৰ সন্দৰ্ভত বিশেষ মন্তব্য

editor by editor
August 2, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
সপোন চুৰমাৰ পি ভি সিন্ধুৰ, পেৰিছ অলিম্পিকত পৰাজয়ৰ পাছতে অৱসৰ সন্দৰ্ভত বিশেষ মন্তব্য
0
SHARES
344
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপোন চুৰমাৰ পি ভি সিন্ধুৰ, পেৰিছ অলিম্পিকত পৰাজয়ৰ পাছতে অৱসৰ সন্দৰ্ভত বিশেষ মন্তব্য

একেৰাহে তৃতীয়টো পদকৰ সপোন মুহুৰ্ততে চুৰমাৰ ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৰ। ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু প্ৰি কোৱাৰ্টাৰ ফাইনেল অৰ্থাৎ বেডমিণ্টন মহিলা একক ৰাউণ্ডৰ ১৬ নম্বৰ ৰাউণ্ডৰ পৰা বাহিৰ হ’বলগীয়া হৈছে।

১৬ নম্বৰ ৰাউণ্ডত সিন্ধুৱে চীনৰ বিং জিয়াওৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। পৰাজয়ৰ পিছতে সিন্ধুৱে অৱসৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট দিয়ে। ২০২৮ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক সন্দৰ্ভত অৱসৰৰ বিষয়ে কথা কয়।

উল্লেখ্য যে ১৬ ৰাউণ্ডত পিভি সিন্ধুৱে চীনৰ বিং জিয়াওৰ বিৰুদ্ধে ২১-১৯, ২১-১৪ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। এই পৰাজয়ৰ লগে লগে সিন্ধুৰ একেৰাহে তৃতীয় অলিম্পিকত পদক লাভৰ সপোন ভাঙি চুৰমাৰ হৈ পৰে। পৰাজয়ৰ লগে লগে সিন্ধুৰ পেৰিচ অভিযানৰো অন্ত পৰে।

পৰাজয়ৰ পিছত সিন্ধুক ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ বিষয়ে সোধা হৈছিল। সেই প্ৰশ্ন সন্দৰ্ভত সিন্ধুৱে উত্তৰ দিয়ে যে, “পৰৱৰ্তী অলিম্পিকলৈ এতিয়াও চাৰিটা বছৰ বাকী আছে। মই ঘৰলৈ উভতি গৈ কিছু জিৰণি লম। বিৰতি লোৱাৰ পিছত মই চাম কি হয়। চাৰি বছৰ বহুত দীঘলীয়া সময়। এই মুহূৰ্তত পিছলৈ ঘূৰি যোৱাৰ সময় হৈছে। দুখৰ কথা, মই যি আশা কৰিছিলো সেয়া নহ’ল, কিন্তু ই এক যাত্ৰা।”

ইয়াৰ বাহিৰেও ভাৰতীয় তাৰকাগৰাকীয়ে খেলখনৰ বিষয়ে ভাৰতীয় শ্বাটলাৰগৰাকীয়ে কয়, “মই ভাবো যে মই মোৰ ভুলবোৰ নিয়ন্ত্ৰণ কৰিব লাগিছিল, বিশেষকৈ দ্বিতীয়খন মেচত। দুখৰ বিষয় যে মই ইয়াক জয়লৈ ৰূপান্তৰিত কৰিব নোৱাৰিলোঁ।

উল্লেখযোগ্য যে পি ভি সিন্ধুৱে পূৰ্বৰ দুয়োখন অলিম্পিকতে পদক লাভ কৰিছিল। ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ৰূপৰ পদক আৰু ২০২০ চনৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এইবাৰ পেৰিছ অলিম্পিকত খেলুৱৈগৰাকীৰ ফালৰ পৰা স্বৰ্ণ পদক আশা কৰিছিল দেশবাসীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: olympicP V SindhuPeris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
Next Post
প্ৰাণনাশকাৰী বৰষুণ, এতিয়ালৈকে প্ৰাণ হেৰুৱালে ১৩ জনে, ৪৯ গৰাকী বৰ্তমানেও সন্ধানহীন

প্ৰাণনাশকাৰী বৰষুণ, এতিয়ালৈকে প্ৰাণ হেৰুৱালে ১৩ জনে, ৪৯ গৰাকী বৰ্তমানেও সন্ধানহীন

কেতু-শুক্ৰৰ কৃপাত আগন্তুক ২২ দিনত ভাগ্য জিলিকি উঠিব ৫টা ৰাশিৰ

কেতু-শুক্ৰৰ কৃপাত আগন্তুক ২২ দিনত ভাগ্য জিলিকি উঠিব ৫টা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.