• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাত বৰ্ণ বৈষম্যৰ বলি ভাৰতীয় মহিলা! আমেৰিকা ত্যাগ কৰিবলৈ ভাবুকি

আমেৰিকাত বৰ্ণ বৈষম্যৰ বলি ভাৰতীয় মহিলা! আমেৰিকা ত্যাগ কৰিবলৈ ভাবুকি

4 years ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

28 minutes ago
কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

1 hour ago
জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

2 hours ago
সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

3 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

আপোনাৰ দিনটো কেনেকুৱা হ’ব? সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

3 hours ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

12 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

13 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

14 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

15 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

15 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

16 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আমেৰিকাত বৰ্ণ বৈষম্যৰ বলি ভাৰতীয় মহিলা! আমেৰিকা ত্যাগ কৰিবলৈ ভাবুকি

editor by editor
August 26, 2022
in বিশ্ব, ভাৰত
0
আমেৰিকাত বৰ্ণ বৈষম্যৰ বলি ভাৰতীয় মহিলা! আমেৰিকা ত্যাগ কৰিবলৈ ভাবুকি
0
SHARES
8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ ৰাজপথত বৰ্ণ বৈষম্যৰ বলি হৈছে ভাৰতীয় মহিলা। আনকি ভাৰতীয় মহিলাক ৰাজহুৱা স্থানত গুলীওৱাৰ ভাবুকিও দিয়া হৈছিল। এই ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো চাঞ্চল্যৰ সৃষ্টি হৈছে৷

এই বৰ্ণ বৈষম্যৰ ঘটনাটো সংঘটিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ প্লেনোৰ ছিক্সটি ভিন ৰেষ্টুৰেণ্টৰ বাহিৰৰ এক পাৰ্কিং লটত৷ এগৰাকী শ্বেতাংগ আমেৰিকান মহিলাই কেইগৰাকীমান ভাৰতীয়-আমেৰিকান মহিলাক বৰ্ণবাদী মন্তব্য কৰি চিঞৰি থকা দেখা গৈছে।

ভিডিঅ’টোত অভিযুক্ত মহিলাগৰাকীয়ে এগৰাকী ভাৰতীয় মহিলাৰ মুখত ঘুচা মাৰি ফোন কাঢ়ি নিবলৈ চেষ্টা কৰা দেখা গৈছে। অভিযুক্ত মহিলাগৰাকীয়ে ভাৰতীয় মহিলাসকলৰ লগতে ভাৰতীয়সকলকো অতি কঠোৰ ভাষাৰে নিৰ্যাতন চলাই আমেৰিকা ত্যাগ কৰিবলৈ কোৱা দেখা গৈছে।

লগতে পঢ়ক সঁচাই চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি হৈছে নে? কি কয় বিত্ত মন্ত্ৰণালয়ৰ তথ্যই?

এগৰাকী ভাৰতীয় মহিলাগৰাকীয়ে এই সমগ্ৰ ঘটনা ৰেকৰ্ডিং কৰি থকাৰ সময়তে অভিযুক্তই তেওঁৰ ফালে আহি ফোনৰ কেমেৰাটো বন্ধ কৰিবলৈ কয়। কিন্তু এই কথা মানি নলোৱাৰ বাবে তেওঁলোকক গুলীয়াই হত্যা কৰাৰো ভাবুকি দিয়ে।

ভাৰতীয় মহিলাসকলৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে অভিযুক্ত মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

প্লেনো আৰক্ষী বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, অভিযুক্ত মহিলাগৰাকীৰ নাম এছমেৰাল্ডা আপটন। বৃহস্পতিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে আক্ৰমণ, ভাবুকি আৰু বৰ্ণবাদী মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে ঘটনাৰ সবিশেষ তদন্ত অব্যাহত আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamRacist Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ
ভাৰত

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

June 10, 2026
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
Next Post
একেটা পৰিয়ালৰে দুই শিশুসহ ৬ গৰাকী লোকৰ ৰহস্যজনক মৃত্যু!

একেটা পৰিয়ালৰে দুই শিশুসহ ৬ গৰাকী লোকৰ ৰহস্যজনক মৃত্যু!

পত্নীলৈ ভয় স্বামীৰ! ১০০ ফুট উচ্চতাৰ তাল গছতে জীৱন কটাই স্বামীয়ে

পত্নীলৈ ভয় স্বামীৰ! ১০০ ফুট উচ্চতাৰ তাল গছতে জীৱন কটাই স্বামীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.