• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীলৈ ভয় স্বামীৰ! ১০০ ফুট উচ্চতাৰ তাল গছতে জীৱন কটাই স্বামীয়ে

পত্নীলৈ ভয় স্বামীৰ! ১০০ ফুট উচ্চতাৰ তাল গছতে জীৱন কটাই স্বামীয়ে

4 years ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

12 minutes ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

56 minutes ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

3 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

3 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

4 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

4 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

13 hours ago
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

14 hours ago
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

15 hours ago
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

16 hours ago
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

17 hours ago
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পত্নীলৈ ভয় স্বামীৰ! ১০০ ফুট উচ্চতাৰ তাল গছতে জীৱন কটাই স্বামীয়ে

editor by editor
August 26, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পত্নীলৈ ভয় স্বামীৰ! ১০০ ফুট উচ্চতাৰ তাল গছতে জীৱন কটাই স্বামীয়ে
0
SHARES
10k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ মৌ জিলাৰ কোপাগঞ্জ থানাৰ অন্তগৰ্ত বসৰথপুৰ গ্ৰাম সভাত বসবাস কৰা এজন ব্যক্তিৰ খবৰে দেশৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷ পত্নীৰ ভয়ত লোকজনে প্ৰায় এমাহ দিন ১০০ ফুট উচ্চতাৰ তাল গছতে দিন অতিবাহিত কৰিছে৷

প্ৰকাশিত খবৰ অনুসৰি, ৰামপ্ৰৱেশ নামৰ লোকজনৰ পত্নীৰ সৈতে সঘনাই হৈ থকা কাজিয়াৰ সৃষ্টি হয়৷ পত্নীৰে হোৱা কাজিয়াত অতিষ্ঠ আৰু শংকিত হৈ ৰামপ্ৰৱেশে ১০০ ফুট উচ্চতাৰ তাল গছতে জীৱন অতিবাহিত কৰিবলৈ ধৰিছে৷

ৰামপ্ৰবেশৰ পিতৃ বিশুনৰামে কৈছে যে ৰামপ্ৰৱেশৰ পত্নীয়ে প্ৰতিদিনে কাজিয়া কৰি মাৰপিট কৰাৰ বাবে ৰামপ্ৰৱেশে গছজোপাৰ ওপৰত থাকিবলৈ বাধ্য হৈছে। ৰামপ্ৰৱেশৰ পিতৃ বিশুনৰামে আৰু কয় পত্নীৰ এই মনোভাৱত ৰামপ্ৰৱেশ ইমানেই বিচলিত হৈছিল যে এমাহ ধৰি তেওঁ গছজোপাৰ ওপৰতে জীয়াই আছে। ইফালে পৰিয়ালৰ লোকে ৰামপ্ৰৱেশৰ বাবে খাদ্য আৰু পানী ৰচীত বান্ধি থয় আৰু ৰামপ্ৰৱেশে ৰচীৰেৰে ওপৰলৈ টানি নিয়ে৷

লগতে পঢ়ক আমেৰিকাত বৰ্ণ বৈষম্যৰ বলি ভাৰতীয় মহিলা! আমেৰিকা ত্যাগ কৰিবলৈ ভাবুকি

কোনো লোকে ৰামপ্ৰৱেশক তললৈ মাতিবলৈ গ’লে তাল গছৰ ওপৰৰ পৰা শিল-ইটা টুকুৰা দলিয়াই আক্ৰমণ কৰে৷ ৰাতি সুযোগ বুজি কোনোবা সময়ত ৰামপ্ৰৱেশে তললৈ নামি আহি শিল-ইটাৰ টুকুৰাবোৰ ওপৰলৈ লৈ যায়৷ ৰামপ্ৰৱেশে শৌচ কৰিবলৈও ৰাতিয়ে সুযোগ বুজি কোনোবা এটা সময়ত তললৈ নামি আহি সেয়া সমাপন কৰি পুনৰ গছজোপাৰ ওপৰলৈ উঠি যায় ৷

ৰামপ্ৰৱেশৰ এনে কাণ্ডত গাঁওবাসী ক্ষুব্ধ হৈ উঠিছে। তেওঁলোকে কয় যে ৰামপ্ৰৱেশ গছজোপাৰ ওপৰত থকাৰ বাবে তেওঁলোকৰ গোপনীয়তাৰ ক্ষেত্ৰত প্ৰভাৱ পৰিছে৷ কাৰণ সেই গছজোপা গাঁৱৰ মাজত আছে আৰু সকলোৰে ঘৰৰ চোতালখন তাৰ পৰা দেখা পোৱা যায়।

গাঁওবাসীয়েও ৰামপ্ৰবেশক লৈ আৰক্ষীক অভিযোগ কৰিছে যদিও আৰক্ষীয়েও ৰামপ্ৰবেশক গছৰ পৰা নমাই আনিবলৈ ব্যৰ্থ হোৱা বুলিও জানিব পৰা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন
বাণিজ্য

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

July 21, 2026
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

July 21, 2026
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

July 21, 2026
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি
জীৱনশৈলী

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

July 21, 2026
Next Post
ভাবী স্বামীলৈ আপত্তিজনক ফ’টো প্ৰেৰণ প্ৰতিৱেশী যুৱকৰ, আত্মহত্যা এক যুৱতীৰ

ভাবী স্বামীলৈ আপত্তিজনক ফ’টো প্ৰেৰণ প্ৰতিৱেশী যুৱকৰ, আত্মহত্যা এক যুৱতীৰ

হোষ্টেলত প্ৰৱেশ কৰি তিনি ছাত্ৰীক যৌন উৎপীড়ন, তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

হোষ্টেলত প্ৰৱেশ কৰি তিনি ছাত্ৰীক যৌন উৎপীড়ন, তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.