• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ মুখ্যমন্ত্ৰীলৈ কি প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱালৰ? গ্ৰহণ কৰিব নে মুখ্যমন্ত্ৰী শৰ্মাই?

অসমৰ মুখ্যমন্ত্ৰীলৈ কি প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱালৰ? গ্ৰহণ কৰিব নে মুখ্যমন্ত্ৰী শৰ্মাই?

4 years ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

1 minute ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

48 minutes ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

2 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

17 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

18 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

18 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

19 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

19 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

20 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

21 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

22 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

অসমৰ মুখ্যমন্ত্ৰীলৈ কি প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱালৰ? গ্ৰহণ কৰিব নে মুখ্যমন্ত্ৰী শৰ্মাই?

editor by editor
August 26, 2022
in অসম, ভাৰত, ৰাজনীতি, শিক্ষা
0
অসমৰ মুখ্যমন্ত্ৰীলৈ কি প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱালৰ? গ্ৰহণ কৰিব নে মুখ্যমন্ত্ৰী শৰ্মাই?
0
SHARES
806
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম চৰকাৰে ৰাজ্যৰ ৩৪ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তই দেশৰ ৰাজনীতিতো বিশেষভাৱে চৰ্চা লাভ কৰা দেখা গৈছে৷

বিশেষকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিদ্যালয় বন্ধই সমস্যা সমাধানৰ পথ নহয়, বৰং এতিয়া আমি সকলোৱে সমগ্ৰ দেশতে নতুন বিদ্যালয় প্ৰতিষ্ঠা কৰাৰহে প্ৰয়োজন বুলি টুইট কৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাই অবৰিন্দ কেজৰিৱালক উভতি ধৰিছে৷

মন্ত্ৰী পীয়ুষ হাজৰিকাই অৰবিন্দ কেজৰিৱালক টুইটাৰত আক্ৰমণ কৰি কয় যে কেজৰিৱালৰ দিল্লীৰ চৰকাৰী স্কুলৰ মডেল এক ভুৱা মডেলহে ৷ আনকি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মতে দিল্লী বিদ্যালয়সমূহৰ প্ৰদৰ্শন অসমৰ বিদ্যালয়সমূহতকৈ দুৰ্বল৷

লগতে পঢ়ক দেশত উছনেই হ’ব নেকি কংগ্ৰেছ? কংগ্ৰেছ ত্যাগ নেতা জ্যেষ্ঠ গোলাম নবী আজাদৰ

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ টুইট আক্ৰমণ কৰি নিজৰ শিক্ষামন্ত্ৰীত্বৰ কালৰ পৰা বৰ্তমানলৈকে অসমত ৮৬১০ খনতকৈও অধিক বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ লগতে চৰকাৰীকৰণ কৰা বুলি মন্তব্য কৰে৷

ইয়াৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰিটুইট কৰিছে৷ ৰিটুইট কৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কয় ‘‘এনে লাগিছে আপুনি মোক বেয়াহে পাইছে৷ আপোনাৰ ব্যৰ্থতাবোৰ প্ৰকাশ কৰা মোৰ উদ্দেশ্য নাছিল৷ আমি সকলোৱে একেখন দেশৰ৷ আমি ইজনে সিজনৰ পাৰ শিকা উচিত৷ তেতিয়াহে ভাৰতক এক নম্বৰ দেশ হিচাপে নিৰ্মাণ কৰিব পাৰিম৷’’

‘‘মই অসমলৈ যাম৷ কওক কেতিয়াকৈ যাম? আপুনি শিক্ষা ক্ষেত্ৰত কৰা আপোনাৰ ভাল কামবোৰ মোক দেখুওৱাব৷ আপুনি দিল্লীলৈ আহক, মই আপোনাক দিল্লী কামবোৰ দেখুওৱাম৷’’ এই বুলি কৈ কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক প্ৰত্যাহ্বান জনায়৷

अरे। लगता है आप बुरा मान गए। मेरा मक़सद आपकी कमियाँ निकालने का नहीं था। हम सब एक देश हैं। हमें एक दूसरे से सीखना है। तभी तो भारत नम्बर वन देश बनेगा

मैं आता हूँ ना असम। बताइए कब आऊँ? आप शिक्षा के क्षेत्र में अपने अच्छे काम दिखाना। आप दिल्ली आइये, मैं आपको दिल्ली के काम दिखाता हूँ https://t.co/SQCJyerfII

— Arvind Kejriwal (@ArvindKejriwal) August 26, 2022

অৱশ্যে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব নে অথবা কৰিবলৈ সাহস কৰিব পাৰিবনে নোৱাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arvindasom live 24Assam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDelhi CM Aravind Kejriwal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
আমেৰিকাত বৰ্ণ বৈষম্যৰ বলি ভাৰতীয় মহিলা! আমেৰিকা ত্যাগ কৰিবলৈ ভাবুকি

আমেৰিকাত বৰ্ণ বৈষম্যৰ বলি ভাৰতীয় মহিলা! আমেৰিকা ত্যাগ কৰিবলৈ ভাবুকি

একেটা পৰিয়ালৰে দুই শিশুসহ ৬ গৰাকী লোকৰ ৰহস্যজনক মৃত্যু!

একেটা পৰিয়ালৰে দুই শিশুসহ ৬ গৰাকী লোকৰ ৰহস্যজনক মৃত্যু!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.