• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-ফ্ৰান্সৰ সফল চুক্তি, ভাৰতে ক্ৰয় কৰিব ২৬ খন ৰাফেল নৌ যুদ্ধ বিমান

ভাৰত-ফ্ৰান্সৰ সফল চুক্তি, ভাৰতে ক্ৰয় কৰিব ২৬ খন ৰাফেল নৌ যুদ্ধ বিমান

1 year ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

13 minutes ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

33 minutes ago
৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

1 hour ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

2 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

3 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

3 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

3 hours ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

4 hours ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

6 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰত-ফ্ৰান্সৰ সফল চুক্তি, ভাৰতে ক্ৰয় কৰিব ২৬ খন ৰাফেল নৌ যুদ্ধ বিমান

editor by editor
April 28, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰত-ফ্ৰান্সৰ সফল চুক্তি, ভাৰতে ক্ৰয় কৰিব ২৬ খন ৰাফেল নৌ যুদ্ধ বিমান
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত-ফ্ৰান্সৰ সফল চুক্তি, ভাৰতে ক্ৰয় কৰিব ২৬ খন ৰাফেল নৌ যুদ্ধ বিমান

২২ এপ্ৰিলত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আহিছে এক সুখবৰ। ভাৰতীয় সেনাত শীঘ্ৰেই সংযুক্ত হ’ব আন এক শক্তি।

ভাৰতে আডি ফ্ৰান্সৰ সৈতে ৰাফেল মেৰাইন এয়াৰক্ৰাফ্টৰ চুক্তি চূড়ান্ত কৰে। এই চুক্তি ভাৰত আৰু ফ্ৰান্সৰ মাজত প্ৰায় ৬৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে কৰা হৈছে। এই চুক্তিৰ অধীনত ফ্ৰান্সে ভাৰতক ২৬খন ৰাফেল মেৰাইন এয়াৰক্ৰাফ্ট দিব।

খবৰ অনুসৰি ভাৰত আৰু ফ্ৰান্সে সোমবাৰে প্ৰায় ৬৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ভাৰতীয় নৌসেনাৰ বাবে ২৬খন নৌসেনা সংস্কৰণৰ ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিবলৈ আন্তঃচৰকাৰী চুক্তি স্বাক্ষৰ কৰে।

ডিজিটেল মাধ্যমৰ জৰিয়তে আয়োজন কৰা এক কাৰ্যসূচীত চুক্তিখন ছীল কৰা হয়। ভাৰতে এই জেট বিমানসমূহ ফ্ৰান্সৰ প্ৰতিৰক্ষা কোম্পানী Dassault Aviation ৰ পৰা ক্ৰয় কৰি বিমানবাহী জাহাজ INS Vikrant ত নিয়োগ কৰিবলৈ সিদ্ধান্ত লৈছে।

আজিৰ এই ঐতিহাসিক চুক্তি স্বাক্ষৰ অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত আছিল। উল্লেখ্য যে, চুক্তিখনৰ চৰ্ত অনুসৰি চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰায় পাঁচ বছৰৰ পিছত জেট বিমানৰ যোগান আৰম্ভ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India FranceRafale craft
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন
নিয়োগ

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

August 10, 2026
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী
জীৱনশৈলী

৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

August 10, 2026
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’
বিনোদন

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

August 10, 2026
Next Post
২৬/১১ ঘটনাৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাক পুনৰ ১২ দিনৰ বাবে NIAৰ জিম্মালৈ

২৬/১১ ঘটনাৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাক পুনৰ ১২ দিনৰ বাবে NIAৰ জিম্মালৈ

সাৱধান! কাইলৈ ২৯ এপ্ৰিলত সমস্যা বাঢ়িব ৩ ৰাশিৰ লোকৰ

সাৱধান! কাইলৈ ২৯ এপ্ৰিলত সমস্যা বাঢ়িব ৩ ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.