• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেডিকেল কলেজত ৰেগিঙৰ নামত পাশবিক অত্যাচাৰ, শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ

মেডিকেল কলেজত ৰেগিঙৰ নামত পাশবিক অত্যাচাৰ, শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ

1 year ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

8 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

8 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

9 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

10 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

10 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

13 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

13 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

14 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

14 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

16 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

1 day ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেডিকেল কলেজত ৰেগিঙৰ নামত পাশবিক অত্যাচাৰ, শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ

editor by editor
February 12, 2025
in জীৱনশৈলী, ভাৰত
0
মেডিকেল কলেজত ৰেগিঙৰ নামত পাশবিক অত্যাচাৰ, শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেডিকেল কলেজত ৰেগিঙৰ নামত পাশবিক অত্যাচাৰ, শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ

কেৰালাৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰেগিঙৰ এক ভয়ানক কাণ্ড পোহৰলৈ আহিছে। যি ঘটনাই এতিয়া কঁপাই তুলিছে সমগ্ৰ দেশ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ ছাত্ৰক প্ৰথমে ছিনিয়ৰ ছাত্ৰই উলংগ কৰি পিছত তেওঁলোকৰ ব্যক্তিগত অংগত ডাম্বল ওলোমাই দিয়ে।

কেৱল এয়াই নহয়, তাৰ পিছত জ্যামিতিৰ বাকচৰ পৰা কম্পাছেৰে বাৰে বাৰে চিনিয়ৰ সকলে আঘাত কৰে। তিনিমাহ ধৰি এনেদৰে পাশবিক ৰেগিং কৰে কনিষ্ঠ ছাত্ৰক।

কেৰালাৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। ঘটনা পোহৰলৈ অহাৰ পাছতে মহাবিদ্যালয়খনৰ জুনিয়ৰসকলক কেইবামাহো ধৰি নিৰ্মম শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত তৃতীয় বৰ্ষৰ পাঁচগৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।

এই ঘটনা সংঘটিত হৈছে কোট্টায়মৰ চৰকাৰী নাৰ্চিং কলেজত, য’ত তিনিগৰাকী প্ৰথম বৰ্ষৰ ছাত্ৰই, আটাইকেইজনেই তিৰুৱনন্তপুৰমৰ। কোট্টায়ম গান্ধীনগৰ আৰক্ষীক আনুষ্ঠানিক অভিযোগ দাখিল কৰি ২০২৪ চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা প্ৰায় তিনিমাহ ধৰি চলি থকা হিংসাত্মক কাণ্ডৰ কথা সদৰি কৰে।

অভিযোগৰ ভিত্তিত অভিযুক্ত ছাত্ৰক নিলম্বন কৰি এণ্টি ৰেগিং এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ মতে, প্ৰথম বৰ্ষৰ ছাত্ৰসকলে ছিনিয়ৰসকলৰ কাষত উলংগ হৈ থিয় হ’বলৈ বাধ্য হয় আৰু তেওঁলোকৰ ছিনিয়ৰসকলে তেওঁলোকৰ ব্যক্তিগত অংগত ডাম্বল ওলোমাই দিয়ে।

কেৱল সিমানেই নহয়, জ্যামিতি বাকচৰ পৰা কম্পাছকে ধৰি চোকা বস্তু ব্যৱহাৰ কৰিও আঘাত কৰিছিল কনিষ্ঠ ছাত্ৰক। লগতে যেতিয়া ছাত্ৰসকলে বিষত ছটফটাই উঠিছিল, তেতিয়া জোৰ কৰি ঘাঁ বোৰৰ সলনি মুখত হে মলম ভৰাই দিছিল।

অভিযোগ অনুসৰি চিনিয়ৰসকলে এই কাৰ্য্যসমূহৰ ফটো ৰাখি পাছলৈ জুনিয়ৰসকলক ভাবুকি দিছিল যে যদিহে তেওঁলোকে এই নিৰ্যাতনৰ খবৰ দিবলৈ সাহস কৰে তেন্তে তেওঁলোকৰ কেৰিয়াৰ শেষ কৰি দিয়া হ’ব।

সম্প্ৰতি পাঁচোজন অভিযুক্ত ছাত্ৰক আৰক্ষীৰ জিম্মাত ৰখা হৈছে আৰু আজি বিয়লিৰ ভিতৰত দণ্ডাধীশৰ সন্মুখত হাজিৰ হোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Govt Medical CollegeKerala Medical CollegeRaging
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি
ভাৰত

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

June 25, 2026
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান
প্ৰযুক্তি

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

June 25, 2026
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

June 25, 2026
Next Post
‘প্ৰধানমন্ত্ৰী মোডীৰ বিমানত আক্ৰমণৰ ভাবুকি’, মুম্বাই আৰক্ষীলৈ ফোন

'প্ৰধানমন্ত্ৰী মোডীৰ বিমানত আক্ৰমণৰ ভাবুকি', মুম্বাই আৰক্ষীলৈ ফোন

হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ’ল SOP, মানিব লাগিব ১০টাকৈ নিয়ম

হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল SOP, মানিব লাগিব ১০টাকৈ নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.