• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘প্ৰধানমন্ত্ৰী মোডীৰ বিমানত আক্ৰমণৰ ভাবুকি’, মুম্বাই আৰক্ষীলৈ ফোন

‘প্ৰধানমন্ত্ৰী মোডীৰ বিমানত আক্ৰমণৰ ভাবুকি’, মুম্বাই আৰক্ষীলৈ ফোন

2 years ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

53 minutes ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

13 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

13 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

14 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

16 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘প্ৰধানমন্ত্ৰী মোডীৰ বিমানত আক্ৰমণৰ ভাবুকি’, মুম্বাই আৰক্ষীলৈ ফোন

editor by editor
February 12, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘প্ৰধানমন্ত্ৰী মোডীৰ বিমানত আক্ৰমণৰ ভাবুকি’, মুম্বাই আৰক্ষীলৈ ফোন
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘প্ৰধানমন্ত্ৰী মোডীৰ বিমানত আক্ৰমণৰ ভাবুকি’, মুম্বাই আৰক্ষীলৈ ফোন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্ত্ৰাসবাদীৰ ভাবুকি। প্ৰধানমন্ত্ৰী মোদীৰ এয়াৰক্ৰাফ্টত আক্ৰমণৰ ভাবুকি প্ৰদান। মুম্বাই আৰক্ষীয়ে লাভ কৰিছে ভাবুকিভৰা ফোনকল। ১১ফেব্ৰুৱাৰীত পুলিচ কণ্ট্ৰল ৰুমলৈ আহিছিল ভাবুকিভৰা ফোনকল। মোদীৰ বিদেশ ভ্ৰমণৰ সময়তে আক্ৰমণ কৰাৰ হুংকাৰ দিছিল ফোনযোগে।

দুদিনীয়া আমেৰিকা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাইছিল এই ফোন। পাছত লগে লগে আৰক্ষীয়ে তদন্ত কৰি এই ফোন কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে। লগতে জানিব পাৰে মানসিকভাৱে অসুস্থ সোই লোক।

আৰক্ষীয়ে জনোৱা মতে, ‘মুম্বাই আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ভাবুকি দিয়া ব্যক্তিজনক চেম্বুৰ অঞ্চলৰ পৰা আটক কৰি ৰখা হৈছে। তেওঁ মানসিকভাৱে অসুস্থ।

সংবাদ মাধ্যমত মুম্বাই আৰক্ষীৰ উদ্ধৃতিৰে কোৱা হৈছে যে ‘১১ ফেব্ৰুৱাৰীত মুম্বাই পুলিচ কণ্ট্ৰল ৰুমত এটা ফোন আহিছিল, য’ত প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিক বিদেশ ভ্ৰমণলৈ যোৱাৰ সময়ত তেওঁৰ বিমানত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব পাৰে বুলি সকীয়াই দিয়া হৈছিল। তথ্যৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে আন এজেন্সীক এই বিষয়ে অৱগত কৰি তদন্ত আৰম্ভ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: mumbai policenarendra-modiPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
Next Post
হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ’ল SOP, মানিব লাগিব ১০টাকৈ নিয়ম

হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল SOP, মানিব লাগিব ১০টাকৈ নিয়ম

গুৱাহাটীত ভয়ংকৰ কাণ্ড, পত্নী-সন্তানক শেষ কৰি নিজেও…

গুৱাহাটীত ভয়ংকৰ কাণ্ড, পত্নী-সন্তানক শেষ কৰি নিজেও...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.