• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব

আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব

10 months ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

10 minutes ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

49 minutes ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

1 hour ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

1 hour ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

2 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

3 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

4 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

5 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

5 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

6 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

6 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব

আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব

editor by editor
October 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাহুৱে ২০২৫ চনৰ ১৮ মেত কুম্ভ ৰাশিত প্ৰৱেশ কৰিছে আৰু ৫ ডিচেম্বৰ, ২০২৬ পৰ্যন্ত এই ৰাশিতেই অৱস্থান কৰিব৷ যিহেতু ৰহস্যময় গ্ৰহ ৰাহুৱে সৰ্বদা বিপৰীত পথত গতি কৰি থাকে সেয়ে ২০২৬ চনত কুম্ভৰ পৰা ওলাই মকৰ ৰাশিত প্ৰৱেশ কৰিব৷

সমগ্ৰ বছৰ শনিৰ ৰাশিত থাকিব ৰাহু

মকৰ আৰু কুম্ভ দুটা ৰাশিৰেই অধিপতি শনিদেৱ৷ ফলত ২০২৬ চন জুৰি ৰাহু শনিৰ প্ৰভাৱাধীন ৰাশিতেই অৱস্থান কৰিব৷ এই অৱস্থানে ১২ ৰাশিৰ ওপৰতেই প্ৰভাৱ পেলাব৷ ইয়াৰ মাজত ৪টা ৰাশিয়ে বিশেষভাৱে ৰাহুৰ এই গোচৰত বৃহৎ উপকাৰ পাব পাৰে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে ৰাহুৰ মকৰ আৰু কুম্ভ ৰাশিত অৱস্থানে অত্যন্ত শুভ প্ৰভাৱ পেলাব৷ বহুদিনৰ প্ৰতীক্ষিত পদোন্নতি আৰু সাফল্য পাব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ যোগ আছে৷ ব্যৱসায়ীৰ অৰ্থলাভৰ নতুন সুযোগ আহিব পাৰে৷ কোনো আইনি বা বিতৰ্কিত বিষয়ত জয়লাভৰ সম্ভাৱনাও প্ৰবল৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে কৰ্মক্ষেত্ৰত উন্নতিৰ সময়৷ নতুন চাকৰিৰ সুযোগ পাব৷ পৰীক্ষাত সাফল্য আহিব৷ পদোন্নতি আৰু মৰ্যদা বৃদ্ধি পাব৷ পাৰিবাৰিক সুখ আৰু সম্পদ বৃদ্ধি ঘটিব৷ যানবাহন ক্ৰয়ৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ যথাযোগ্য স্বীকৃতি আৰু প্ৰশংসা পাব৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভৰ সম্ভাৱনা আছে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে ৰাহু শুভ ফলদায়ক হ’ব পাৰে৷ বিশেষকৈ সন্তানৰ পৰা আনন্দ আৰু গৰ্বৰ খবৰ পাব৷ অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক বা জীৱনসংগী লাভৰ যোগ আছে৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় আৰু সংযোগ তৈয়াৰ হব৷ আত্মবিশ্বাস বৃদ্ধি পাব, মানসিক স্থিৰতা বৰ্তি থাকিব৷

মীন ৰাশি

মীন ৰাশিৰ জাতক জাতিকাই যদিও বৰ্তমান শনিৰ চাৰে সাতিৰ দ্বিতীয় ধাপৰ প্রভাৱ অনুভৱ কৰিছে ৰাহুৰ শনিৰ ৰাশিত অৱস্থান তেঁওলোকৰ বাবে কিছু পৰিমাণে শান্তি আৰু স্থিতি কঢ়িয়াই আনিব৷ বিদেশযাত্ৰাৰ সম্ভাৱনা আছে৷ অৰ্থনৈতিক অৱস্থা ভালে থাকিব৷ কিছু বাধা বা মানসিক চাপ থাকিলেও আপুনি নিজৰ লক্ষ্যত সফলভাৱে উপস্থিত হ’ব৷

২০২৬ চনত ৰাশিচক্ৰৰ দিশৰ পৰা পৰিবৰ্তন আৰু নতুন সম্ভাৱনাৰ বছৰ হ’ব পাৰে৷ ৰাহুৰ গতি জীৱনৰ নানান ক্ষেত্ৰত অপ্ৰত্যাশিত মোৰ আনিব পাৰে৷ কাৰোবাৰ বাবে সাফল্যৰ সোপন আৰু কাৰোবাৰ বাবে আত্মসমীক্ষা আৰু পৰিবৰ্তনৰ সময়৷ এই সময়ত ধৈৰ্য, ইতিবাচক মনোভাৱ আৰু সৎ প্ৰচেষ্টা বৰ্তি থাকিলে যিকোনো গ্ৰহগত প্ৰভাৱকেই নিজৰ পক্ষলৈ ঘূৰোৱা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
Next Post
আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায়ে ৰাইজৰ লগত থাকে ৰজাৰ লগত নহয়… ‘ৰৈ ৰৈ বিনালে’ৰ TRAILER মুকলি

আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায়ে ৰাইজৰ লগত থাকে ৰজাৰ লগত নহয়... ‘ৰৈ ৰৈ বিনালে’ৰ TRAILER মুকলি

মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.