• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

9 months ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

19 minutes ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

1 hour ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

13 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

14 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

14 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

15 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

15 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

17 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

18 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

18 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

19 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

editor by editor
October 23, 2025
in বিবিধ, ভাৰত
0
মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?
0
SHARES
738
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰৰ এক ডাঙৰ অংশ জুৰি আছে সংখ্যাতত্ত্ব৷ জ্যোতিষীৰ দাবী, কোনো মানুহৰ চৰিত্ৰ কি হ’ব, কেনে স্বভাৱৰ হ’ব, বিভিন্ন পৰিস্থিতিত তেওঁলোকৰ আচৰণ কেনে হয় সকলোবোৰ জন্মৰ তাৰিখৰ পৰাই জানিব পাৰি৷ সংখ্যতত্ত্ব অনুসৰি মানুহৰ জন্ম তাৰিখ অনুসৰি নিৰ্ধাৰম কৰা হয় মূল্যাংক৷ সেই মূল্যাংকৰ পৰাই ব্যক্তিৰ চৰিত্ৰ জনাটো সম্ভৱ৷ যেনেকৈ আপোনাৰ আশে পাশে কোনোবা দুমুখীয়া সাপ আছে নেকি সেই কথাও সংখ্যাতত্ত্বৰ পৰাই জানিব পাৰি৷

সংখ্যাতত্ত্ব অনুসৰি যিসমূহ ব্যক্তিৰ মূল্যাংক ৪ তেওঁলোকৰ অধিপতি হৈছে ৰাহু৷ ছায়া গ্ৰহ ৰাহুক হঠাৎ ঘটি যোৱা দুৰ্ঘটনা, বিভ্ৰম ইত্যাদিৰ কাৰণ বুলি ধাৰণা কৰা হয়৷ ৰাহুৰ প্রভাৱ শুভ হ’লে জাতক ধনী আৰু খ্যাতিমান হয়৷ কিন্তু তেওঁলোকক সামান্য বিপৰ্যয়েও ধ্বংসৰ মুখত ঠেলি দিব পাৰে৷

মূল্যাংক ৪ কাৰ কাৰ হয়?

  • যিসকলৰ জন্মতাৰিখ ৪, ১৩, ২২, বা ৩১ তেওঁলোকৰ মূল্যাংক ৪ হয়৷ প্ৰকৃততে মূল্যাংক নিৰ্ধাৰণ কৰা হয় জন্ম তাৰিখৰ যোগফলৰ পৰা৷ ধৰা হ’ল যাৰ জন্ম কোনো মাহৰ ২৮ তাৰিখ হয় তেওঁৰ মূল্যাংক হ’ব ২+৮= ১০, ১+০= ১ মনত ৰাখিব মূল্যাংক সকলো সময়ত হয় ১ৰ পৰা ৯ ৰ ভিতৰত৷
  • সংখ্যাতত্ত্বই কৈছে, ৰাহুৰ প্ৰভাৱত ৪ মূল্যাংকৰ ব্যক্তি হয় পৰিশ্ৰমী, জেদি আৰু যুক্তিবাদী প্ৰকৃতিৰ৷ এই ধৰণৰ ব্যক্তিয়ে ৰাজনীতিৰ জগতত নাম আৰু খ্যাতি অৰ্জন কৰিব পাৰে৷
  • অন্যহাতে ৰাহুৰ অশুভ প্ৰভাৱ হ’লে সহজেই বেয়া অভ্যাসৰ চিকাৰ হৈ পৰে ৪ মূল্যাংকৰ ব্যক্তি৷ বেয়া সংগৰ প্ৰভাৱত জীৱনৰ দিশা হেৰুৱাই পেলায়৷ ইয়াৰোপৰি এওঁলোকৰ মাজত প্ৰতাৰণাৰ মনোভাৱে দেখা দিয়ে৷
  • ৰাহুৰ অশুভ প্ৰভাৱ হ’লে এই ধৰণৰ ব্যক্তিয়ে কাকোৱেই দ্বিধা বোধ নকৰে৷ নিজৰ আপোনজনকো প্ৰতাৰণা কৰিবলৈ পিছপৰি নাহে৷ এওঁলোকৰ ওপৰত চকু বন্ধ কৰি ভৰসা কৰা ঠিক নহয়৷
  • তেওঁলোকৰ মূল সমস্যা হৈছে, তেওঁলোকে বেছিভাগ সময় বিভ্ৰান্তিৰ মাজত থাকে৷ বহু সময়ত একঘেয়ামীও হৈ পৰে৷ কেতিয়াবা কেতিয়াবা অযৌক্তিকভাৱে নিজৰ মতক প্ৰতিষ্ঠা কৰিব খোজে৷
  • ভাগ্যৰ সহায় থাকিলে মূল্যাংক ৪ৰ জাতকে বহু সময়ত হঠাৎ ধনী হৈ উঠিব পাৰে৷ আকৌ নিজৰ কুঅভ্যাস নিয়ন্ত্ৰণ নকৰিলে মুহূৰ্তৰ মাজতেই সকলো ধন সম্পদ হেৰুৱাই নিঃস্ব হৈয়ো পৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 10, 2026
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?
বিনোদন

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

July 9, 2026
Next Post
পোষ্ট অফিচৰ এই স্কিমত ৫ বছৰত ৰিটাৰ্ণ ১৭ লাখ, ১০০ টকাৰ পৰা বিনিয়োগ আৰম্ভ কৰিব পাৰে আপুনি

পোষ্ট অফিচৰ এই স্কিমত ৫ বছৰত ৰিটাৰ্ণ ১৭ লাখ, ১০০ টকাৰ পৰা বিনিয়োগ আৰম্ভ কৰিব পাৰে আপুনি

আজিৰ পৰাই বৃশ্চিক ৰাশিত বুধ, তুংগত থাকিব আত্মবিশ্বাস, দ্বিগুণ আয় হ’ব এই ৫ৰাশিৰ

আজিৰ পৰাই বৃশ্চিক ৰাশিত বুধ, তুংগত থাকিব আত্মবিশ্বাস, দ্বিগুণ আয় হ’ব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.