• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ পৰাই বৃশ্চিক ৰাশিত বুধ, তুংগত থাকিব আত্মবিশ্বাস, দ্বিগুণ আয় হ’ব এই ৫ৰাশিৰ

আজিৰ পৰাই বৃশ্চিক ৰাশিত বুধ, তুংগত থাকিব আত্মবিশ্বাস, দ্বিগুণ আয় হ’ব এই ৫ৰাশিৰ

6 months ago
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

29 minutes ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

2 hours ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

2 hours ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

3 hours ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

3 hours ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

4 hours ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

5 hours ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

17 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

18 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

18 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

19 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ পৰাই বৃশ্চিক ৰাশিত বুধ, তুংগত থাকিব আত্মবিশ্বাস, দ্বিগুণ আয় হ’ব এই ৫ৰাশিৰ

আজিৰ পৰাই বৃশ্চিক ৰাশিত বুধ, তুংগত থাকিব আত্মবিশ্বাস, দ্বিগুণ আয় হ’ব এই ৫ৰাশিৰ

editor by editor
October 24, 2025
in জীৱনশৈলী
0
আজিৰ পৰাই বৃশ্চিক ৰাশিত বুধ, তুংগত থাকিব আত্মবিশ্বাস, দ্বিগুণ আয় হ’ব এই ৫ৰাশিৰ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যৰ সকলোতকৈ কাষৰ গ্ৰহ বুধৰ জ্যোতিষশাস্ত্ৰ অনুসৰি বিশেষ গুৰুত্ব আছে৷ বুধক কোৱা হয় যুৱৰাজ গ্ৰহ৷ এই গ্ৰহৰ শুভ প্ৰভাৱত জাতকৰ বুদ্ধি, জ্ঞান, কৰ্মক্ষমতা, বচনশক্তি আৰু লেখাপঢ়াত মনোযোগ বাঢ়ে৷ আজি ২৪ অক্টোবৰ শুকুৰবাৰৰ পৰাই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিছে বুধে৷ ২৩ নৱেম্বৰ পৰ্যন্ত বুধ বৃশ্চিক ৰাশিতেই থাকিব৷ জানি থওক বুধৰ গোচৰৰ ফলত সকলোতকৈ বেছি লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

বৃষ ৰাশি

বুধৰ ৰাশি পৰিবৰ্তন লাভজনক হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ পৰিশ্ৰম কৰিলে ব্যৱসায় আৰু চাকৰিত অৱশ্যেই শুভ ফল পাব৷ এই সময়ত আপোনাৰ সন্মুখত সাফল্যৰ নতুন পথ খুলিব৷ ব্যক্তিগত সম্পৰ্কত সুখ, শান্তি আৰু পাৰস্পৰিক বুজাপৰা ভালে থাকিব৷ অফিচত উন্নতি কৰাৰ যোগ আছে৷

সিংহ ৰাশি

বুধৰ গোচৰৰ প্ৰভাৱত সকলো কামতে সাফল্য লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত পেছাগত জীৱনত উন্নতি কৰিব পাৰিব৷ মনত আনন্দ থাকিব৷ ব্যৱসায়ত নতুন যোগাযোগ গঢ়ি উঠিব৷ ইয়াৰ ফলত ব্যৱসায়ত সাফল্য পাব৷ দ্বিগুণ আয় কৰিব পাৰিব৷ অফিচত চিনিয়ৰৰ প্ৰশংসা লাভ কৰিব৷

তুলা ৰাশি

চাকৰিত উন্নতি কৰাৰ যোগ আছে তুলা ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত বৃহৎ সাফল্য পাব পাৰে আৰু আপোনাৰ সুনাম চৌদিশে বিয়পি পৰিব৷ অফিচৰ পৰিবেশ আপোনাৰ অনুকূলে থাকিব৷ নিজৰ কামেৰে ব্যৱসায়ত আৰু আগুৱাই যাব পাৰিব৷ শত্ৰুৱে আপোনাক বিপদত পেলোৱাৰ চেষ্টা কৰিলেও নিজৰ জ্ঞান আৰু বুদ্ধিৰে সকলো প্ৰতিকূলতা আপুনি দূৰ কৰি আগুৱাব পাৰিব৷

বৃশ্চিক ৰাশি

সকলো দিশৰ পৰাই লাভৱান হব বৃশ্চিক ৰাশিৰ জাতক৷ এই সময়ত বুধৰ গোচৰৰ প্ৰভাৱত আপোনাৰ ব্যক্তিত্বৰ বিকাশ ঘটিব৷ ব্যৱসায়ত লাভ বাঢ়িব৷ বৃশ্চিক ৰাশিতেই এই সময় অৱস্থান কৰিব বুধে৷ ইয়াৰ প্ৰভাৱত আপোনাৰ ব্যৱহাৰত পৰিবৰ্তন আহিব৷ জীৱনসংগীৰ সৈতে বুজাপৰা থাকিব৷ প্ৰয়োজনত সাহসী সিদ্ধান্ত ল’ব পাৰে৷

কুম্ভ ৰাশি

বুধৰ গোচৰৰ প্ৰভাৱত ব্যৱসায়ত বিশেষ উন্নতি কৰিব পাৰিব কুম্ভ ৰাশিৰ জাতকে৷ এই সময়ত কুম্ভৰ কেৰিয়াৰৰ ঘৰলৈ আহিব বুধ৷ কৰ্মক্ষেত্ৰত খ্যাতি বাঢ়িব কুম্ভৰ জাতকৰ৷ কেৰিয়াৰত আপোনাৰ চেষ্টাই সাফল্য কঢ়িয়াই আনিব৷ ডাঙৰ আৰ্থিক সাফল্য আহিব৷ ব্যক্তিগত সম্পৰ্কসমূহ আৰু মজবুত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত
জীৱনশৈলী

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

April 19, 2026
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!
জীৱনশৈলী

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

April 19, 2026
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

April 19, 2026
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!
জীৱনশৈলী

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

April 19, 2026
Next Post
‘জুবিন ক্ষেত্ৰ’ত প্ৰৱেশৰ বাবে দিয়া বাধা-নিষেধে জুবিনক ভাল পোৱা ল’ৰা-ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে, জুবিন ক্ষেত্ৰত বান্ধি দিয়া নিয়মাৱলীক লৈ কি মত সাহিত্যিক ৰীতা চৌধুৰীৰ?

'জুবিন ক্ষেত্ৰ'ত প্ৰৱেশৰ বাবে দিয়া বাধা-নিষেধে জুবিনক ভাল পোৱা ল’ৰা-ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে, জুবিন ক্ষেত্ৰত বান্ধি দিয়া নিয়মাৱলীক লৈ কি মত সাহিত্যিক ৰীতা চৌধুৰীৰ?

২০২৬ চনত ৪ৰাশিক ধন, সম্পত্তিৰে উপচাই পেলাব গুৰু, ৰাহু আৰু কেতুৰ মহাগোচৰে, এই ভাগ্যবান ৰাশি কি কি?

২০২৬ চনত ৪ৰাশিক ধন, সম্পত্তিৰে উপচাই পেলাব গুৰু, ৰাহু আৰু কেতুৰ মহাগোচৰে, এই ভাগ্যবান ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.