• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ চনত ৪ৰাশিক ধন, সম্পত্তিৰে উপচাই পেলাব গুৰু, ৰাহু আৰু কেতুৰ মহাগোচৰে, এই ভাগ্যবান ৰাশি কি কি?

২০২৬ চনত ৪ৰাশিক ধন, সম্পত্তিৰে উপচাই পেলাব গুৰু, ৰাহু আৰু কেতুৰ মহাগোচৰে, এই ভাগ্যবান ৰাশি কি কি?

12 months ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

11 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

12 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

12 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

12 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

13 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

14 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

15 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

16 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

16 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

17 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

18 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ চনত ৪ৰাশিক ধন, সম্পত্তিৰে উপচাই পেলাব গুৰু, ৰাহু আৰু কেতুৰ মহাগোচৰে, এই ভাগ্যবান ৰাশি কি কি?

২০২৬ চনত ৪ৰাশিক ধন, সম্পত্তিৰে উপচাই পেলাব গুৰু, ৰাহু আৰু কেতুৰ মহাগোচৰে, এই ভাগ্যবান ৰাশি কি কি?

editor by editor
October 24, 2025
in জীৱনশৈলী
0
২০২৬ চনত ৪ৰাশিক ধন, সম্পত্তিৰে উপচাই পেলাব গুৰু, ৰাহু আৰু কেতুৰ মহাগোচৰে, এই ভাগ্যবান ৰাশি কি কি?
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ দুমাহ পাছত ২০২৬ চন আৰম্ভ হ’ব৷ আগন্তুক বছৰ কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰহৰ গোচৰৰ সাক্ষী থাকিব৷ ৰাহু আৰু কেতু যথাক্ৰমে মকৰ আৰু সিংহ ৰাশিত গোচৰ কৰিব৷ বৃহস্পতিয়ে সিংহ ৰাশিত গোচৰ কৰিব৷ ২০২৬ চনত শনিয়ে তাৰ ৰাশিচক্ৰ পৰিবৰ্তন নকৰিলেও কেইবাবাৰো তাৰ গতি পৰিবৰ্তন কৰিব৷ আগন্তুক বছৰ শনি নক্ষত্ৰমণ্ডলীত স্থানান্তৰিত হ’ব, অৱস্থান পৰিবৰ্তন কৰিব, অস্ত যাব আৰু উদয় হৈ মাৰ্গীও হ’ব, বক্ৰীও হ’ব৷ এই সমস্ত পৰিবৰ্তনে মানুহৰ জীৱনত প্ৰভাৱ পেলাব৷

এই গ্ৰহৰ গোচৰে সকলো ৰাশিচক্ৰক প্রভাৱিত কৰিব, সাধাৰণভাৱে ক’বলৈ গলে চাৰিটা ৰাশিৰ জাতক জাতিকাৰ বাবে ২০২৬ চনত বেছিভাগ সময় শুভ হ’ব৷ ২০২৬ চনত এই ৰাশিসমূহ ভাগ্যবান হ’ব৷

বৃষ ৰাশি

২০২৬ চনত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে বহু উল্লেখযোগ্য সাফল্য কঢ়িয়াই আনিব৷ কাঙ্ক্ষিত পদ আৰু আৰ্থিক লাভ অৰ্জন কৰিব৷ ব্যক্তিগত জীৱনলৈ সুখ আহিব৷ অবিবাহিতসকলৰ বিবাহৰ যোগ আছে আৰু বিবাহিত দম্পতিৰ সম্পৰ্ক আৰু শক্তিশালী হ’ব৷ আৰ্থিক সমৃদ্ধি বৃদ্ধি পাব৷

সিংহ ৰাশি

২০২৬ চনত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে বহু উল্লেখযোগ্য সাফল্য আহিব৷ কাঙ্ক্ষিত পদ আৰু আৰ্থিক লাভ অৰ্জন কৰিব৷ তেওঁলোকৰ ব্যক্তিগত জীৱনলৈ সুখ আহিব৷ অবিবাহিতসকলৰ বিবাহ ঠিক হব৷ আৰ্থিক সমৃদ্ধি আহিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ২০২৬ চনত কেৰিয়াৰত উন্নতি আহিব৷  ব্যৱসায় লাভজনক হব৷ বৃহৎ কোনো বাণিজ্যিক চুক্তি স্বাক্ষৰিত হ’ব৷ দীৰ্ঘ দূৰত্বলৈ ভ্ৰমণ কৰিব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে ২০২৬ চনত গ্ৰহসমূহ অনুকূল থাকিব৷ সম্পদ আৰু সম্পত্তি বৃদ্ধি পাব৷ নতুন ঘৰ, মাটি বা যানবাহন ক্ৰয় কৰিব পাৰে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকে পদোন্নতি কৰিব৷ ঘৰত সুখ থাকিব৷ ব্যৱসায় সমৃদ্ধ হব৷ প্ৰতিপত্তি বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
Next Post
নৱেম্বৰৰ শেষত মাৰ্গী হ’ব শনি, এই ৩ ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব শনিৰ মাৰ্গীয়ে

নৱেম্বৰৰ শেষত মাৰ্গী হ’ব শনি, এই ৩ ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব শনিৰ মাৰ্গীয়ে

২৮ নৱেম্বৰতেই পাব ভাল খবৰ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন

২৮ নৱেম্বৰতেই পাব ভাল খবৰ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.