• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়…!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়…!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

1 year ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

17 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

18 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

19 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

19 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

20 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

22 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

23 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

23 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

23 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

24 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 days ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়…!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়..! ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

editor by editor
July 30, 2024
in ভাৰত, ৰাজনীতি
0
‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়…!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন
0
SHARES
344
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জাতিগত জনগণনাক লৈ ৰাহুল গান্ধীক উদ্দেশ্যি কৰা অনুৰাগ ঠাকুৰৰ মন্তব্যক লৈ উত্তাল লোকসভা৷ মঙলবাৰে BJPৰ সাংসদগৰাকীয়ে কয়, ‘যাৰ নিজৰ জাতৰেই কোনো ঠিক নাই তেওঁ জাতিগত লোকপিয়লৰ কথা কয়৷’ অনুৰাগৰ এই মন্তব্যক লৈ লগে লগেই জাঙোৰ খাই উঠে বিৰোধী দলৰ সাংসদসকল৷

ক্ষোভত ফাটি পৰে বিৰোধী সাংসদসকলো৷ ৰাহুল গান্ধীয়ে  BJP সাংসদৰ বক্তব্যৰ মাজতে বাধা প্ৰদানো কৰে৷ বিৰোধী নেতাগৰাকীয়ে লগে লগেই প্ৰত্তুত্যৰত কয়, ‘আপুনি যিমান মন যায় মোক অপমান কৰক৷ কিন্তু পাহৰি নাযাব এই সংসদতেই জাতিগত লোকপিয়ল বিল আমি পাছ কৰাম৷’ তীব্ৰ প্ৰতিবাদৰ মাজত অনুৰাগ ঠাকুৰে  ছাফাই দি কয়, ‘মই কাৰো নাম লৈ এই মন্তব্য কৰা নাই৷’ লোকসভাত চিঞৰ বাখৰৰ পৰিবেশ সৃষ্টি হোৱাত স্পিকাৰৰ চেয়াৰত বহি থকা জগদম্বিকা পালে সকলোকে শান্ত হ’বলৈ আহ্বান জনায়৷ অনুৰাগ ঠাকুৰৰ বাকী বক্তব্য স্পষ্টভাৱে শুনাত বাধা হৈ পৰে বিৰোধীৰ চিঞৰ বাখৰ৷

https://x.com/AshishSinghKiJi/status/1818246185993576768

অনুৰাগ ঠাকুৰৰ মন্তব্যৰ পাছতেই ৰাহুল গান্ধীয়ে কয়, ‘যিয়ে দেশৰ পিছপৰি থকা শ্ৰেণী, দুখীয়াৰ হৈ কথা কয় তেওঁলোকক গালি গালাজ কৰাটো এওঁলোকৰ স্বভাৱ৷ আমি সকলো বুজি পাওঁ৷ ঠিক যেনেকৈ মহাভাৰতত অৰ্জুনে সকলো মূৰ পাতি মানি লৈছিল৷ আমিও কেৱল চৰাইৰ চকুযুৰিহে দেখা পাওঁ৷ আমাৰ টাৰ্গেট লোকসভাত জাতিগত লোকপিয়ল বিল পাছ কৰোৱা৷ সেয়া আমি কৰিমেই৷ আমাক যিমান মন যায় অপমান কৰক৷’ লগতে তেওঁৰ দাবী, ‘অনুৰাগ ঠাকুৰে তেওঁক টাৰ্গেট কৰি অৱমাননাকৰ বাক্য প্ৰয়োগ কৰিছে৷ কিন্তু BJP সাংসদসকলৰ পৰা ক্ষমা  ভিক্ষা ৰাহুলে নিবিচাৰে৷ এদিন লোকসভাত সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱৰ সৈতেও তৰ্কাতৰ্কি হৈছিল অনুৰাগ ঠাকুৰৰ৷ অখিলেশে প্ৰশ্ন কৰিছিল, ‘কেনেকৈ এজনৰ জাত তুলি আপুনি কথা ক’ব পাৰে? লোকসভাত এই ধৰণৰ আচৰণ অনুচিত৷’ ইয়াৰোপৰি সংসদৰ বাজেটক লৈ বিতৰ্কৰ মাজতেই অগ্নিপথ প্ৰকল্পক লৈয়ো সৰৱ হৈছিল অখিলেশ যাদৱ৷  উত্তৰত সমাজবাদী পাৰ্টীৰ প্ৰধানৰ সৈতে উত্তপ্ত বাক্যবিনিময় হৈছিল অনুৰাগ ঠাকুৰৰ৷’

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
Next Post
পুঁজিৰ অভাৱত বন্ধ হ’ল ‘আয়ুষ্মান ভাৰত’ সেৱা, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰোগীৰ হাহাকাৰ

পুঁজিৰ অভাৱত বন্ধ হ’ল ‘আয়ুষ্মান ভাৰত’ সেৱা, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰোগীৰ হাহাকাৰ

শেষ হ’ল সকলো সমস্যা! অসমৰ টেক্সি গাড়ী লৈ আপুনিও যাব পাৰিব মেঘালয়লৈ

শেষ হ’ল সকলো সমস্যা! অসমৰ টেক্সি গাড়ী লৈ আপুনিও যাব পাৰিব মেঘালয়লৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.