• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়…!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়…!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

2 years ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

1 hour ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

1 hour ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

2 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

2 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

3 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

3 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

4 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

5 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

6 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

6 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

18 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়…!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়..! ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

editor by editor
July 30, 2024
in ভাৰত, ৰাজনীতি
0
‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়…!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন
0
SHARES
347
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জাতিগত জনগণনাক লৈ ৰাহুল গান্ধীক উদ্দেশ্যি কৰা অনুৰাগ ঠাকুৰৰ মন্তব্যক লৈ উত্তাল লোকসভা৷ মঙলবাৰে BJPৰ সাংসদগৰাকীয়ে কয়, ‘যাৰ নিজৰ জাতৰেই কোনো ঠিক নাই তেওঁ জাতিগত লোকপিয়লৰ কথা কয়৷’ অনুৰাগৰ এই মন্তব্যক লৈ লগে লগেই জাঙোৰ খাই উঠে বিৰোধী দলৰ সাংসদসকল৷

ক্ষোভত ফাটি পৰে বিৰোধী সাংসদসকলো৷ ৰাহুল গান্ধীয়ে  BJP সাংসদৰ বক্তব্যৰ মাজতে বাধা প্ৰদানো কৰে৷ বিৰোধী নেতাগৰাকীয়ে লগে লগেই প্ৰত্তুত্যৰত কয়, ‘আপুনি যিমান মন যায় মোক অপমান কৰক৷ কিন্তু পাহৰি নাযাব এই সংসদতেই জাতিগত লোকপিয়ল বিল আমি পাছ কৰাম৷’ তীব্ৰ প্ৰতিবাদৰ মাজত অনুৰাগ ঠাকুৰে  ছাফাই দি কয়, ‘মই কাৰো নাম লৈ এই মন্তব্য কৰা নাই৷’ লোকসভাত চিঞৰ বাখৰৰ পৰিবেশ সৃষ্টি হোৱাত স্পিকাৰৰ চেয়াৰত বহি থকা জগদম্বিকা পালে সকলোকে শান্ত হ’বলৈ আহ্বান জনায়৷ অনুৰাগ ঠাকুৰৰ বাকী বক্তব্য স্পষ্টভাৱে শুনাত বাধা হৈ পৰে বিৰোধীৰ চিঞৰ বাখৰ৷

https://x.com/AshishSinghKiJi/status/1818246185993576768

অনুৰাগ ঠাকুৰৰ মন্তব্যৰ পাছতেই ৰাহুল গান্ধীয়ে কয়, ‘যিয়ে দেশৰ পিছপৰি থকা শ্ৰেণী, দুখীয়াৰ হৈ কথা কয় তেওঁলোকক গালি গালাজ কৰাটো এওঁলোকৰ স্বভাৱ৷ আমি সকলো বুজি পাওঁ৷ ঠিক যেনেকৈ মহাভাৰতত অৰ্জুনে সকলো মূৰ পাতি মানি লৈছিল৷ আমিও কেৱল চৰাইৰ চকুযুৰিহে দেখা পাওঁ৷ আমাৰ টাৰ্গেট লোকসভাত জাতিগত লোকপিয়ল বিল পাছ কৰোৱা৷ সেয়া আমি কৰিমেই৷ আমাক যিমান মন যায় অপমান কৰক৷’ লগতে তেওঁৰ দাবী, ‘অনুৰাগ ঠাকুৰে তেওঁক টাৰ্গেট কৰি অৱমাননাকৰ বাক্য প্ৰয়োগ কৰিছে৷ কিন্তু BJP সাংসদসকলৰ পৰা ক্ষমা  ভিক্ষা ৰাহুলে নিবিচাৰে৷ এদিন লোকসভাত সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱৰ সৈতেও তৰ্কাতৰ্কি হৈছিল অনুৰাগ ঠাকুৰৰ৷ অখিলেশে প্ৰশ্ন কৰিছিল, ‘কেনেকৈ এজনৰ জাত তুলি আপুনি কথা ক’ব পাৰে? লোকসভাত এই ধৰণৰ আচৰণ অনুচিত৷’ ইয়াৰোপৰি সংসদৰ বাজেটক লৈ বিতৰ্কৰ মাজতেই অগ্নিপথ প্ৰকল্পক লৈয়ো সৰৱ হৈছিল অখিলেশ যাদৱ৷  উত্তৰত সমাজবাদী পাৰ্টীৰ প্ৰধানৰ সৈতে উত্তপ্ত বাক্যবিনিময় হৈছিল অনুৰাগ ঠাকুৰৰ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
Next Post
পুঁজিৰ অভাৱত বন্ধ হ’ল ‘আয়ুষ্মান ভাৰত’ সেৱা, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰোগীৰ হাহাকাৰ

পুঁজিৰ অভাৱত বন্ধ হ’ল ‘আয়ুষ্মান ভাৰত’ সেৱা, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰোগীৰ হাহাকাৰ

শেষ হ’ল সকলো সমস্যা! অসমৰ টেক্সি গাড়ী লৈ আপুনিও যাব পাৰিব মেঘালয়লৈ

শেষ হ’ল সকলো সমস্যা! অসমৰ টেক্সি গাড়ী লৈ আপুনিও যাব পাৰিব মেঘালয়লৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.